NOISE workstation

NOISE workstation Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NOISE workstation, Record Label, Nagoan Gaosai Bari , Majuli , PO R. N. Khowa, Majuli.

09/02/2024

মাজুলীৰ উদিয়মান কণ্ঠ শিল্পী অচ্যুতৰ কণ্ঠত আহিবলগীয়া এটি বিহুসুৰিয়া গীতৰ কিছু অংশ আপোনালোকলৈ আগবঢ়ালো।সকলোৱে কেনে পালে জনাব।আৰু ভাল পালে share কৰিব 🙏

05/09/2023

Will release today.....
Stay tuned and blessings us...

19/07/2023

Upcoming Update #বাৰিষাৰগুঞ্জন
Music Composer : Anurag Medhi
Vocal , lyrics : Akax Anukul
Project Management: DebangRaj Medhi
Will release shortly
Stay tune with us

04/03/2022

Upcoming project.

#ৰং বোৰ জীৱনৰ তই এ বিলাবি
কুঁহি গজালিক জীপাল কৰি
তই ফাগুন আহিবি এদিন
দিঠকৰ ছবি সজাই প্ৰতিদিন









(Team)

12/12/2021

https://youtu.be/nH7EFeLidrU

Zonak The Live Station ৰ প্ৰডাকচনে ৰাস উপলক্ষে কৰা এটি গীতৰ সৃষ্টিৰ আঁৰৰ কাহিনী, কষ্টবোৰ আৰু ফুৰ্তিবোৰ আপোনালোকলৈ এই video টিৰ যোগেদি আগ বঢ়ালোঁ ।
মৰম কৰি যাব ।
আমি আশাবাদী ।
আমি পাৰিম।


এটি জ্বলন্ত সামাজিক পৰিস্থিতিৰ আধাৰত মাজুলীৰ শ্ৰী প্ৰীয়াশ্ৰী মেধিৰ কণ্ঠত অহাকালি পূৱা আপোনালোকলৈ এটি ব্যতিক্ৰম ধৰ্মী গীত...
03/12/2021

এটি জ্বলন্ত সামাজিক পৰিস্থিতিৰ আধাৰত মাজুলীৰ শ্ৰী প্ৰীয়াশ্ৰী মেধিৰ কণ্ঠত অহাকালি পূৱা আপোনালোকলৈ এটি ব্যতিক্ৰম ধৰ্মী গীত আগ বঢ়াই দিয়া হব। গীত টি নাম
চিনাকীআপোনবোৰ। গীত টি আপোনালোকলৈ বহুত কম দিনত ভিতৰত সজাই পৰাই তোলা হৈছে। গীতটি কথা/সুৰ আকাশ অনুকূল মেধি ৰ। গীতটি অনুৰাগ মেধিয়ে সুন্দৰ কৈ সংগীত কৰি সজাই তুলিছে। গীতটিক এক সঁচা কাহিনীৰ আধাৰত গীত ভৈৰৱ ৰ পৰিচালনাৰে আৰু অম্লান জ্যোতি ওজাৰ চিত্ৰগ্ৰহনেৰে আমাৰ সমাজৰ এক সুকীয়া মদকতাৰ প্ৰতিফলন দেখা পাব অহা কালি পুৱা 6 বজাত নিজা YouTube Channel ZONAK The Live Station ত উপলব্ধ হব।

আমি NOISE workstation ৰ ফালৰ পৰা সকলোলৈকে সুভেশ্যা জ্ঞাপন কৰিলোঁ।

16/11/2021

বিশ্ববাসীৰ দৰ্শকলৈ আগুন্তুক ৰাস মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

12/11/2021

"প্ৰাণধন শ্যামকানু " is now all of yours.

Hope everyone will accept our work .

Need valuable feedback and support

👇👇👇👇👇👇👇👇👇👇👇
https://youtu.be/vE7W7W4hvUc
👆👆👆👆👆👆👆👆👆👆👆

Music, Mix and Master by Anurag Medhi

Lyrics & Tune by L Baalmiki

Project Director Debanga Raj Medhi (Zonak The Live Station)

Video : Amlan Jyoti Oza (AOF)

Address

Nagoan Gaosai Bari , Majuli , PO R. N. Khowa
Majuli
785104

Telephone

+918011506251

Website

Alerts

Be the first to know and let us send you an email when NOISE workstation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NOISE workstation:

Videos

Share

Category