Gaonr Jibon গাঁওৰ জীৱন

Gaonr Jibon গাঁওৰ জীৱন এই পেইজত গাঁওৰ জীৱনৰ প্ৰতিছবি দাঙি ধৰা প্ৰয়াস কৰা হৈছে। গাঁওৰ জীৱন কিবা বিষয় থাকিলে আমাক জনাওক ।।

26/04/2024

নিজৰ ভোট নিজৰ অধিকাৰ

25/04/2024

চৰাইবাহী মেলা
#মেলা
#চৰাইবাহী
#মৰিগাঁও

14/03/2024

Free Registration চলি আছে :-
১) ১KW চৌলাৰ পেনেলত কেন্দ্ৰ চৰকাৰে দিব 30000. টকা ৰাজ্য চৰকাৰে দিব 15,000 টকা আৰু গ্ৰাহকে ভৰিব লাগিব 5000 টকা ।
২)। ২ KW ৰ পেনেলত 60000 টকা কেন্দ্ৰ , 30000 ৰাজ্য চৰকাৰে আৰু গ্ৰাহকে 10000 টকা ভৰিব লাগিব ।

07/02/2024

বাঢ়ৈ শিল্প // খাতি অসমীয়া গাঁওৰ জীৱন // সম্পূৰ্ণ গাঁওৰ প্ৰতিচ্ছবি // সাহিত্য সভা ,বাৰপূজীয়াত বাঢ়ৈ শিল্পৰ দ্বাৰা সুন্দৰ অসমীয়া গাঁওৰ জীৱনৰ প্ৰতিচ্ছবি ডাঙি ধৰা প্ৰয়াস ।

02/02/2024

এক নাম //ৰাধা ৰাণী সম্প্ৰদায় , মায়ং, দ্বাৰা পৰিবেশন নখন্দাত //

Jibon গাঁওৰ জীৱন
@নখন্দা

31/01/2024

কুকুৰা যুঁজ, লুঙামুখত,মৰিগাঁও

25/01/2024

বৰদোৱা বৰদোৱা বৰদোৱা থান // দিহা নাম // Jibon গাঁওৰ জীৱন

22/01/2024

বিদায় পৰ্ব

22/01/2024

দিহা নাম, আমাৰ গাঁওৰ আই সকলৰ কণ্ঠত : নখণ্ডা নাট্যগোষ্ঠী সৌজন্যত ভাগৱত পাঠ অনুষ্ঠানৰ দ্বিতীয় নিশা ।

Jibon গাঁওৰ জীৱন
@দিহানাম
াঁওৰজীৱন
# দিহানাম
#নখণ্ডা

20/01/2024

@ৰেচনকাৰ্ড
#ৰেচনকাৰ্ড
াঁওৰজীৱন
Gaonr Jibon গাঁওৰ জীৱন

17/01/2024

বিশেষ ভাবে সক্ষম ব্যক্তি গৰাকীক সকলোৰে সহায় সহযোগিতা কামনা কৰা হʼল ।

16/01/2024

পৰম্পৰা ৰক্ষা কৰা লগতে চৰকাৰৰ SOP মানি অনুষ্ঠিত হৈছে বৈদ্যবড়ী মʼহ যুজ ।
Jibon গাঁওৰ জীৱন

@মহ যুজ


15/01/2024
15/01/2024

মাঘৰ বিহু উৰুকা // ভেলা ঘৰত আমাৰ শিল্পী সকলে পৰিবেশন কৰা সংগীতানুষ্ঠান , আহক আমি সকলোৱে উপভোগ কৰোঁ ।
Jibon গাঁওৰ জীৱন

াঁওৰজীৱন
@বিহু বলিয়া অসমীয়া / অসমীয়া বাৰেৰহণীয়া সংস্কৃতিৰ দাপোন
@ভেলাঘৰ
@মাঘৰ উৰুকা

14/01/2024

খেল : ভাগ্যৰ

14/01/2024

মৎস চিকাৰ

14/01/2024

সাতগাঁৰ লতাৰী Live

Address

Morigaon

Website

Alerts

Be the first to know and let us send you an email when Gaonr Jibon গাঁওৰ জীৱন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Digital creator in Morigaon

Show All