Pragati Live Assam 24×7

Pragati Live Assam 24×7 Whatsapp Number - 6003113747
(2)

24/04/2024

📌প্ৰভো ইশ্বৰ বুলি ইয়াত কোনো নাই ইয়াত চব মানুহ হয়।
📌 মই চিধা কথা কওঁ মই কাকো ঘেন্টা খাতিৰ নকৰোঁ।

24/04/2024

24/04/2024

📌ইউটিউবাৰ ডিম্পু বৰুৱাই কিয়
ক'লে সাৰ খোৱা অসমীয়া বুলি ।
📌আচলতে ডিম্পু বৰুৱাই
এনেদৰে কোৱাৰ উদ্দেশ্য কি ?

24/04/2024

জীৱনৰ অৰ্থ বিচাৰি সুন্দৰৰ সন্ধানত - Motivation Content 1

23/04/2024

📌 সকলোকে কন্দুৱাই গুছি গ‘ল লক্ষীমালা
📌 কাজিৰঙাত চাফাৰীত নিয়োজিত আছিল হাতী লক্ষীমালা
📌 বহু দিনৰ পৰাই বেমাৰত আক্ৰান্ত হৈ খোৱা-বোৱা এৰি দিছিল লক্ষীমালাই
📌 লক্ষীমালাৰ মৃত্যুয়ে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোতে

23/04/2024

বৰষাৰাণী আৰু ভাস্কৰৰ অভিনয় |

22/04/2024

আইতা গৰাকীক মৰম দিব ৰাইজ।
আইতাৰ চৰণত এবাৰ সেৱা লৱ ৰাইজ।
আইতাই থোকাথোকি মাতেৰে গুণ গুণালে ১০০ বছৰৰ পুৰণি বিহু গীত।

22/04/2024

🔴 বৰষুণত তিতি তিতি হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ।

🟥 আজি খেলপথাৰত নামিব অসম সন্তান ৰিয়ান পৰাগ। জয়পুৰত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ IPL মেচ...
22/04/2024

🟥 আজি খেলপথাৰত নামিব অসম সন্তান ৰিয়ান পৰাগ। জয়পুৰত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ IPL মেচ...

21/04/2024

🔴এইখন অসমতেই সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা। ৰাইজৰ হিতাৰ্থে ভিডিঅ'টো চেয়াৰ কৰি দিয়ক।

21/04/2024

📌মংগলদৈত জুবিন গাৰ্গৰ
সংগীতানুষ্ঠানত অঘটন।
#জুবিনগাৰ্গ

21/04/2024

📌ল'ৰাজন বিশেষভাৱে অক্ষম, কিন্তু প্ৰতিভা অসাধাৰণ।
📌 ভিডিঅ'টো এবাৰ চেয়াৰ কৰি ল'ৰা জনক আগুৱাই যোৱাত সহায় কৰিব।
📌এওলোক হৈছে বোকাৰ পদুম।

20/04/2024

🔴অসমত এতিয়া হৈছে ৰাজনীতিৰ যুদ্ধ।
🔴 অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত ৰাজনৈতিক যুদ্ধ।
🔴 ৰাতি ১১টা বজাত অখিল গগৈয়ে সদায় ফোন কৰে কিয় হিমন্ত বিশ্ব শৰ্মাক।
🔴 অখিল গগৈয়ে প্ৰত্যাহ্বান দিলে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

20/04/2024

ছোৱালীজনীৰ কণ্ঠত গীত শুনিলে আপোনিও হৈ পৰিব মুগ্ধ।

📌এই  ১০টা ৱেবছাইটত উপলব্ধ হ’ব মেট্ৰিকৰ ফলাফল।
20/04/2024

📌এই ১০টা ৱেবছাইটত উপলব্ধ হ’ব মেট্ৰিকৰ ফলাফল।

19/04/2024

🔴হিমন্ত বিশ্ব চৰকাৰক বদনাম কৰাৰ চেষ্টা নেকি?
🔴 চচিয়েল মেডিয়াত বিশেষভাৱে চৰ্চিত এটা ভিডিঅ'।
🔴 অসমীয়াৰ আদৰৰ বিহুটিক অপমান।

19/04/2024

📌এইখন অসমতেই সংঘটিত হৈছে পুনৰ এক জঘণ্য আৰু লজ্জিত ঘটনা।
📌 এইখন সমাজত নাৰী জাতিতো সুৰক্ষিত নে ?

18/04/2024

📌মহিলাগৰাকীৰ কথাখিনি আপুনি কিমান দূৰ সত্য বুলি ভাৱে।
📌 বৰ্তমানৰ চৰকাৰখনৰ বিষয়ে বিস্ফোৰক মন্তব্য কৰিছে এগৰাকী বাইদেউয়ে।

18/04/2024
18/04/2024

🔴আজাৰাত মই ভাগৰুৱা আছিলোঁ, ভাগৰ সকলোৰে লাগে : জুবিন গাৰ্গ।
🔴 আজাৰাৰ বিহু মঞ্চত কিয় ভাগৰোৱা হৈ পৰিছিল জুবিন গাৰ্গ।

16/04/2024

📌 অসমীয়া জাতিৰ আবেগ বিহু অৱশেষত এই পৰ্য্যায়লৈ গতি কৰিছে।
📌 সামাজিক মাধ্যমত চৰ্চিত লাভ কৰিছে এই লজ্জিত ভিডিঅ'টিয়ে।
📌 অসমীয়াৰ আদৰৰ বিহুটিক অপমানিত কৰিছে এই সকল অসমীয়াই।

এজন অসমীয়া হিচাপে সাত বিহুৰ নাম জনাতো অতি প্ৰয়োজন।
16/04/2024

এজন অসমীয়া হিচাপে সাত বিহুৰ নাম জনাতো অতি প্ৰয়োজন।

16/04/2024

🔴 সংঘটিত হৈছে এক আচৰিত ঘটনা। ৰাইজৰ হিতাৰ্থে ভিডিঅ'টো এবাৰ মাত্ৰ এবাৰ চেয়াৰ কৰি দিয়ক |

16/04/2024

📌 আলফা স্বাধীনৰ বিহুগীতে মোহিত কৰিছে এতিয়া সমগ্ৰ অসমবাসীক।
📌 অসমীয়াৰ মন প্ৰাণ মোহিত কৰিছে এতিয়া আলফা স্বাধীনৰ বিহুগীতটিৱে।
#আলফা

14/04/2024

📌লুৰিণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ কৌশল।

14/04/2024

১৯৭২ চনৰ প্ৰথম বিহু কুঁৱৰী |
এইগৰাকীয়ে হৈছে ১৯৭২ চনৰ প্ৰথম বিহু কুঁৱৰী |

13/04/2024

📌ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো মোৰ ছোৱালী জনীক যেন ঘূৰাই পাওঁ।
📌উৰুকাৰ দিনাই দুখৰ ছাঁ।
📌কণ্যাক বিচাৰি মাতৃৰ হাহাকাৰ।

12/04/2024

জনপ্ৰিয় অভিনেতা যতিন বৰাই সকলো অসমবাসীলৈ ৰঙালী বিহুৰ শুভকামনা জনাই কি মন্তব্য কৰিলে শুনক |

Address

Morigaon
782105

Telephone

+916003113747

Website

Alerts

Be the first to know and let us send you an email when Pragati Live Assam 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pragati Live Assam 24×7:

Videos

Share


Other Media/News Companies in Morigaon

Show All

You may also like