Nurul Huda fan club

Nurul Huda fan club আমাৰ লক্ষ্য পৰিৱৰ্তন

21/04/2023
Congratulations to Imran Shah on being appointed as the Secretary of BJP minority morcha, Morigaon
09/12/2021

Congratulations to Imran Shah on being appointed as the Secretary of BJP minority morcha, Morigaon

𝗣𝗿𝗼𝘂𝗱 𝗼𝗳 𝗬𝗼𝘂
22/11/2021

𝗣𝗿𝗼𝘂𝗱 𝗼𝗳 𝗬𝗼𝘂

সাম্ৰাট মচলাৰ সত্বাধিকাৰী, তথা অতিকৈ শ্ৰদ্ধাৰ মোৰ দাদা, পৰিয়ালৰ চানক্য, যুৱ নেতা, সমাজ সেৱক ও ৰাষ্ট্ৰীয় বঁটা প্রাপ্ত  #ন...
21/11/2021

সাম্ৰাট মচলাৰ সত্বাধিকাৰী, তথা অতিকৈ শ্ৰদ্ধাৰ মোৰ দাদা, পৰিয়ালৰ চানক্য, যুৱ নেতা, সমাজ সেৱক ও ৰাষ্ট্ৰীয় বঁটা প্রাপ্ত #নুৰুল_হুদা ডাঙৰীয়ালৈ সাহিত্য সমাজ সাংস্কৃতিক সেৱা মঞ্চ, অসমৰ উদ্যোগত, ৌৰৱ_বঁটা ২০২১ আৰু #শংকৰ_আজান_সমন্বয়_বঁটা ২০২১ প্ৰদান কৰিছে। আপোনালৈ অভিনন্দন জ্ঞাপন কৰিলো। আপুনি সদায় সমাজৰ হৈ কাম কৰি যাওক তাৰে কামনা কৰিলো।

Happy Kati bihu
18/10/2021

Happy Kati bihu

প্ৰথম বৰ্ষপুতি অনুষ্ঠান নিউজ অসম ৮
17/10/2021

প্ৰথম বৰ্ষপুতি অনুষ্ঠান নিউজ অসম ৮

18/06/2021

BJP zindabad

আজি ইং ১৯-০৪-২০২১ তাৰিখে  #লাহৰীঘাটৰ অতিকৈ গৰাখহনীয়া অঞ্চল কাঠনি আঞ্চলিক ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত " #ৰঙালীৰ...
20/04/2021

আজি ইং ১৯-০৪-২০২১ তাৰিখে #লাহৰীঘাটৰ অতিকৈ গৰাখহনীয়া অঞ্চল কাঠনি আঞ্চলিক ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত " #ৰঙালীৰ_এনিশা" অনুষ্ঠানত উপস্থিত থাকে যুৱ নেতা #নুৰুল_হুদা ডাঙৰীয়াৰ লগতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

13/04/2021

Happy Rangoli bihu

Happy Holi
29/03/2021

Happy Holi

23/03/2021

Assam

16/03/2021

Khela hobe

11/03/2021

আমি তেজ দিম আমাক স্বাধীনতা দিয়ক 😭
লাহৰিঘাট বাসীৰ এটাই কথা বাপ বেটা হাটাও সমষ্টি বচাওঁ ।।।

07/03/2021

নুৰুল হুদা
তুমি আৰু এখোজ আগোৱাই যোৱা
নুৰুল হুদা
তুমি ধৰ্য্যৰ প্ৰতিক হোৱা

06/03/2021

Himanta Biswa Sarma Ranjeet Kumar Dass Pijush Hazarika Sarbananda Sonowal বিজেপিৰ এটা ভুল সিদ্ধান্তৰ কাৰণে আজি লাহৰিঘাটৰ পৰা বিজেপিৰ পৰাজয় টো নিশ্চিত। কাদিৰুদ জামান জিন্না কোন হয় আমি চিনি নাপায় লাহৰিঘাটৰ ৰাইজে চিনি নাপায় এনে এজন মানুহক টিকেট দিয়াটো দলৰ এটা ভুল সিদ্ধান্ত। মই বিজেপিক অনুৰোধ জনালোঁ লাহৰিঘাটৰ টিকেট টো এজন উপযুক্ত প্ৰাৰ্থীক দিয়ক যি ৰাইজৰ মাজত ৰাইজৰ লগত আছে এনে এজন মানুহক দিয়ক। লাহৰিঘাটৰ ৰাইজৰ মাজত কাদিৰুদ জামানৰ কিনো অৱদান নাই অথচ মানুহে চিনি এই নাপাই। অতি সোনকালে লাহৰিঘাটৰ টিকেটৰ বিষয়ে চিন্তা কৰাটো বিজেপি দলৰ উচিত নহলে বিজেপি উদ্ধাৰ হোৱাটো অসঅসম্ভৱ |

28/02/2021
আজি  #লাহৰীঘাট_সমষ্টিৰ বিভিন্ন ঠাইত বিজেপি যুৱ নেতা  #নুৰুল_হুদা ডাঙৰীয়াৰ জনসম্পৰ্ক।
26/02/2021

আজি #লাহৰীঘাট_সমষ্টিৰ বিভিন্ন ঠাইত বিজেপি যুৱ নেতা #নুৰুল_হুদা ডাঙৰীয়াৰ জনসম্পৰ্ক।

আজি  #লাহৰীঘাট_সমষ্টিৰ  #গৰুখুটি আৰু  #বৰচলাত বিজেপি যুৱ নেতা  #নুৰুল_হুদা ডাঙৰীয়াৰ জনসম্পৰ্ক।
25/02/2021

আজি #লাহৰীঘাট_সমষ্টিৰ #গৰুখুটি আৰু #বৰচলাত বিজেপি যুৱ নেতা #নুৰুল_হুদা ডাঙৰীয়াৰ জনসম্পৰ্ক।

শ্রী শ্ৰী বটদ্ৰৱা থান সৌন্দৰ্য বৰ্ধন প্ৰকল্পৰ মংগলিক শুভাৰম্ভনি আৰু ৰাজহুৱা সভাৰ কিছু দৃশ্য।
25/02/2021

শ্রী শ্ৰী বটদ্ৰৱা থান সৌন্দৰ্য বৰ্ধন প্ৰকল্পৰ মংগলিক শুভাৰম্ভনি আৰু ৰাজহুৱা সভাৰ কিছু দৃশ্য।

25/02/2021
25/02/2021
Today special          অনাগত দিনত আমাৰ হ'বলগীয়া MLA ৰ সৈতে ।
24/02/2021

Today special
অনাগত দিনত আমাৰ হ'বলগীয়া MLA ৰ সৈতে ।

BJP zindabad Nurul Huda zindabad
24/02/2021

BJP zindabad Nurul Huda zindabad

আজি ইং ২৩-০২-২০২১ তাৰিখে  #লাহৰীঘাট_ব্লক খেল পথাৰত বিজেপি ৰাজ্যিক সভাপতি মাননীয়  #ৰঞ্জিত_কুমাৰ_দাস ডাঙৰীয়াৰ সভাৰ কিছু দৃ...
23/02/2021

আজি ইং ২৩-০২-২০২১ তাৰিখে #লাহৰীঘাট_ব্লক খেল পথাৰত বিজেপি ৰাজ্যিক সভাপতি মাননীয় #ৰঞ্জিত_কুমাৰ_দাস ডাঙৰীয়াৰ সভাৰ কিছু দৃশ্য।

Address

Morigaon
LAHORIGHAT

Telephone

+916001785057

Alerts

Be the first to know and let us send you an email when Nurul Huda fan club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nurul Huda fan club:

Videos

Share