STV News Assam

STV News Assam STV News Assam অসমৰ এক ডিজিটেল সংবাদ মাধ্যম। আমি সদায় সত্যৰ সন্ধানত ৰাইজৰ পক্ষত। ধন্যবাদ!

02/04/2024

দৰং-ওদালগুৰি লোক সভা সমষ্টিৰ এ আই ইউ ডি এফৰ সমৰ্থিত আৰু বি পি এফৰ মনোনীত প্ৰাৰ্থী দুৰ্গাদাস বড়োৰ হৈ বিভিন্ন স্থানত সভা মেল আয়োজন কৰি প্ৰচাৰ কাৰ্য চলাই যোৱা পৰিলক্ষিত হৈছে।

01/04/2024

✍️যোৰহাট লোকসভা সমষ্টিত তপন কুমাৰ গগৈ বিপুল ভোটত জয়ী হ'ব |

01/04/2024

এতিয়া আপুনি Google Pay ৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব।
আপোনাৰ ম'বাইলত Google Pay আছে নেকি তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে।

28/03/2024

✍️কংগ্ৰেছ শূন্য হ'ব নিজৰ দোষতে।
✍️ভৱিষ্যত দিনত কংগ্ৰেছৰ অন্ধকাৰৰ বাদে একো নাই, এই মন্তব্য ড° অংকিতা দত্তৰ।

28/03/2024

গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ পৰা বিজয়ী হোৱাতো নিশ্চিত |

28/03/2024

দৰঙৰ গলন্দী হাবিত ভূমি বেদখলৰ অভিযোগ ।
ভুক্তভোগী ঘৰত নথকাৰ সুযোগ লৈ নিৰ্ধাৰিত সীমাৰ খুটা উভালী পেলোৱাৰ অভিযোগ ।

24/03/2024

প্ৰেমৰ সম্পৰ্কৰ নামত ভয়ংকৰ ফাদ ও প্ৰতাৰণা।

23/03/2024

আপুনি তৰমুজ খাই ভাল পায় নেকি?
Do you like to eat watermelon?

17/03/2024

জুৰীয়াৰ তিনিচুকীয়ীৰ গাঁৱৰ দিলদাৰ হুছেইন নামৰ যুৱক নিৰুদ্দেশ ।

16/03/2024

মৈৰাবাৰীত পকেটমাৰী আতংকৰ সৃষ্টি কৰা চুৰকৰাইজে আটক কৰি গতালে মৈৰাবাৰী আৰক্ষীক।

16/03/2024

চৰাইদেউ জিলা চাৰিসীমা লৈ বিতৰ্ক মাহমৰাৰ সমষ্টিৰ দুটা পঞ্চায়তক বাদ দিয়াৰ ব্লুপ্ৰিণ্ট ৰচনাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া ভোট বৰ্জনৰো হুংকাৰ।

16/03/2024

বিজেপিৰ নেতা সুৰেশ বৰাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক চেৰ পেলাই এইবাৰ বিজেপিয়ে দখল কৰিব বুলি উল্লেখ কৰে।

15/03/2024

মৈৰাবাৰীত নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই সাংবাদিকৰ এক সাক্ষাৎকাৰত আজমলে মিঞা এম
পি নগাঁৱৰ পৰা সংসদত পঠোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

15/03/2024

🛑নগাঁৱৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে শিখা শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ।
🛑জুৰীয়াৰ সোনাইবেৰাত ঘৰে ঘৰে সোমাই চলাই আছে নিৰ্বাচনী প্ৰচাৰ।

14/03/2024

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কা' আইনখন অসমৰ ওপৰত জাপি দি "অসম চুক্তি"খনক ধ্বংস কৰিলে।

14/03/2024

মোদী চৰকাৰে আমাৰ উপৰত বুজা চাপি দিব বিচাৰিছে।

14/03/2024

চেহেৰীত ভুলতেও নাখাব এই ৬বিধ খাদ্য; হ’ব পাৰে এই অসুবিধা।

13/03/2024

এই পাতৰ ৰস দুচামুচ খালেই যথেষ্ট! কোনো ঔষধৰ আৰু প্ৰয়োজন নাই!

13/03/2024

ডবকাত হোজাই জিলা ছাত্ৰ সন্থাই ওলোৱা জোৰ সমদলত বাধা প্ৰদান হোজাই জিলা আৰক্ষীৰ ৷

12/03/2024

এই ৰমদান মাহত মাত্ৰ ১২ টকাৰে এটা ইটাৰ দাম দি সহায় কৰক আৰু আপুনিও ভাগী হওক এই চোৱাবৰ।

12/03/2024

বলবৎ হোৱাৰ পাছতেই ৰূপহী হাটত প্ৰতিবাদ।

ছাত্ৰ সন্থাৰ ৰূপহী আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ।

নৰেন্দ্ৰ মোদী মূৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদৰে সাব্যস্ত কৰে এই প্ৰতিভাত

শতাধিক আছু কৰ্মীয়ে ৰাজপথত সাব্যস্ত কৰিছে প্ৰতিবাদ।

12/03/2024

ধিং থানা গাঁও ৰক্ষী বাহিনীৰ মাহেকীয়া সভাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে গাঁও ৰক্ষীয়ে।

11/03/2024

চিম কাৰ্ড অবিহনে চলিব ভিডিঅ! কিন্তু মোবাইলত থাকিব লাগিব এই অপচন!

09/03/2024

মৈৰাবাৰীৰ শি*শুক যৌ*ন নিৰ্যা*তনকাৰীক কৰায়ত্ত।

09/03/2024

ধিঙত নাৰী নিৰ্যা*তনৰ ঘটনা।
মা ইটাভাটাত বিবাহিত পুৰুষে বলপূৰ্বকবাবে বিয়া কৰোৱাৰ অভিযোগ।

08/03/2024

ধিঙৰ কটহগুৰিৰ কংগ্ৰেছৰ কৰ্মী সভাত সাংসদ গৌৰৱ গগৈ।

04/03/2024

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত চেঙা এম পাৰাত ৰফিকুল ইছলামৰ নেতৃত্বত অসম গণ পৰিষদ দলৰ ভাতৃ স;গঠন অসম যুৱ পৰিষদৰ‌ সমষ্টি সমিতিৰ বিষয় ববীয়া সকলক লৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়।

04/03/2024

সৰুচলা শ্বাহি জামে মছজিদত ৰমজান মাহৰ বাবে ইমামৰ প্ৰয়োজন।

03/03/2024

মাত্ৰ এক মিনিটত আপুনি আপোনাৰ ভাগ্য পৰীক্ষা কৰিব বিছাৰে নেকি! 8822017266

02/03/2024

প্ৰেমৰ প্ৰলো*ভনেৰে এগৰাকী নাবালি*কাক যৌ*ন নিৰ্যা*তন লম্প*টৰ।

Address

Morigaon

Telephone

+918822017266

Website

Alerts

Be the first to know and let us send you an email when STV News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to STV News Assam:

Videos

Share