মৰমৰ মাজুলী-Moromor Majuli

মৰমৰ মাজুলী-Moromor Majuli সংস্কৃতিৰ বৰ ঘৰ মাজুলী। সমগ্ৰ বিশ্বত নিজৰ এক সুকীয়া পৰিচয় বহন কৰি অহা সত্ৰ নগৰী মাজুলীয়ে ৷
(4)

নমস্কাৰ বন্ধু-বান্ধৱী, ককাই-ভাই, বাই-ভনী, ভাই-ভনী আপোনালোক সকলোলৈকে মৰমৰ মাজুলী ফেচবুক পেজৰ তৰফৰ পৰা স্বাগতম জনালো। মাজুলীৰ হৈ কিবা এটা কৰাৰ অদম্য হেপাহ আছিল কিন্তু কিছু ব্যক্তিগত সমস্যাৰ বাবে বহু দুৰৈত থাকিব লগা হৈছে। তথাপিও মাজুলীয়ান হিচাপেই মোৰ চিনাকী বা মাজুলীয়েই মোৰ প্ৰথম পৰিচয়। আপোনালোকৰ সহায় সহযোগীতাৰ বাবেই মৰমৰ মাজুলী আজিৰ এই পৰ্যায় পাইছেহি।

সকলোলৈকে অশেষ ধন্যবাদ।
মৰমৰ মাজুলী Moromor Majuli

18/11/2024
15/11/2024

মাজুলীৰ ৰাস উৎসৱলৈ স্বাগতম জনালো🙏

14/11/2024

আজি মাজুলীলৈ কোন কোন আহিছে?

If you go to the historic Sri Sri Auniati Satra Palnam, you can enter this place and drink free cup of tea or cold water...
12/11/2024

If you go to the historic Sri Sri Auniati Satra Palnam, you can enter this place and drink free cup of tea or cold water. This is arranged by Shankar Madhav Seva Nyas, Seva Bharati, Hindu Jagaran Manch and Ekol Vidyalaya. Congratulations and thank them for their initiative.

ৰাস মহোৎসৱৰ বাবে মাজুলী-নিমাতীৰ মাজৰ ফেৰি সেৱাৰ Online টিকত বন্ধ কৰি দিয়া হৈছে। ৰাসৰ কেইদিন ঘাটত গৈ Offline পদ্ধতিৰে টিক...
12/11/2024

ৰাস মহোৎসৱৰ বাবে মাজুলী-নিমাতীৰ মাজৰ ফেৰি সেৱাৰ Online টিকত বন্ধ কৰি দিয়া হৈছে। ৰাসৰ কেইদিন ঘাটত গৈ Offline পদ্ধতিৰে টিকত ল'ব পাৰিব। ৰাসৰ বাবে মাজুলীত ঘাটৰ সংখ্য়া বৃদ্ধি কৰিছে। ৰাসৰ কেইদিন নিমাতী ঘাটৰ পৰা মাজুলীৰ তিনিটা ঘাটলৈ জাহাজ আৰু নাওবোৰ যাব। নিমাতী-কমলাবাৰী, নিমাতী অফলামুখ আৰু নিমাতী-দক্ষিণপাটৰ মাজত নাও চলাচল কৰিব।

পুনৰ বিশ্বৰ বুকুত জিলিকি উঠিল মাজুলীৰ নাম। মাজুলীৰ পবিত্ৰ নাথ ককাইদেউৱে ১৫ শংখ্যক ৱৰ্ল্ড বডী বিল্ডিং চেম্পিয়নশ্বিপত সোণৰ...
09/11/2024

পুনৰ বিশ্বৰ বুকুত জিলিকি উঠিল মাজুলীৰ নাম। মাজুলীৰ পবিত্ৰ নাথ ককাইদেউৱে ১৫ শংখ্যক ৱৰ্ল্ড বডী বিল্ডিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি মাজুলীবাসীলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিছে। তেখেতক মৰমৰ মাজুলীৰ তৰফৰ পৰা অশেষ শুভেচ্ছা জ্ঞাপন কৰিছো। আগুৱাই যাওক 🙏🙏

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত আজি অসমৰ ৰাজ্যপাল ডাঙৰীয়া উপস্থিত থাকে। তেখেতে অসমীয়া বোলছবি জগ...
08/11/2024

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত আজি অসমৰ ৰাজ্যপাল ডাঙৰীয়া উপস্থিত থাকে। তেখেতে অসমীয়া বোলছবি জগতৰ অভিনেতা বিষ্ণু খাৰঘৰীয়া আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক তথা শংকৰী সাহিত্যৰ লেখক, গৱেষক তথা প্ৰাক্তন অধ্যক্ষ কৰুনা বৰা মহোদয়ক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ লগতে দুয়োজন বৰেন্য ব্য়ক্তিলৈ মৰমৰ মাজুলী তৰফৰ পৰা আন্তৰিক শুভকামনা জনালো।

১৯৮৩ চনৰ পৰা শিক্ষা দান কৰি আজি ৰঙাচাহী মহাবিদ্যালয়ে ৪১ টা বছৰ অতিক্ৰম কৰিলে l ইংৰাজী , অসমীয়া, বুৰঞ্জী, শিক্ষা তত্ত্ব...
06/11/2024

১৯৮৩ চনৰ পৰা শিক্ষা দান কৰি আজি ৰঙাচাহী মহাবিদ্যালয়ে ৪১ টা বছৰ অতিক্ৰম কৰিলে l ইংৰাজী , অসমীয়া, বুৰঞ্জী, শিক্ষা তত্ত্ব, ৰাজনীতি, অৰ্থনীতি আৰু সমাজতত্ব এই‌ সাতটা বিভাগ আৰু প্ৰতিটো বিভাগতে অধ্যাপক অধ্যাপিকাৰে জীপাল হৈ আছে ৰঙাচাহী মহাবিদ্যালয়খন । মৰমৰ মাজুলী-Moromor Majuli ৰ তৰফৰ পৰা ৰঙাচাহী মহাবিদ্যালয়লৈ ৪১ ত্বম প্ৰতিষ্ঠা দিৱসত শ্ৰদ্ধা আৰু সেৱা নিৱেদন কৰিলোঁ 🙏🙏

মাজুলীবাসী হিচাপে বহুত লাজ পাইছো এই কূ-কৰ্ম যি কৰিছে তেওঁক/তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব বুলি আশা ৰাখিলো।Himanta Bisw...
03/11/2024

মাজুলীবাসী হিচাপে বহুত লাজ পাইছো এই কূ-কৰ্ম যি কৰিছে তেওঁক/তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব বুলি আশা ৰাখিলো।

Himanta Biswa Sarma
District Administration Majuli
Sarbananda Sonowal
Nitin Gadkari

সকলোলৈকে পোহৰৰ উৎসৱ দিপাৱলীৰ ওলগ জনালো, পোহৰৰ এই জুইয়ে যেন সকলোৰে বেমাৰ-আজাৰ নাশ কৰক আৰু এক নৱ প্ৰভাতৰ আৰম্ভনি কৰক।
01/11/2024

সকলোলৈকে পোহৰৰ উৎসৱ দিপাৱলীৰ ওলগ জনালো, পোহৰৰ এই জুইয়ে যেন সকলোৰে বেমাৰ-আজাৰ নাশ কৰক আৰু এক নৱ প্ৰভাতৰ আৰম্ভনি কৰক।

মাজুলীৰ সত্ৰ সমূহ। আগন্তক শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ সময়ত মাজুলীলৈ আহিব লগা  দৰ্শনাৰ্থী সকলৰ সুবিধাৰ্থে ।SHARE কৰিব l
01/11/2024

মাজুলীৰ সত্ৰ সমূহ। আগন্তক শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ সময়ত মাজুলীলৈ আহিব লগা দৰ্শনাৰ্থী সকলৰ সুবিধাৰ্থে ।

SHARE কৰিব l

20/10/2024

অনিৰ্দিষ্ট দিনলৈ বন্ধ হ'ল কমলাবাৰী -নিমাতীৰ ফেৰি সেৱা ৷

Address

Majuli

Alerts

Be the first to know and let us send you an email when মৰমৰ মাজুলী-Moromor Majuli posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to মৰমৰ মাজুলী-Moromor Majuli:

Videos

Share

Moromor Majuli

Welcome to Moromor Majuli.......

Majuli is a river island in the Brahmaputra River Assam and in 2016 it became the first island to be made a district in Assam. Majuli is currently listed as the world’s largest river island in the Guinness Book records.

The main surviving Satras are:


  • Auniati Satra