News only Assamese language and local News
(1)
Address
Dumunichowki Dipila Road
Mangaldai
784145
Telephone
Website
Alerts
Be the first to know and let us send you an email when Sangbad Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.
Contact The Business
Send a message to Sangbad Digital:
Videos
#পূৱ কামৰূপ কলেজৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান
বাইহাটা চাৰিআলিৰ ঐতিহ্যমণ্ডিত অগ্ৰণী শিক্ষনুষ্ঠানত পূৱ কামৰূপ কলেজৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকা। #sangbaddigital #sipajharnews #darrangnews #assam #everyone #kamrup #baihatachariali #PKC #pubkamrupcollege
#ছিপাঝাৰৰ দুমুনিচকীত ভয়ংকৰ পথ দুৰ্ঘটনা।
ছিপাঝাৰৰ দুমুনিচকীত ভয়ংকৰ পথ দুৰ্ঘটনা। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পাঁচজনকৈ জনকৈ লোক। #sangbaddigital #darrangnews #sipajharnews #accident #dumunichowki #everyone #accidentnews #assam
#দিহা নামেৰে বিশ্ব অভিলেখ গঢ়াৰ পূৰ্ণ প্ৰস্ততি
দিহা নামেৰে বিশ্ব অভিলেখ গঢ়াৰ পূৰ্ণ প্ৰস্ততি । অহা ১৭ ডিচেম্বৰত হ'বলগীয়া দিহানামৰ এই বিশ্ব অভিলেখৰ বাবে অসমৰ বিভিন্ন ঠাইৰ লগতে দৰং জিলাৰ আন্ধেৰীঘাটৰ সমিপৰ ঐতিহাসিক বৈনাৰা সএত অনুষ্ঠিত কৰা কৰ্মশালাত ৩০ তাতকৈও অধিক দলে যোগদান কৰে । #sangbaddigital #sipajharnews #darrangnews #everyone #assam #paschimdarrang
#দৰঙ আৰক্ষীৰ এটা দল বানেইকুছিৰ হত্যাকাণ্ড সংঘটিত হোৱা স্হানত উপস্হিত
জিম্মাত লৈয়ে অধিক তদন্তৰ বাবে হিতেশ কলিতা সহ দৰঙ আৰক্ষীৰ এটা দল বানেইকুছিৰ হত্যাকাণ্ড সংঘটিত হোৱা স্হানত উপস্হিত ৷ Crime scene recreation ৰ বাবে হত্যাকাৰী হিতেশ কলিতাক বানেইকুছি গাৱলৈ নিয়া হৈছে ৷ #sangbaddigital #sipajharnews #darrangnews #everyone #assam #banekushi
#ছিপাঝাৰৰ কিৰিংবৰীত তিহাৰ সন্মিলনঃ
ছিপাঝাৰৰ কিৰিংবৰীত তিহাৰ সন্মিলনঃ কিৰিংবৰী শাৰদা ভাই ভাই জ্যোতি সংঘ ৰ উদ্যোগত গোৰ্খা জনগোষ্ঠীৰ তিহাৰ (দীপাৱলীৰ বিস্তৃত ৰূপ) সন্মিলন উদযাপন কৰা হয়। #sangbaddigital #sipajharnews #darrangnews #everyone #assam #khalihoi #kuruwa #kirimbori
#ঐতিহাসিক শ্ৰীশ্ৰীৰুদ্ৰেশ্বৰ দেৱালয়ত জাগাৰ পূজা উদযাপনঃ
ঐতিহাসিক শ্ৰীশ্ৰীৰুদ্ৰেশ্বৰ দেৱালয়ত জাগাৰ পূজা উদযাপনঃ দৰঙৰ ঐতিহাসিক শক্তিপীঠ শ্ৰীশ্ৰীৰুদ্ৰেশ্বৰ দেৱালয়ত অতীজৰে পৰা চলিঅহা পৰম্পৰাগত জাগাৰ পূজা দুদিনীয়াকৈ উদযাপন কৰা হয়। #sangbaddigital #sipajharnews #darrangnews #everyone #assam
#ছিপাঝাৰ মহাবিদ্যালয়ৰ সোনালী জয়ন্তী উদযাপনৰ সংস্কৃতিক শোভাযাত্ৰা।
ছিপাঝাৰ মহাবিদ্যালয়ৰ সোনালী জয়ন্তী উদযাপনৰ সংস্কৃতিক শোভাযাত্ৰা। #sangbaddigital #everyone #assam #sipajharnews #darrangnews #sipajharcollege
#কামৰূপ জিলাৰ বেজেৰাত ভয়ানক অগ্নিকাণ্ডৰ ঘটনা।
কামৰূপ জিলাৰ বেজেৰাত ভয়ানক অগ্নিকাণ্ডৰ ঘটনা। ঘটনাস্থলিত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত। #sangbaddigital #everyone #assam
মন্ত্ৰী অশোক সিংহাল পুনৰ উপস্থিত হৈছেগৈ ছিপাঝাৰৰ কুৰুৱা অঞ্চলত।১৯৮৫ চনতে স্থাপিত হোৱা কুৰুৱা উত্তোলিত জলসিঞ্চন প্ৰকল্পৰ বুজ লবলৈ উপস্থিত হৈছেগৈ বিভাগীয় মন্ত্ৰী গৰাকী। #sangbaddigital #sipajharnews #darrangnews #everyone #assam #AshokSinghal #kuruwa #khalihoi
#ছিপাঝাৰৰ বানেইকুছিৰ ঘটনা সন্দৰ্ভত দৰং আৰক্ষীযে এজনক আটক কৰাৰ পিছতে সংবাদ মেল সম্বোধন
আৰক্ষীৰ সংবাদ মেল। ছিপাঝাৰৰ বানেইকুছিৰ ঘটনা সন্দৰ্ভত দৰং আৰক্ষীযে এজনক আটক কৰাৰ পিছতে সংবাদ মেল সম্বোধন কৰে দৰঙৰ উপ আৰক্ষী অধীক্ষকে(ক্ৰাইম) ৰজী তালুকদাৰে। #sangbaddigital #sipajharnews #darrangnews #everyone #assam #mritodeh #banekushi
#ছিপাঝাৰৰ বানেইকুছিৰ শৌচালয়ৰ টেংকিত মৃতদেহ উদ্ধাৰৰ ঘটনা সন্দৰ্ভত এজনক আটক।
ছিপাঝাৰৰ বানেইকুছিৰ শৌচালয়ৰ টেংকিত মৃতদেহ উদ্ধাৰৰ ঘটনা সন্দৰ্ভত এজনক আটক। #নিৰাপত্তা বেষ্টনীৰ মাজত আটকাধীন হিতেশ কলিতাক ছিপাঝাৰ থানাত হাজিৰ কৰালে আৰক্ষীয়ে। #sangbaddigital #sipajharnews #darrangnews #mritodeh #everyone #assam #banekushi
#ছিপাঝাৰৰ বানেইকুছিত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ। শৌচাগাৰৰ টেংকিত উদ্ধাৰ মহিলাৰ মৃতদেহ।
ছিপাঝাৰৰ বানেইকুছিত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ। শৌচাগাৰৰ টেংকিত উদ্ধাৰ মহিলাৰ মৃতদেহ। #sangbaddigital #sipajharnews #darrangnews #mritodeh #everyone #assam #banekushi
#কুৰুৱাত জলসিঞ্চন আঁচনি পৰিদৰ্শন কৰি অভিযন্তাক সকীয়নি মন্ত্রী অশোক সিংঘলৰ
কুৰুৱাত জলসিঞ্চন আঁচনি পৰিদৰ্শন কৰি অভিযন্তাক সকীয়নি মন্ত্রী অশোক সিংঘলৰ #sangbaddigital #sipajharnews #darrangnews #everyone #assam #জলসিঞ্চন #paramananda #AshokSinghal
#ছিপাঝাৰৰ জলসিঞ্চন বিভাগৰ আঁচনি পৰিদৰ্শন মন্ত্ৰী অশোক শিংহাল।
ছিপাঝাৰৰ জলসিঞ্চন বিভাগৰ আঁচনি পৰিদৰ্শন মন্ত্ৰী অশোক শিংহাল। কুৰুৱা উত্তোলক জলসিঞ্চন প্ৰকপ্ল পৰিদৰ্শন । #sangbaddigital #everyone #assam #sipajharnews #darrangnews
অসম কৃষক পৰিষদৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্যই কৃষকৰ সমস্যাসমূহ সংবাদ মাধ্যমৰ যোগেদি এইদৰে ব্যক্ত কৰে । #sangbaddigital #everyone #assam #baihatachariali #kamrup
#ছিপাঝাৰত জলসিঞ্চন মন্ত্ৰী অশোক শিংহাল।
ছিপাঝাৰত জলসিঞ্চন মন্ত্ৰী অশোক শিংহাল। ছিপাঝাৰৰ জলসিঞ্চন বিভাগৰ আঁচনি পৰিদৰ্শন কৰিবলৈ আহি ৰাইজৰ প্ৰশ্নবানৰ সন্মুখীন মন্ত্ৰী গৰাকী। #sangbaddigital #sipajharnews #everyone #assam #AshokSinghal #paramananda #জলসিঞ্চন
#কাতিমহীয়া নাগাৰা নাম পৰিবেশন।
কাতিমহীয়া নাগাৰা নাম পৰিবেশন। কামৰূপ জিলাৰ অন্তৰ্গ শালমাৰা গাঁওৰ নদী চুবুৰী নামঘৰৰ সৌজন্যত নৱম বার্ষিক কাতিমহীয়া নাগাৰা নাম অনুষ্ঠান আয়োজন কৰা হয়। #sangbaddigital #sipajharnews #nagaranaam #everyone #kamrup #Assam #salmara
#বাৰ্ষিক কাতি মহীয়া নাম উদযাপন।
বাৰ্ষিক কাতি মহীয়া নাম উদযাপন। খেহিনীপাৰাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগনৰ বিষ্ণু চুবুৰীৰ বাৰ্ষিক কাতি মহীয়া নাম উদযাপন।এই নাগাৰা নামত উপস্থিত থাকে বিশিষ্ট বোলছবি জগতৰ অভিনেত্ৰী চেতনা দাস বাইদেউ। #sangbaddigital #darrangnews #sipajharnews #everyone #assam #mangaldainews #kamrup #baihatachariali #nagaranaam
#তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ছিপাঝাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি।
তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ছিপাঝাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি।শনিবাৰে মহাবিদ্যালয়ত উদযাপন সমিতিয়ে এখনি সংৱাদমেল যোগে এই কথা সদৰি কৰে। #sangbaddigital #sipajharnews #darrangnews #everyone #assam #sipajharcollege
#দৰঙৰ দুমুনীচকী ইংলিছ স্কুলৰ পুৰস্কাৰ বিতৰণ আৰু অভিভাৱক দিৱস অনুষ্ঠান সম্পন্ন।
দৰঙৰ দুমুনীচকী ইংলিছ স্কুলৰ পুৰস্কাৰ বিতৰণ আৰু অভিভাৱক দিৱস অনুষ্ঠান সম্পন্ন। #sangbaddigital #sipajharnews #darrangnews #everyone #assam #dumunichowki #pachimdarrang #dumunichowkienglishschool
#খটৰা সত্ৰ স্নাতক মহাবিদ্যালয়ত এক পৰ্যটন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়।
দৰঙৰ ঐতিহাসিক খটৰা সত্ৰৰ সৌজন্যত শৰাইঘাট মহাবিদ্যালয়ৰ পৰ্যটন আৰু ভ্ৰমণ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত আজি খটৰা সত্ৰ স্নাতক মহাবিদ্যালয়ত এক পৰ্যটন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। #sangbaddigital #everyone #assam #pachimdarrang #sipajharnews #mangaldainews #darrangnews
#শিক্ষকক শিক্ষক হিচাবে মান দিয়াৰ দাবী সদৌ অসম D.EL,ED উত্তীৰ্ণ Tutor শিক্ষক সন্মিলনৰ।
শিক্ষকক শিক্ষক হিচাবে মান দিয়াৰ দাবী সদৌ অসম D.EL,ED উত্তীৰ্ণ Tutor শিক্ষক সন্মিলনৰ। বাইহাটা চাৰিআলিত অনুষ্ঠিত হোৱা সংবাদ মেল সংম্বোধন কৰি তেওঁ লোকে কয় য়ে দিন হাজিৰা কৰা লোকত কৈও কম মজুৰিৰে কাম কৰি আছে টিউটৰ শিক্ষকসলে। #sangbaddigital #everyone #assam #baihatachariali
দৰঙৰ দুমুনীচকী ইংলিছ স্কুলৰ পুৰস্কাৰ বিতৰণ আৰু অভিভাৱক দিৱস পালন । আজিৰ প্রথম দিনৰ কায্যসূচী বৰ্নিল সাংস্কৃতিক শোভাযাত্ৰা। #sangbaddigital #sipajharnews #pachimdarrang #mangaldainews #darrangnews #everyone #assam #dumunisoki #dumunichowki #Englishschool
কুঁহিয়াৰ কুছিৰ বিস্তীৰ্ণ কৃষি পথাৰত শূৰ পোকৰ আক্ৰমণঃ কৃষক ৰাইজৰ হাহাঁকাৰ #sangbaddigital #pachimdarrang #mangaldainews #sipajharnews #darrangnews #everyone #assam #dcdarrang
শ্বহীদ মোজামিল হক সোঁৱৰণী আমন্ত্ৰণীমূলক প্ৰাইজমাণি ফুটবল খেল প্ৰতিযোগীতা। #sangbaddigital #sipajharnews #mangaldainews #darrangnews #everyone #assam #pachimdarrang #duni
Shortcuts
Category
Other News & Media Websites in Mangaldai
-
Darrang
-
Dalgaon
-
Dipila
-
Dhula
-
Barkola
-
Mangaldoi Darrang
-
Near Dumunichowki
-
784125
-
Civil Hospital Road
-
Duliapara
-
784125