Assam Magazine Group

Assam Magazine Group Magazine & Story DP MAGAZINE

30/05/2020
drowing hemalata pegu ( lokhipur )
23/05/2020

drowing hemalata pegu ( lokhipur )

21/04/2020

প্ৰতিযোগী নং -৬০

নাম :- Pranita Hajong
বয়স:- ১৯ বছৰ
ঠিকনা:- Udalguri
#যিকোনো বয়সৰ পুৰুষ/মহিলাই অংশ গ্ৰহণ কৰিব পাৰিব' এই প্ৰতিযোগিতাত #
"অসমীয়া ট্ৰল" ৰ তৰফৰ পৰা সকলোকে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ । আশাকৰো আপোনালোক সকলোৱে সামাজিক দুৰত্ব বজাই ৰাখি পৰিয়ালৰ লগতে অানকো সুৰক্ষা প্ৰদান কৰি আছে।

লকডাউনৰ এই সময়চোৱাৰ মাজতে আমাৰ আদৰৰ বিহুটি ও আহি পালে কিন্তু এইবাৰ বিহু আমি জাকজমককৈ পালন কৰাটো সম্ভৱপৰ নহ'ব সেয়েহে এই ৰঙালী বিহুৰ সময়চোৱাত আপোনালোকক কিছু আমোদ দিয়াৰ অৰ্থে পৰম্পৰাগত সাজৰ ফ'টো প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰিবলে ইচ্ছা প্ৰকাশ কৰিছো । আমাক উৎসাহ যোগাবৰ বাবে "অসমীয়া ট্ৰল" পেজখন লাইক আৰু পোষ্টতো শ্বেয়াৰ কৰি দিবলৈ বিনম্ৰতাৰে অনুৰোধ জনালোঁ ।

- *প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ* -

১) যিকোনো বয়সৰ ল'ৰা-ছোৱালী উভয়ে প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিব পাৰিব ।

২) প্ৰতিযোগীৰ সাজপাৰ মাৰ্জিত হ'ব লাগিব ।
৩) প্ৰতিযোগী সকলে প্ৰথমে পেজখন লাইক কৰাটো বাধ্যতামূলক।

৪) প্ৰতিযোগীয়ে তেওঁলোকৰ ফ'টোসমূহৰ লগত নাম, ঠিকনা আৰু বয়স জমা দিব লাগিব ।

৫) এজন ব্যক্তিয়ে এখন ফ'টো এবাৰহে শ্বেয়াৰ আৰু কমেন্ট কৰিব পাৰিব।

৬) ফ'টোসমূহৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰৰ বিপৰীতে ভোট গণনা কৰা হ'ব ।
(1like- 1 vote
Love react - 2 votes
Comment - 2 votes
1 share - 3 votes)

৭) উল্লেখযোগ্য যে, আমাৰ পেজৰ পৰা প'ষ্ট কৰা ফ'টোসমূহত লাইক, কমেণ্ট বা শ্বেয়াৰ কৰিলেহে ভোট বৈধ বুলি গ্ৰহণ কৰা হ'ব ।

৮) প্ৰতিযোগিতাৰ আৰম্ভ কৰাৰ দিন ১৩-০৪-২০২০
আৰু প্ৰতিযোগিতাৰ সমাপ্তি ঘটিব ২৯-০৪-২০২০ চনৰ দিনৰ ১০ বজাত ।

৯) ফলাফলসমূহ অহা ইংৰাজী ৩০ এপ্ৰিলত আমাৰ পেজটিত উপলব্ধ হ'ব ।

১০) ফ'টো সমূহ whatsapp যোগে আমালৈ পঠিয়াব পাৰিব ।

আমাৰ নম্বৰ সমূহ
9706502580
8011449480
7002497048
-*পুৰস্কাৰ সমূহ* -

° প্ৰথম আৰু দ্বিতীয় দুগৰাকীক পুৰস্কাৰ প্ৰদান কৰা হ'ব।

° #প্ৰথম পুৰস্কাৰ প্ৰাপ্ত গৰাকীৰ ফটো আমাৰ পেজত দুমাহৰ বাবে কভাৰ ফটো হিচাপে ৰখা হ'ব লগতে মানপত্ৰ প্ৰদান কৰা হ'ব ।

° #দ্বিতীয় স্থান প্ৰাপ্ত গৰাকীক মানপত্ৰ প্ৰদান কৰা হ'ব।

° ল'ৰা- ছোৱালী উভয়ৰে দুজন দুজন মুঠ চাৰিজন প্ৰতিযোগী বাচি উলিওৱা হ'ব।


বি: দ্ৰ: - ঘৰতে থাকক সুৰক্ষিত থাকক । সজাগে হ'ব আমি আমাক ৰক্ষা কৰাৰ উত্তম উপায়

05/04/2020

Nature

Look at the hill
What do you feel?
Look at the river
What do they deliver?
The wind blows
The sun glows
The little star in the sky
Is very far and high
The blue sky
Tells you to fly
The rain drops
Is for your crops
The green tree
Will set you free
Why hate nature?
When it is a teacher
What is wrong, what is right
Nature will give you light.
Open your door
Nature is more.

05/04/2020

Take time
................
Take time to work
Its price is success
Take time to meditate
Its price is power.
Take time to play,
It is the secret to energetic youth
Take time to read,
It is the way to knowledge.
Take time to make friends,
It is the way to happiness,
Take time to laugh,
It is the music of the soul.
And take time to love and be loved.
And they take time and say,
''One can't teach discipline,
Without being disciplined oneself''

Address

LAKHIPUR
Lakhipur

Alerts

Be the first to know and let us send you an email when Assam Magazine Group posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category