Assam Green Valley News 24×7.

Assam Green Valley News 24×7. Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Assam Green Valley News 24×7., Media/News Company, Margherita.

29/12/2023

নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ সপ্তম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ সফল সামৰণি

28/12/2023

কাৰ্বিআলং জিলাৰ ডিফুত চিল্ডেন ফেনচ ক্লাৱৰ উদ্যোগত শিশু প্ৰেৰণা বঁটা ২০২৩ প্ৰদান

26/12/2023

নলবাৰী চহৰত চিলিণ্ডাৰ বিস্ফোৰণ

26/12/2023

নলবাৰীত বীৰ বাল দিৱস উৎযাপন

অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতি কাৰ্যকৰী সভাপতি পদত অধিষ্ঠিত  ডিব্ৰুগড় জিলাৰ চাবুৱাৰ যুৱ নেতা যুগল বৰুৱালৈ বৈপ্লৱিক ...
26/12/2023

অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতি কাৰ্যকৰী সভাপতি পদত অধিষ্ঠিত ডিব্ৰুগড় জিলাৰ চাবুৱাৰ যুৱ নেতা যুগল বৰুৱালৈ বৈপ্লৱিক অভিনন্দন ।

26/12/2023

পেঙেৰীত অনুষ্ঠিত এক অনুষ্ঠানত স্থানীয় শিল্পীৰ দ্বাৰা--- "চিৰ চেনেহী মোৰ ভাষা জননী"

25/12/2023

ডিগবৈ-পেঙেৰী পথৰ অসম সাহিত্য সভাৰ স্মাৰক তোৰণৰ শুভ উদ্বোধন

24/12/2023

মাৰ্ঘেৰিটাত "বিকশিত ভাৰত সংকল্প যাত্ৰা"

23/12/2023

১০ বছৰীয়া কিশোৰী ৰহস্যজনক মৃত্যুক কেন্দ্ৰকৰি কৰি নিশা অসম অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি

23/12/2023

চুবুৰীয়া অসম-অৰুণাচল সীমান্ত বৰডুমচা আজিও হৈ আছে উত্তপ্ত।

অসম-অৰুণাচলৰ প্ৰৱেশ পথ বন্ধ।

অসম অৰুণাচলৰ যাতায়ত ব্যৱস্থাৰ ব্যাহত

22/12/2023

১০ বছৰীয়া কিশোৰী ৰহস্যজনক মৃত্যুক কেন্দ্ৰকৰি নিশা অসম অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি

*চুবুৰীয়া অৰুণাচল প্ৰদেশত অসমৰ ছাত্ৰীৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ।

চুবুৰীয়া অৰুণাচল প্ৰদেশত পলী শইকীয়া নামৰ অসমৰ এগৰাকী ১০ বছৰীয়া ছাত্ৰী ৰহস্যজনক আত্মহত্যা ঘটনাক কেন্দ্ৰকৰি নিশা উত্তপ্ত হৈ পৰে অসম অৰুণাচল সীমান্তৰ বৰডুমচা।

চুবুৰীয়া অৰুণাচল প্ৰদেশত কৰ্মৰত এগৰাকী শিক্ষয়িত্ৰীয়ে পেঙেৰী আৰক্ষীৰ থানাৰ অন্তৰ্গত টেকেৰী গাঁৱৰ ১০ বছৰীয়া পৰীক পঢ়া শুনা কৰাব বুলি অৰুণাচললৈ লৈ গৈছিল।

কিন্তু কালি পৰিয়ালৰ লোকে জানিবলৈ পায় যে কিশোৰী গৰাকীয়ে ডিঙিত চিপ লৈ আত্মহত্যা কৰিছে।

পৰীয়ালৰ লোকৰ অভিযোগ যে ই এক পৰিকল্পিত হত্যাকাণ্ড।

পৰীয়ালৰ লোকৰ অভিযোগ পলীৰ সমগ্ৰ শৰীৰত নিৰ্যাতন চিহ্ন পৰিস্ফুত হৈ আছিল ।

এই ঘটনাৰ এক উচিত তদন্ত বিচাৰি স্থানীয় কেইবাটাও দল সংগঠনে ৰাইজৰ সহযোগত নিশা অসম অৰুণাচল সীমান্তৰ বৰডুমচা গেট অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

বৰ্তমানলৈকে ৰাইজে বৰডুমচা গেট অৱৰোধ কৰি ৰখা বুলি জানিব পৰা গৈছে।

21/12/2023

নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ বিশাল বাইক ৰেলী

তিনিচুকীয়াত ১৪৪ ধাৰা(US-144 CR.P.C) জাৰি জিলা প্ৰশাসনৰ ।২০ ডিচেম্বৰ ২০২৩ ৰ পৰা পৰৱৰ্তী নিৰ্দ্দেশনা নিদিয়া পৰ্যন্ত বাহাল ...
21/12/2023

তিনিচুকীয়াত ১৪৪ ধাৰা(US-144 CR.P.C) জাৰি জিলা প্ৰশাসনৰ ।

২০ ডিচেম্বৰ ২০২৩ ৰ পৰা পৰৱৰ্তী নিৰ্দ্দেশনা নিদিয়া পৰ্যন্ত বাহাল থাকিব জিলাখনত ১৪৪ ধৰা*

তিনিচুকীয়া ২১ ডিচেম্বৰঃ সমাগত নৱবৰ্ষত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে সমগ্ৰ তিনিচুকীয়া জিলাৰ বিভিন্ন বনভোজস্থলীৰ লগতে নদীৰ ঘাট সমূহত প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ।জিলাখনৰ বনভোজস্থলীত উ্চ্চ স্বৰত স্পিকাৰ , ডিজে আদিৰ লগতে বনভোজ স্থলীত মাদক দ্ৰব্য সেৱন আৰু বিক্ৰীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা প্ৰশাসনৰ। অন্যহাতে বনভোজৰ উল্লাসৰ বাবে জিলাখনত যান-বাহনৰ ক্ষেত্ৰতো বহুকেইটা নিষেধাজ্ঞা জৰি কৰিছে প্ৰশাসনে। এতিয়াৰে পৰা জিলাখনত দুচকীয়া বাহনত দুজন বহাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে। স্কুললৈ অহা যোৱা কৰা ছাত্র ছাত্ৰী, ৬০ বছৰ উৰ্দ্ধৰ ব্যক্তি, কৰ্তব্য সম্পাদন কৰিবলৈ যোৱা চৰকাৰী কৰ্মচাৰী, স্বাস্থ্য বিভাগৰ কৰ্মচাৰী, আৰক্ষী, প্ৰতিৰক্ষা বাহিনী, সাংবাদিক, উকীল আদিক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে। মাদক দ্ৰব্য সেৱন কৰি গাড়ী , বাইক চলোৱা , হেলমেট অবিহনে বাইক চলোৱা , ছীটবেল্ট পৰিধান নকৰাকৈ গাড়ী চলোৱা, মটৰ চাইকেলত উচ্চ শব্দ কৰা চাইলেনঞ্চাৰ ব্যৱহাৰ, আদিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে।

21/12/2023

নিস্বাৰ্থ মানৱ সেৱাৰে মাৰ্ঘেৰিটাত এক নিদৰ্শন দাঙি ধৰিছে ভাস্কৰ শৰ্মা ফেনচ ক্লাৱে

20/12/2023

নলবাৰীৰ ৮১ সংখ্যক সিলগোসাঁনী সভা মহোৎসৱ ব্যাপক প্ৰস্তুতি

২২ ডিচেম্বৰত তিনিচুকীয়াত স্থানীয় বন্ধ ঘোষণা। শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে তিনিচুকীয়া জিলাত স্থানীয় ব...
20/12/2023

২২ ডিচেম্বৰত তিনিচুকীয়াত স্থানীয় বন্ধ ঘোষণা।

শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে তিনিচুকীয়া জিলাত স্থানীয় বন্ধ ঘোষণা নিৰ্দ্দেশনা জাৰি কৰিছে তিনিচুকীয়া জিলা আয়ুক্ত মাননীয় সপ্নীল পালে। জিলাখনৰ সকলোবোৰ চৰকাৰী কাৰ্যালয় বন্ধ থাকিব উক্ত দিনা। অৱশ্যে পূৰ্বেই নিন্ধাৰিত হৈ থকা বিদ্যালয়ৰ পৰীক্ষা ইণ্টাৰভিউ আদি ক্ষেত্ৰত এই নিৰ্দ্দেশনা কাৰ্যকৰি নহব বুলিও নিৰ্দ্দেশনাটোত উল্লেখ আছে।

19/12/2023

বৰনগৰ বানেকুছিৰ মিলন হাইস্কুলৰ বিদ্যালয় সপ্তাহ আৰম্ভ

Address

Margherita

Website

Alerts

Be the first to know and let us send you an email when Assam Green Valley News 24×7. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share