মৰাণৰ কল্যাণ বৃদ্ধাশ্ৰমত এগৰাকী আইতাৰ বিহুগীত।।।
#highlightsシ゚ @topfans Highlight
#পাটসাঁকোৰ ৰাজহুৱা পুথিভৰাঁল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা লাচিত দিৱসত মন্ত্ৰী যোগেন মহনে সাংস্কৃতিক সন্ধিয়াত দেৱজিৎ ৰ সৈতে মঞ্চত পৰিৱেশন কৰিলে গীত। #highlightsシ゚
#highlightsシ゚ @highlight
কোন ৰাজ্যত কিমান স্মাৰ্ট মিটাৰ লগালে শুনক বিদ্যুৎ শইকীয়াৰ মুখেৰে #highlightsシ゚ @followers।
মৰাণত পৰিয়ালসহ দেৱী দূৰ্গাৰ আশীষ ললে ডিমৌ সমষ্টিৰ বিধায় সুশান্ত বৰগোঁহাইয়ে।
#highlightsシ゚ #puja2024 @followers
মৰাণৰ কোনো কাৰ্য্যালয় স্থানান্তৰ কৰা নহয়
-মন্ত্ৰী বিমল বড়া @followers Highlight #highlightsシ゚
"কংগ্ৰেছৰ এজনো লোক মূখ্যমন্ত্ৰীৰ বাবে উপযুক্ত নহয়" -- মন্ত্ৰী যোগেন মহন
#highlightsシ゚ @followers
মৰাণত মুকলি এটা আকৰ্ষণীয় হো'মষ্টে ৷ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৰ্য়া নামৰ এই হোমষ্টেতোৰ কোঠালী সমূহো অতি উন্নত মানদণ্ডৰ ৷ আৰ্য়া হোমষ্টেত অকলশৰীয়াকৈ বা পৰিয়ালসহ থকা-খোৱা সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিছে হোমষ্টে কতৃপক্ষই ৷ মৰাণৰ ছেইণ্ট যোছেফ স্কুলৰ সমীপতে অৱস্থিত এই হোমষ্টেতো ৷ অতি আকৰ্ষণীয় মূল্যতে উপলব্ধ হ'ব আৰ্য়া হোমষ্টেৰ কোঠালী ৷ যোগাযোগ নম্বৰ 7002620110 ৷
#highlightsシ゚
মৰাণত মুকলি এটা আকৰ্ষণীয় হো'মষ্টে ৷ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৰ্য়া নামৰ এই হোমষ্টেতোৰ কোঠালী সমূহো অতি উন্নত মানদণ্ডৰ ৷ আৰ্য়া হোমষ্টেত অকলশৰীয়াকৈ বা পৰিয়ালসহ থকা-খোৱা সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিছে হোমষ্টে কতৃপক্ষই ৷ মৰাণৰ ছেইণ্ট যোছেফ স্কুলৰ সমীপতে অৱস্থিত এই হোমষ্টেতো ৷ অতি আকৰ্ষণীয় মূল্যতে উপলব্ধ হ'ব আৰ্য়া হোমষ্টেৰ কোঠালী ৷ যোগাযোগ নম্বৰ 7002620110 ৷ #highlightsシ゚
স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি মৰাণত বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয় ঘেৰাও কৰিলে ৰাইজৰ সহযোগত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।
👉হাতে-হাতে স্মাৰ্ট মিটাৰ লৈ, তেমোল পাণৰ শৰাই আগবঢ়াই প্ৰায় দুশ স্মাৰ্ট মিটাৰ জমা দিলে মৰাণ বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয়ত।
#highlightsシ゚ #CMOASSAM #APDCL @followers @topfans Highlight Apdcl Akhil Gogoi Fan's of Barak Valley, Assam
▶️ কাক ঘুচিয়াই নাক-মুখ ভাঙি দিব বিধায়ক ৰূপজ্যোতি কুর্মীয়ে !
▶️ কিয় ইমান খং ৰূপজ্যোতিৰ !
#highlightsシ゚ @followers
মৰাণৰ গড়কাপ্তানী পৰিদৰ্শন ভৱনত আজি ১৮ টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন একত্ৰিত হৈ এখনি সংবাদমেল সম্বোধন কৰে। বিশেষকৈ মৰাণৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৰকাৰে খোৱাংলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত চক্ৰান্ত ক বিৰোধিতা কৰে ১৮ টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে।
#highlightseveryone #highlight @followers @topfans Facebook Highlight
# মৰাণৰ হিংৰিজান চাহ-বাগিছাত মিঞাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
# এণ্ড্ৰয়ুইল কোম্পানীৰ অধীনৰ হিংৰিজান বাগিচাত দৰমহা নিয়মিত ভাৱে নোপোৱাৰ বাবে একাংশ শ্ৰমিকে বাগিচা কামত যোৱা নাছিল আৰু বাগিচাৰ পাত দীঘল হৈ গৈছে
# সেই অজুহাততে বাগিচা পৰিচালকে শিলিগুৰিৰ পৰা ২৪ জন মিঞা মানুহ আনি আজি বাগিচাৰ পাত তোলা কামত লগাই দিছিল
# ইয়াতে খৰ্গহস্ত হৈ পৰে শ্ৰমিক সকল আৰু মিঞাক খেদিবৰ বাবে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে
# বৰ্তমান বাগিচা পৰিচালকে এম্বোলেঞ্চত উঠাই মিঞা লোকসকলক কোনো অজ্ঞাত স্থানলৈ লৈ গৈছে বুলি জানিব পৰা গৈছে ।
#highlightseveryone #highlight @followers @topfans Highlight