14/01/2025
ঘৰত প্ৰতি বাৰেই সৰুকৈ মেজি এটা জ্বলাও, মেজি সেৱা কৰি দেতাক সেৱা কৰো। আজি মনতো হাহাকাৰ কৰি উঠিছে....দেতা নাই, কাক সেৱা এটা কৰিলে মনতো শাত পৰিব।দেউতাৰ সমান কোন হ'ব!! দেতাৰ জাগাত কাক বহুৱাম...?? নাই চোন, তেনে এজন!!
*DM me for PAID PROMOTION *
Helloo..8812921263
(1)
Lanka
Be the first to know and let us send you an email when Tiken S Gohain posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.