RZ mounita

RZ mounita hi! মই মৌনিতা মোৰ পেজটো আগুৱাই লৈ যোৱাত সকলোৱে সহায় কৰিব বুলি আশা কৰিলো।
(3)

16/04/2024

যোৰহাট লোকসভা সমষ্টিৰ নাগৰিক সকল শিক্ষিত আৰু সচেতন বুলি প্ৰমাণ কৰি দিয়ক।যোগ্য জনক ভোট প্ৰদান কৰক।যি আমাৰ সমস্যাবোৰ Delhi ত গৈ দাঙি ধৰিব পাৰে। শেনটোৰ দৰে ঢৌত উটি গৈ ফেঁচা দৰে চুকত বহি থকাজন আমাক নালাগে।

15/04/2024

বিহু চাও আহক

14/04/2024

📌 এবাৰ শুনিলে পুনৰ শুনিবলৈ মন যাব।
📌 বিশ্বাস নহলে এবাৰ শুনি চাওঁক।

মই মৌনিতাই মোৰ পেজৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ ।
13/04/2024

মই মৌনিতাই মোৰ পেজৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ ।

📌📌📌প্ৰমচন নহয় যোৰহাট লোক সভা সমষ্টি আৰু অসমৰ ৰাইজৰ বাবে চলিউচন হে 🤔📌 শালিনতা বজাই মন্তব্য কৰিলে ভাল। এইটো মোৰ ব্যক্তিগত...
09/04/2024

📌📌📌প্ৰমচন নহয় যোৰহাট লোক সভা সমষ্টি আৰু অসমৰ ৰাইজৰ বাবে চলিউচন হে 🤔
📌 শালিনতা বজাই মন্তব্য কৰিলে ভাল। এইটো মোৰ ব্যক্তিগত মতামত আৰু যদি আপুনিও একমত ভাল লাগিছে like comment follow share সকলো কৰিব পাৰিব।
📌কথাখিনি ৰঘুপতি চিনেমাখনৰ "যাম বেবী যাম মই
তুলৈকে যাম"সুৰত গাই যাওঁক। যদি সুৰ টো মনত নাই এনেয়ে পঢ়ি যাওঁক।
📌ৰঘুপতি ৰ দৰে পুৰা ছুপাৰ দুপাৰ কৰি দিও আহক।

দিম বেবী দিম মই তোমাকেই দিম
দাদা বিগ্ৰেইডে হাগ দিলেও

এইবাৰ ভোটটো মই g.g এ দিম ।
সূতা কম্বল নেপালেও
তোমাকেই দিম।
দহ হাজাৰ ও লম, অৰুণোদয় ও লম
লাখপতি বাইদেউ হম
আৰু যিমান যি টুপ দিলেও মই
এইবাৰ কিন্তু ভোট টো G.G এ দিম ।
সমষ্টি কত?
যোৰহাটৰ...
আকৌ এবাৰ কওঁ
যোৰহাটৰ.....
জাতি মাতি কথা কৈ
লুতি পুতি আছা খাই
একো নাই একো নাই
বিক্ৰীবলৈ।
যাম বেবী যাম মই
দিল্লীলৈকে যাম
দিল্লীয়ে নুবুজিলেও
ভালকৈ বুজাম
জাতি মাতি কি
নিজৰ হকে মাত মাতিম
সমস্যাবোৰ দাঙি ধৰিম
আৰু লাগে কি?
সমষ্টি কত?
যোৰহাটৰ......

09/04/2024

I got 703 reactions and 308 replies on my recent top post! Thank you all for your continued support.

09/04/2024

সকলোকে সুপ্ৰভাত জনালোঁ। সকলোৰে দিনটো সুন্দৰ হওঁক।

কিয় হৈছে কোনোবাই জানে যদি জনাবচোন 🙏 ২নম্বৰ অপচনটো
07/04/2024

কিয় হৈছে কোনোবাই জানে যদি জনাবচোন 🙏 ২নম্বৰ অপচনটো

ধৰ্য্য চাও কাৰ কিমান পোষ্ট টো পঢ়িবলৈ।অনুগ্ৰহ কৰি মোৰ ফটো খনৰ ওপৰত মন্তব্য নকৰি লিখনি টো সম্পূৰ্ণ পঢ়ি মতামত আগবঢ়াব বুল...
06/04/2024

ধৰ্য্য চাও কাৰ কিমান পোষ্ট টো পঢ়িবলৈ।

অনুগ্ৰহ কৰি মোৰ ফটো খনৰ ওপৰত মন্তব্য নকৰি লিখনি টো সম্পূৰ্ণ পঢ়ি মতামত আগবঢ়াব বুলি আশা ৰাখিলোঁ 🙏
নমস্কাৰ 🙏
মই RZ mounita (mounita das) প্ৰথমে মোৰ এই পোষ্টটো সকলোৱে এবাৰ পঢ়িব বুলি আশা ৰাখিলোঁ।কথাটো হল বহুত মানুহে কৈ আছে যে তহঁতক follow কৰি কি পাম আমি?মই সেই সকলক কব বিচাৰিছোঁ মোৰ এই পেজ টো খোলা এটাই উদ্দেশ্য আছিল সমাজখন ৰ হৈ কিছু কাম কৰা বেয়াটোৰ ওপৰত মাত মতা আৰু আৰ্তজনক সহায় কৰা । তাৰ লগতে নিজক ব্যস্ত কৰি ৰখা।কিন্তু তাৰ বাবে অৰ্থৰ প্রয়োজন। মোৰ নিজাকৈ তেনে কোনো উপাৰ্জনৰ উৎস নাই । মানুহজনৰ উপাৰ্জনেৰে কোনো মতে পৰিয়ালটো চলো আৰু তাৰ মাজতে কেতিয়াবা সাধ্য অনুসৰি কাৰোবাক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। কেতিয়াবা এনেকুৱা হয় কাৰোবাক সহায় কৰিবলৈ বহুত ইচ্ছা থাকে কিন্তু নোৱাৰোঁ।কিন্তু ভগৱানে আমাক দুয়োজনকে এনেকুৱা এখন অন্তৰ দিলে কেতিয়াবা সেইসকল লোকৰ হৈ টকা পইছা দি সহায় কৰিব নোৱাৰিলেও মানুহ কেইটা খাটি দিও। আনৰ বিষয়ে একো নজনাকৈ যা তা কথা নকব।মোৰ এনেকুৱা এটা মানসিকতা আছে যেতিয়া কিবা কৈ হলেও সেই ভাল লগা কামবোৰ কৰিম ।আৰু যদি কেতিয়াবা পেজ ৰ পৰা উপাৰ্জন কৰো মন খুলি সহায় কৰিম। ভগৱানে দিয়া সকলোখিনি মোৰ আছে কিন্তু আনক বহুত দিব পৰাকৈ ধনী নহয়।যদি মোৰ কথা খিনি বুজি পাইছে পেজ টো follow কৰি যাব। নকৰিলেও বেয়া নেপাও বাধ্যতামূলক নহয় দেই 😊

Good morning 🌅
06/04/2024

Good morning 🌅

সুপ্ৰভাত বন্ধু বান্ধৱী সকল ।কি খবৰ?
04/04/2024

সুপ্ৰভাত বন্ধু বান্ধৱী সকল ।কি খবৰ?

01/04/2024

📌 আই ঘৰলৈ যাওঁ দুই হাতে খাওঁ,বিধিয়ে বোলে পাছে পাছে যাওঁ।
📌 আশীৰ্বাদ কৰিব 🙏

24/03/2024

Network নোপোৱা ঠাইত সোমাই গলো 😞

21/03/2024

📌আমাৰ ককাও কিন্তু কম নহয় দেই😃
📌অকণমান ফুৰি আহিলো মামা ঘৰৰ ফালে
📌 চাৰিওফালে সেউজীয়া

21/03/2024

লাইভ টো কাত খায় গল

21/03/2024

বহুত দিনৰ পিছত আজি আকৌ লাইভ আহিছোঁ কথা পাতো আহক।

21/03/2024
17/03/2024

📌 আচৰিত telent দেই
📌 এতিয়া আৰু চিন্তা নাই
📌 কাৰোবাক লাগিলে যোগাযোগ কৰিব🤭🤭

আমাক ঈশ্বৰে দিয়া জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ উপহাৰ দুটি আজি জন্মদিন। মা দেউতা ফালৰ পৰা তোমালোকলৈ বহুত বেছি মৰম আৰু আশীৰ্বাদ থ...
16/03/2024

আমাক ঈশ্বৰে দিয়া জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ উপহাৰ দুটি আজি জন্মদিন। মা দেউতা ফালৰ পৰা তোমালোকলৈ বহুত বেছি মৰম আৰু আশীৰ্বাদ থাকিল জীৱন বাটত আগবাঢ়ি যোৱা।সকলোৱে আশীৰ্বাদ কৰিব দেই। happy birthday rual&zual. stay happy & keep smile 😀🥰🥰

সুপ্ৰভাত
06/03/2024

সুপ্ৰভাত

03/03/2024

📌Video টো নুচোৱাকৈ একো নকব
📌 ইহঁতে কেইটামান ভিউজ ৰ কাৰণে লাজ চৰম পুৰি খালে।
📌এই অবৈধ ব্যৱসায় বন্ধ হব লাগে
📌 ভিদিওটো শেষলৈ চাই মতামত আগবঢ়াব আৰু শ্বেয়াৰ কৰিব যাতে সেইসকলৰ ওচৰত পায়গৈ।

25/02/2024

📌৬বছৰ খোজ কঢ়া নাই চাকি দিয়া দিনাই খোজ কাঢ়িছে
📌ইমান বিতৰ্কৰ সৃষ্টি পাছতো কিন্তু ভক্তৰ ভিৰ কমা নাই
📌বিশ্বাস কৰা সকলৰ লগত সদায় থাকিবা 🙏
📌কি কলে মন্দিৰলৈ গৈ
📌 জয় অগ্নীনাভ বাবা🙏share & follow

I gained 1,556 followers, created 138 posts and received 70,558 reactions in the past 90 days! Thank you all for your co...
18/02/2024

I gained 1,556 followers, created 138 posts and received 70,558 reactions in the past 90 days! Thank you all for your continued support. I could not have done it without you. 🙏🤗🎉

16/02/2024


I've received 15,000 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉
10/02/2024

I've received 15,000 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉

I've received 11,000 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉
03/02/2024

I've received 11,000 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉

30/01/2024

এতিয়াৰ পৰা যি চাব তেওঁৰ হে চাম🧐অকনমান কেইজনমানৰ বেছি হৈছে।আমাৰ পোষ্টবোৰ দেখিলে যে উৰা মাৰি যাব।বাঃ কি চাবা🤨

21/01/2024

শুভৰাত্ৰি😌😌

Address

Majuli
Majuli
785106

Website

Alerts

Be the first to know and let us send you an email when RZ mounita posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to RZ mounita:

Videos

Share