12/08/2020
আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস INTERNATIONAL YOUTH DAY,
১২ আগষ্ট , প্ৰতি বছৰেই এই দিনটো আন্তৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। বছৰ শেষ হ'বলৈ ১৪১ দিন বাকী থাকে আৰু এই দিনটো হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৪তম দিন। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনাৰ কথা যদি আমি কবলৈ যাওঁ তেন্তে ১৯১৯ চনৰ এই দিনটোতে ভাৰতীয় মহাকাশ বিজ্ঞানী বিক্ৰম সাৰাভাইৰ জন্ম হৈছিল।আনহাতে ১৯০৮ চনৰ এই দিনটোতে অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা ৰবীন বেনাৰ্জীৰ জন্ম হৈছিল।
বিক্ৰম সাৰাভাই এজন ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয় আৰু ৰবীন বেনাৰ্জী হৈছে এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা।
August 12 is declared as the International Youth Day by United Nations to draw awareness about cultural and legal issues surrounding the youth of today.
In a day when you do not come across any problems, you can be sure that you are in a wrong way. Happy International Youth Day Everything in Life has a beautiful ending.. If the ending is not beautiful, then be sure its not yet the end.. Best wishes to you on this International Youth Day If you think yourselves weak, weak you will be, if you think yourselves strong, strong you will be.
Happy International Day all of you...❤️
(শুভ আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস)