Hafize Gulzar Hussain

Hafize Gulzar Hussain Islam

01/02/2024
و ارسل عليهم طيراً ابابيل!!!
22/01/2024

و ارسل عليهم طيراً ابابيل!!!

Darul Uloom Bechimari Hafizia Qariyana Madrasa on the occasion of 77th Independence Day Celebration!
15/08/2023

Darul Uloom Bechimari Hafizia Qariyana Madrasa on the occasion of 77th Independence Day Celebration!

দাৰুল উলুম বেছিমাৰি হাফিজীয়া ক্বাৰিয়ানা মাদ্ৰাছাৰ তৰফৰ পৰা  #বিশ্ব_পৰিৱেশ_দিৱসৰ_অলেখ_শুভেচ্ছা!!!
05/06/2023

দাৰুল উলুম বেছিমাৰি হাফিজীয়া ক্বাৰিয়ানা মাদ্ৰাছাৰ তৰফৰ পৰা
#বিশ্ব_পৰিৱেশ_দিৱসৰ_অলেখ_শুভেচ্ছা!!!

02/05/2023
11/04/2023

জাকাতের একটি সহজ হিসাব।

Darul Uloom Bechimari Hafizia Qariana Madrassa
26/03/2023

Darul Uloom Bechimari Hafizia Qariana Madrassa

24/03/2023
ماہ رمضان المبارک ١٤٤٤ھ کا چاند 🌙 نظر نہیں آیا!!!
22/03/2023

ماہ رمضان المبارک ١٤٤٤ھ کا چاند 🌙 نظر نہیں آیا!!!

23/01/2023

اللَّهُمَّ بَارِكْ لَنَا فِي رَجَبَ وَشَعْبَانَ وَبَلِّغْنَا رَمَضَانَ !
Allah bless us in Rajab and Sha'ban and reach us Ramadan!

17/01/2023

Traveling to Guwahati.........................

31/12/2022

اهدنا الصراط المستقبل.

18/12/2022

নেট দুনিয়ায় সেরা ভাইরাল গজল! || Tahiatul kaisar tasbin || Jonmo Amar Nobir Juge || Sunni tv ||Published by : SUNNI TVLecturer : Tahiyatul Kaisa...

18/12/2022
অসমৰ ১২২ গৰাকী হক্কানী আলিমে ধর্মসভা সম্বন্ধীয় এটা চিন্তন বৈঠকত সর্বসন্মত ভাৱে কিছু অতি গুরুত্বপূর্ণ প্রস্তাৱ গ্রহণ কৰি...
15/12/2022

অসমৰ ১২২ গৰাকী হক্কানী আলিমে ধর্মসভা সম্বন্ধীয় এটা চিন্তন বৈঠকত সর্বসন্মত ভাৱে কিছু অতি গুরুত্বপূর্ণ প্রস্তাৱ গ্রহণ কৰিছে। ধর্মসভা আয়োজন কৰোঁতে ৰাইজে কথাবোৰ মন দিলে ইমান আক্বীদাৰ সংৰক্ষণত সহায়ক হব..
মুছলিম এলেকাবোৰত সময়ে সময়ে দ্বীনি জলছা / ধর্মসভা অনুষ্ঠিত হৈ থাকে । ইয়াৰ দ্বাৰা মানুহৰ ধৰ্মীয় চেতনাবোধ ঈমান - একীন , আমল - আখলাক তথা শ্বৰীয়তৰ গুৰুত্ব সম্পর্কে আৰু মুছলিম সমাজত অনুপ্ৰৱেশ ঘটা অনৈছলামিক ৰীতি - নীতি , কৃষ্টি - সংস্কৃতি আদিৰ কু - প্ৰভাৱ সম্পর্কে আলিমসকলে বক্তব্য ৰাখে।কিন্তু এই নেক আৰু পৱিত্ৰ উদ্দেশ্য বাস্তবায়িত কৰাত বহুত অঞ্চলৰ মানুহ কিছু সংখ্যক পেচাদাৰী তথাকথিত আলিমৰ প্ৰৱঞ্চনাৰ বলি হৈ নিজৰ ঈমান একীনক ক্ষতিগ্রস্থ কৰা পৰিলক্ষিত হৈছে । আমন্ত্ৰিত ধৰ্মসভাৰ অতিথিসকলৰ প্ৰকৃত স্বৰূপ , আখলাক - চৰিত্ৰ আৰু দৃষ্টিভংগী সম্পর্কে অজ্ঞতাৰ বাবে কেৱল বাকপটুতাৰ খাতিৰত আমন্ত্ৰণ কৰি অনা দেখা যায় । এই শ্রেণীৰ তথাকথিত আলিমসকলে এই সুযোগতে ধৰ্মৰ নামত , ঈমান একীনৰ নামত মানুহে অনুভৱ নকৰাকৈ কিছু ঈমান বিধ্বংসী বিষাক্ত বীজ ৰোপন কৰা আমাৰ পৰিলক্ষিত হৈছে । অতি সম্প্রতি বহিঃৰাজ্য তথা বহিৰ্দেশৰ পৰা আমন্ত্ৰণ কৰি অনা পেচাদাৰী তথাকথিত আলিম বিশিষ্ট উলামায়ে কেৰামৰ সন্মূখত ধৰা পৰি তেওঁলোকৰ চক্ৰান্তৰ কথা স্বীকাৰ কৰিবলৈ বাধ্য হৈছে । এই ধৰণৰ ঘটনা বহুত ঠাইত ঘটি থকা সম্পর্কে সচেতন আলিম মহল নিশ্চয় অজ্ঞাত নহয় ৷ ধৰ্মৰ নামত মানুহক বিধৰ্মী বনোৱাৰ এই ধৰণৰ ষড়যন্ত্র কোনোমতেই প্ৰশ্ৰয় দিব নোৱাৰি । সেয়েহে যোৱা ২০/১২/২০১১ ইং তাৰিখ অসমৰ আলিমকুল শিৰোমণি কুতবে আলম দাৰুল উলুম বাঁচকান্দি মাদ্ৰাছাৰ শ্বেখুল হাদীছ হজৰত মওঃ আহমদ আলী চাহার ( ৰঃ ) ৰ যোগ্য উত্তৰসূৰী বিশিষ্ট আলিমে দ্বীন চাহেবজাদা মুহতৰম হজঃ মওঃ ইয়াহ্‌য়া চাহাবৰ নেতৃত্বত অসমৰ শতাধিক উলামায়ে কেৰামৰ এখন বৈঠক আল- জামিআতুল ইছলামীয়া খানকাহে মদনী চাপৰ মাদ্ৰাছাত অনুষ্ঠিত হয় আৰু উক্ত সভাত গুৰুত্বপূৰ্ণ ছয়টা প্ৰস্তাৱ গ্ৰহণ কৰা হয়।গৃহীত প্ৰস্তাৱসমূহ মুছলমানসকলৰ মান - একীনৰ হিফাজতৰ খাতিৰত হুবহু প্ৰচাৰ কৰা হ’ল । লগতে প্রত্যেক অঞ্চলৰ মুছলমান সকলক ইয়াৰ বহুল প্ৰচাৰৰ ব্যৱস্থা কি ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হ'ল ।
১ ম প্ৰস্তাৱঃ- আজিৰ সভাই সৰ্বসন্মতিক্রমে এই সিদ্ধান্ত গ্ৰহণ কৰে যে প্রত্যেক দ্বীনি জলচা / ধর্মসভা সাব্যস্ত উলামায়ে হক্কানীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উচিত আৰু বক্তা উলামায়ে কেৰামে বিষয়ভিত্তিক ওৱাজ - নছীহত কৰিব লাগে ।
2য় প্ৰস্তাৱঃ- বক্তা হিচাবে কোনোবাক আমন্ত্ৰণ কৰাৰ পূৰ্বে তেওঁৰ সম্পৰ্কে সম্পূৰ্ণৰূপে জানি লোৱা জৰুৰী যে সেই বক্তাজনৰ নজৰিয়া দৃষ্টিভংগী , আকীদা - বিশ্বাস , মছলক কি ? অধিকন্তু গানৰ সূৰত সূৰ দি ওয়াজ - নছীহত কৰাৰ অশুভ ধাৰা বন্ধ কৰিব লাগে বুলি আজিৰ সভাই সর্বসন্মত মত ব্যক্ত কৰে ।
৩ য় প্ৰস্তাৱঃ- বিশেষকৈ পেচাদাৰী স্থানীয় , অইন দেশ বা বহিৰাজ্যৰ পৰা অহা বক্তাৰ আগমনত অসমৰ দ্বীনি পৰিবেশ তথা সাধাৰণ মুছলমানৰ আক্বীদা - বিশ্বাসত অত্যন্ত বেয়া প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । সেয়ে দ্বীনি জলচা বা ধর্মসভাৰ দ্বাৰা যাতে সমাজত নতুন ফিনাৰ সূচনা নহয় আৰু সাধাৰণ মুছলমানৰ ঈমান বিপদগ্রস্থ নহয় তাৰ প্ৰতি উলামাসকলে সেই শ্ৰেণীৰ পেচাদাৰী বক্তাৰ পৰা মুছলমান সমাজক মুক্ত ৰখা অতীব প্রয়োজন বুলি সিদ্ধান্ত গ্ৰহণ কৰে ।
৪ র্থ প্ৰস্তাৱঃ- আজিৰ সভাই অত্যন্ত উদ্বেগ প্ৰকাশ কৰি এই প্ৰস্তাৱ গ্ৰহণ কৰে যে প্ৰয়োজনীয় আৰু যথেষ্ট দ্বীনি ইলিম তথা শ্বৰীয়তৰ জ্ঞান নথকা তথাকথিত পেচাদাৰী বক্তাসকলক ধর্মসভাত বক্তৃতা প্ৰদানৰ ক্ষেত্ৰত চূড়ান্ত সতর্কতা অৱলম্বন কৰা হওক ।
৫ ম প্ৰস্তাৱঃ- আজিৰ সভাই উলামায়ে কেৰামৰ সম্পৰ্ক সাধাৰণ মানুহৰ লগত দিনকদিনে কমি অহাৰ কাৰণে বিভিন্ন ধৰণৰ নতুন ফিৎনাৰ আবিৰ্ভাৱ হোৱা লক্ষ্য কৰিছে । এই ফিত্না দূৰ কৰাৰ কাৰণে উলামায়ে কেৰাম আৰু বিশেষকৈ মাদ্ৰাছাৰ প্ৰতিজন শিক্ষকে নিজ নিজ এলাকাত মাদ্ৰাছাৰ ছাত্ৰ বা সেই অঞ্চলৰ তবলীগী জমাতৰ লগত জড়িত ভাইসকলক লগত লৈ সপ্তাহত কমেও এদিন দ্বীনি প্ৰগ্ৰাম আৰু ধৰ্মীয় আলোচনাৰ ব্যৱস্থা কৰিব লাগে । তদুপৰি উপযুক্ত শ্বেখ বা ছহীহ ত্বৰীকাৰ কোনো খলীফাৰ দ্বাৰা সাধাৰণ পুৰুষ মহিলাক বয়েত পঢ়োৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । প্ৰতিজন আলিমে ছুন্নত ত্বৰীকাত যাতে বয়ান কৰাৰ অভ্যাস কৰে তাৰ প্ৰতি সকলোৱে যত্নপৰ হব লাগে বুলি আজিৰ সভাই মত ব্যক্ত কৰে ।
৬ ম প্ৰস্তাৱঃ- আজিৰ সভাই সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰে যে প্রত্যেক এলাকাত পাঁচজনীয়া উলামাৰ এটা জামাত গঠন কৰিব লাগে । এই জামাতে সেই অঞ্চলত অনুষ্ঠিত সকলো দ্বীনি জলচাৰ ক্ষেত্ৰত সতর্ক দৃষ্টি ৰাখিব যাতে জলছাৰ সুযোগ লৈ কোনো ফিৎনাবাজ পেচাদাৰী বক্তা সেই অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে । তদুপৰি এই জামাতে সেই অঞ্চলৰ মুৰব্বী সকলক এই বিষয়ে আলোচনা কৰি বিষয়টোৰ গুৰুত্ব সম্পর্কে বুজোৱাৰ তথা উপলব্ধি কৰোৱাৰ অবিৰাম চেষ্টা চলাব লাগে বুলি সভাই সিদ্ধান্ত গ্ৰহণ কৰে ।
বিনীত :
১। মওলানা ইয়াহুয়া , শ্বেখে জামিয়া দাৰুল উলুম বাঁচকান্দি ২। মুফতী আঃ হক , দারুল উলুম বালাপাৰা ৩। মওলানা হজৰত আলী , বালাপাৰা ৪। মওলানা আব্দুল মজিদ , ধুবুৰী ৫। মুফতী আবু বকৰ , চুনাৰী ৬। মুফতী ছাদ উদ্দীন কাছিমী , গোৱালপাৰা ৭। মৌলানা সেখ ফকৰুদ্দিন হোজাই ৮। মৌলানা আকিলুৰ ৰহমান , হোজাই ৯। মৌলানা পাৰবেজ আলম কাচিমি , হোজাই ১০। মুফতি ছুবীহ আকতাৰ কাচিমি , হোজাই ১১। মওলানা আলতাফ হুছাইন , চুনাৰী ১২। মওলানা আব্দুল জব্বাৰ , ভাইটবাৰী ১৩। মুফতী আব্দুল মালিক , ভাইটবাৰী ১৪। মুফতী ইয়াহুয়া , কাজাইকাটা ১৫। মওলানা ছোলাইমান আলী , লক্ষীগঞ্জ ১৬। মওলানা শ্বেখ আছিৰুদ্দীন , চাপৰ ১৭। মওলানা আব্দুল মান্নান , পাণবাৰী ১৮। মওলানা নূৰ জালাল , পাণবাৰী ১৯। মওলানা ছদৰ উদ্দীন , লক্ষীপুৰ ২০। মুফতী নুৰুল ইছলাম , পালেংবাৰী ২১। মওলানা আবুল কাছিম , হাজাৰীপাৰা ২২। মওলানা আব্দুল গণী , গোসাইগাওঁ ২৩। মওলানা মোমিন হুছাইন , কোকৰাঝাৰ ২৪। মওলানা শাহজাহান , কাবাইটাৰী ২৫। মওলানা গিয়াছ উদ্দীন , সোণকোষ ২৬। মুফতী আব্দুল কাদিৰ , হাজিৰহাট ২৭। মুফতী ছামিউল ইছলাম , নলবাৰী ২৮। মওলানা আব্দুল হান্নান , সোনাপুৰ ২৯। মওলানা আমজাদ আলী কাছিমী , আমবাৰী ৩০। মুফতী কুৰবান আলী , চুনাৰী ৩১। মওলানা জাহান উদ্দীন , জৰুৱাৰচৰ ৩২। মওলানা আবুল কাছিম , গেৰামাৰী ৩৩। মওলানা নুৰুল ইছলাম , চাপৰ ৩৪। মওলানা আবুল হুছাইন , ৰঙামাটি ৩৫। মওলানা ছাদেক হুছাইন , দুতুৰী ৩৬। মওলানা মফিজুল ইছলাম , মাজেৰচৰ ৩৭। মওলানা আবু বকৰ , চালাকুৰা ৩৮। মওলানা বদিউজ জামান , ধর্মশালা ৩৯। মওলানা ইদ্রীছ আলী , ঢালিগাওঁ ৪০। মওলানা মনোৱাৰ হুছাইন , কালঝাৰ ৪১। মওলানা ছানোৱাৰ হুছাইন , হাতীপোতা ৪২। মওলানা আশ্রফ আলী দুৰামাৰী ৪৩। মওলানা আব্দুল মতলেব , ভদেয়াগুৰী ৪৪। মওলানা শহিদুল ইছলাম , চাপৰ ৪৫। মওলানা ইয়াছীন আলী , জিয়াগুৰী ৪৬। মওলানা হুছাইন আহমদ , খাৰুবান্দা ৪৭। মওলানা আব্দুৰ ৰহিম , মাগুৰমাৰী ৪৮। মওলানা আশ্রফ আলী , বালুৰচৰ ৪৯। মওলানা ছোহৰাব আলী , ভাণ্ডাৰা ৫০। মওলানা শ্বহিদুৰ ৰহমান , - পাৰা ৫১। মওলানা শামছুল হক , বাসুগাওঁ ৫২। মওলানা বদৰ উদ্দীন , গোৱালপাৰা ৫৩। মওলানা গোলাম মোস্তাফা , বালাজানী ৫৪। মওলানা ফখৰ উদ্দীন , বেৰভাঙ্গী ৫৫। মওলানা নুরুন নবী , হাতীপোতা ৫৬। মওলানা মজিবুৰ ৰহমান , ধর্মশালা ৫৭। মওলানা আব্দুল কৰিম , গৰাইমাৰী ৫৮। মওলানা আব্দুল মালিক , হাতীপোতা ৫৯। মওলানা আলিম উদ্দীন , পদ্মেৰ আলগা ৬০। মওলানা আব্দুল বাতেন , দুতুৰী ৬১। মুফতী ছাইদুৰ ৰহমান , পাতিলাদহা ৬২। মওলানা বিলাল হুছাইন , কুণ্ডিৰচৰ ৬৩। মওলানা লুৎফুৰ ৰহমান , খনিমাৰী ৬৪। মওলানা আমিনুল ইছলাম , চিদামাৰা ৬৫। হাফিজ লোকমান হাকিম , চাপৰ ৬৬। মুফতী আব্দুৰ ৰশীদ , চুনাৰী ৬৭। মুফতী হুছাইন আহমদ , চুনাৰী৬৮। মুফতী শ্বাহ জামাল , চুনাৰী ৬৯। মুফতী ৰকিবুল ইছলাম , চুনাৰী ৭০। মওলানা জয়নুল আবেদীন , চুনাৰী ৭১। মুফতী আব্দুল কৰিম , চুনাৰী ৭২। মওলানা আহমদ হুছাইন , চুনাৰী ৭৩। মওলানা আব্দুল ওৱাজে , চুনাৰী ৭৪। মওলানা মহিউদ্দীন , চুনাৰী ৭৫। হাফিজ আব্দুল আউৱাল , চুনাৰী ৭৬। মওলানা নুৰুদ্দীন , লক্ষীপুৰ ৭৭। মুফতী শহিদুল ইছলাম , লক্ষীপুৰ ৭৮। মওলানা নুৰ মোহাম্মদ , লক্ষীপুৰ ৭৯। মওলানা নাছিৰ উদ্দীন , লক্ষীপুৰ ৮০। মওলানা মনোৱাৰ হুছাইন , লক্ষীপুৰ ৮১। হাফিজ শাহ আলম , লক্ষীপুৰ ৮২। মওলানা আবুল হাশিম , লক্ষীগঞ্জ ৮৩। মওলানা ছাজিদুৰ ৰহমান , হাজাৰীপাৰা ৮৪। মওলানা আবুল কাছিম , হাজাৰীপাৰা ৮৫। মওলানা আবুল কাছিম , হাজাৰীপাৰা ৮৬। মওলানা আনোৱাৰ হুছাইন হাজাৰীপাৰা ৮৭। মওলানা মুমিন হুছাইন , খুটামাৰী ৮৮। মওলানা আব্দুল কৰিম , খুটামাৰী ৮৯। মওলানা আব্দুল মালিক , কোকৰাঝাৰ ৯০। হাফিজ মতিউৰ ৰহমান , কোকৰাঝাৰ ৯১। মওলানা মনজুৰ আলম , কোকৰাঝাৰ ৯২। মওলানা আব্দুল মান্নান , চিথিলা ৯৩। মওলানা আব্দুল গফুৰ , সাপটগ্রাম ৯৪। মওলানা আব্দুল গণি , গোসাইগাওঁ ৯৫। মওলানা মকবুল হুছাইন , বাঘমাৰী
৯৬। মওলানা গিয়াছ উদ্দীন , সোণকোষ ৯৭। মওলানা শাবান আলী , কাজাইকাটা ৯৮। মওলানা শহৰ আলী , নায়েৰ আলগা ৯৯। মওলানা আজিজুৰ ৰহমান , বালিৰচৰ ১০০। মওলানা আব্দুল মজিদ , বালিৰচৰ ১০১। মওলানা আব্দুল মান্নান , গুটিপাৰা ১০২। মুফতী আব্দুছ ছালাম , চিৰাকুটি ১০৩। হাফিজ আব্দুছ ছামাদ , ৰাণীগঞ্জ ১০৪। কাৰী ছিৰাজ উদ্দীন , খুদিগাওঁ ১০৫। মওলানা ইয়াছীন , জিয়াগুৰি ১০৬। মুফতী বজলুৰ ৰহমান , ধুবুৰী ১০৭। মুফতী আবুল হুছাইন , ধুবুৰী ১০৮। মওলানা আব্দুল আহাদ , ধুবুৰী ১০৯। মওলানা বাহেছ উদ্দীন ধুবুৰী ১১০। মওলানা আব্দুল কৰিম মাজেৰচৰ ১১১। মওলানা স্বাহজাহান , ফৰেষ্টগেট ১১২। মওলানা ইজ্জত আলী , জয়পুৰ ১১৩। মওলানা মইনুল হক , খৰমুজা ১১৪। মওলানা মুছলিম আলী মাজাহিৰি , কৃষ্ণাই ১১৫। মুফতী হাফিজ আবুবকৰ , কৃষ্ণাই ১১৬। মওলানা আব্দুল জব্বাৰ , কৃষ্ণাই ১১৭। মওলানা ছাইফুৰ ৰহমান , কৃষ্ণাই ১১৮। মওলানা আব্দুৰ ৰউফ , কৃষ্ণাই ১১৯। মওলানা কাৰী ছিৰীজুদ্দিন , কৃষ্ণাই ১২০। মওলানা আইনুল হক ,, কৃষ্ণাই ১২১। মওলানা মুজাহিদুল ইছলাম , কৃষ্ণাই ১২২। হাফিজ মওঃ আব্দুৰ ৰশ্বীদ , গোৱালপাৰা ।
তাহাফ্ফুজে খতমে নবুৱতৰ সভাপতি মুফতী আব্দুল হক ( বালাপাৰা ) ৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰচাৰিত ।

Address

Dalgaon Darrang
Mangaldai

Telephone

+919854631364

Website

Alerts

Be the first to know and let us send you an email when Hafize Gulzar Hussain posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Digital creator in Mangaldai

Show All