Faridud Eunush Page

Faridud Eunush Page মুক্ত কণ্ঠ

05/06/2024
05/06/2024

দেশত পুনৰবাৰ মোদী চৰকাৰ । NDAৰ বৈঠকৰ অন্তত সিদ্ধান্ত নৰেন্দ্ৰ দামোদৰ দাস মোদীকেই প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ

11/04/2024

Eid Mubarak

Shout out to my newest followers! Excited to have you onboard! Rajib Sut Báblú, Sabur Uddin, Anshu Das, Mustafa Ansari, ...
07/04/2024

Shout out to my newest followers! Excited to have you onboard! Rajib Sut Báblú, Sabur Uddin, Anshu Das, Mustafa Ansari, Bitu Alam, Aslam Danish, Pritika Dey, Fajar Ali, Samudra Dekaraja

27/03/2024
আকৌ যদি যাব লাগে শৰাইঘাটলৈ____
27/03/2024

আকৌ যদি যাব লাগে শৰাইঘাটলৈ____

৷৷ ৰাম ৰাম ৰাম বাণী  পৰম মঙ্গল ৰূপযাৰ মুখে প্রকাশ কৰয়।চিৰকালে মহাতীর্থ  কৰিয়া পৱিত্র হুয়াতাৰ কদাচিতো তুল্য নয়।। আজি অয্য...
22/01/2024

৷৷ ৰাম ৰাম ৰাম বাণী পৰম মঙ্গল ৰূপ
যাৰ মুখে প্রকাশ কৰয়।
চিৰকালে মহাতীর্থ কৰিয়া পৱিত্র হুয়া
তাৰ কদাচিতো তুল্য নয়।।

আজি অয্যাধাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ ক্ষণটিয়ে সকলৰো মংগল কৰক তাৰেই কামনাৰ কৰিলোঁ ৷

ভক্তি কাৰোঁলে ভয় কৰি , কোনোবাই জোৰজৱৰদস্তি কৰিলে নহয়৷ অন্তৰাত্মাৰ পৰা পৰিস্ফুট ভাৱে আহিব লাগিব৷ আপুনিও শান্তিত থাকক সকলোকে শান্তিত থাকিব দিয়৷ ধৰালৈ শান্তিৰ নিজৰা বৈ পৰক৷

19/01/2024

জোন বিলৰ পাৰৰ ঐতিহাসিক মেলাস্থলীৰ পৰা খবৰ---
Everyone DY365 Jagiroad Anchalik Tiwa Students Union All tiwa student's union, Lalung Tiniali All Tiwa Students' Union . Central Committee MORIGAON মৰিগাঁও Morigaon Times মৰিগাঁও টাইমচ

19/01/2024

ঐতিহাসিক জোনবিল মেলাত খাদ্যসম্ভাৰ কি থাকে?
Everyone Jagiroad Anchalik Tiwa Students Union All tiwa student's union, Lalung Tiniali DY365

19/01/2024

জোনবিলৰ পৰা খবৰ ২
Everyone
All Tiwa Students' Union . Central Committee Jagiroad Anchalik Tiwa Students Union

19/01/2024

জোনবিলৰ পৰা খবৰ

I have reached 400 followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉
08/01/2024

I have reached 400 followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉

05/11/2023
05/11/2023

মাৰি নিয়া .... অভিনয়

 #পাঁচটা_বছৰ_সম্পূৰ্ণ_জয় DY365 Dy365 ত আজি মোৰ ৫ টা বছৰ সম্পূৰ্ণ হল৷ কি কৰিছোঁ সেয়া ৰাইজ , বিশেষ কৈ মৰিগাঁও বাসীয়ে নিৰূপ...
18/10/2023

#পাঁচটা_বছৰ_সম্পূৰ্ণ_জয় DY365
Dy365 ত আজি মোৰ ৫ টা বছৰ সম্পূৰ্ণ হল৷ কি কৰিছোঁ সেয়া ৰাইজ , বিশেষ কৈ মৰিগাঁও বাসীয়ে নিৰূপণ কৰিব৷ এই পাঁচবছৰীয়া যাত্ৰাত মোক Dy365 সন্মানীয় চেয়াৰমেন ছাৰ আৰু MD মেমে প্ৰতিষ্ঠানটিৰ পৰিয়ালৰ এজন হিচাপে দিয়া মৰম, মোৰ প্ৰতি থকা বিশ্বাস সদায় মোৰ বাবে শিৰৰ মুকুট হৈ ৰব৷ Dy365 ৰ মুখ্য কাৰ্যালয়ৰ প্ৰতিজন জ্যেষ্ঠ কনিষ্ঠয়ে বহু সাহস সহযোগ দিলে সেয়া মোৰ বাবে স্মৰনীয় আৰু দুৰন্ত সাহস হৈ ৰব । এই কণ্টকময় যাত্ৰাত মোক আগুৱাই যোৱাত সহায় কৰা প্ৰতিজন ককাই, বন্ধু ,ভাইটিৰ ওচৰত মই কৃতজ্ঞ৷ আপোনালোকৰ সহযোগেৰে আগলৈ যোৱাৰ হেপাঁহ ৷ পুনৰ সকলোৰে ওচৰত সেৱা জনাই আশীৰ্বাদ বিচাৰিলোঁ৷

এপাক আহিব
21/08/2023

এপাক আহিব

02/08/2023

চৰকাৰী চাকৰিয়ালে গাড়ী লওক আৰু এতিয়া৷ লোণ লবলৈ এখন আঁচনি কেবিনেট সিদ্ধান্ত ললে৷ যিটো বিগত দিনত কোনো চৰকাৰৰ সাহস নাছিল। বাপৰে___ বৃহৎ সিদ্ধান্ত৷

Address

Morigaon

Alerts

Be the first to know and let us send you an email when Faridud Eunush Page posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Media/News Companies in Morigaon

Show All