Kokrajhar Live 24×7

Kokrajhar Live 24×7 নিষ্পেষিত ৰাইজৰ কণ্ঠ। +916003585314

14/11/2024

দিল্লী যন্তৰ-মন্তৰত ABMSU ৰ প্ৰতিবাদ ।
সংগঠনটোৰ সভাপতি টাইছন হুছেইনৰ মন্তব্য ।

সদ্য প্ৰাক্তন কোকৰাঝাৰ জিলা ABMSU ৰ সভাপতি নজৰুল ইছলামক কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদকৰ পদত নিযুক্তি ।।
28/10/2024

সদ্য প্ৰাক্তন কোকৰাঝাৰ জিলা ABMSU ৰ সভাপতি নজৰুল ইছলামক কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদকৰ পদত নিযুক্তি ।।

ইণ্ডিয়া বনাম বাংলাদেশ টি-টুৱেন্টি চিৰিজত বাংলাদেশ টিমৰ বিৰুদ্ধে মাত্ৰ ৪০ বলত শতক ৰান কৰিলে সঞ্জু ছেমচনে ।
12/10/2024

ইণ্ডিয়া বনাম বাংলাদেশ টি-টুৱেন্টি চিৰিজত বাংলাদেশ টিমৰ বিৰুদ্ধে মাত্ৰ ৪০ বলত শতক ৰান কৰিলে সঞ্জু ছেমচনে ।

08/10/2024

অসম ৰাজ্যিক শিশু অধিকাৰ আয়োগৰ অধ্যক্ষ শ্যামল প্ৰসাদ শইকীয়াই শিশু অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য ।

07/10/2024

▶️ কোকৰাঝাৰত নতুনত্বৰ স্পৰ্শ: লেকমি সেলুন এতিয়া আপোনাৰ সেৱাত ।

05/10/2024

➡️কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰক অভিযোগ উত্থাপন ৷

মানসিকভাৱে অসুস্থ মহিলা চিকিৎসালয়ৰ পৰা সন্ধানহীন—সহায়ৰ আহ্বান ।অমেছা বিবি (আনুমানিক বয়স: ২৭ বছৰ), কোকৰাঝাৰ জিলাৰ চেঁচাপা...
30/09/2024

মানসিকভাৱে অসুস্থ মহিলা চিকিৎসালয়ৰ পৰা সন্ধানহীন—সহায়ৰ আহ্বান ।

অমেছা বিবি (আনুমানিক বয়স: ২৭ বছৰ), কোকৰাঝাৰ জিলাৰ চেঁচাপানী গাওঁৰ এজনী মহিলা, আজি গুৱাহাটীস্থিত বি. বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত নিজৰ কন্যাৰ চিকিৎসাৰ বাবে আহিছিল। কিন্তু অমেছা বিবি চিকিৎসালয়ৰ পৰা সন্ধানহীন হৈ পৰে। পৰিয়ালৰ লোকে জনায় যে মহিলা জনী মানসিকভাৱে অসুস্থ। ইতিমধ্যে পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

অমেছা বিবিৰ ঠিকনা- গাওঁ: চেঁচাপানী, ডাকঘৰ-মাগুৰমাৰী, থানা আৰু জিলা-কোকৰাঝাৰ, বিটিচি, অসম। পৰিয়ালৰ লোকে মহিলাগৰাকীৰ সন্ধানৰ বাবে চিন্তিত হৈ আছে আৰু তেওঁলোক যিকোনো সহায়ৰ বাবে আহ্বান জনাইছে।

যদি কোনোব্যক্তিয়ে অমেছা বিবিৰ সন্ধান পায়, তেন্তে যোগাযোগ নম্বৰ: 84860 19644 ত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।



28/09/2024

ইকো অফ এক্সপেৰিয়েন্স: গুৱাহাটী কলাক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰপ্ৰদৰ্শনী ।

27/09/2024

ফকিৰাগ্ৰামত উত্তপ্ত পৰিস্থিতি: ছাত্ৰী ৰে’লৰ খুন্দাত গুৰুতৰ আহত, চিকিৎসালয়ত অনুপস্থিত চিকিৎসক ।

19/09/2024

➡️ বিটিচিৰ স্বাস্থ্য বিভাগৰ EM অৰূপ কুমাৰ দে'ক সমালোচনা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।।

14/09/2024

উচ্ছেদৰ বিৰুদ্ধে কোকৰাঝাৰত ABMSU ৰ প্ৰতিবাদ সাব্যস্ত ।।

14/09/2024

ABMSU ৰ সভাপতি টাইছন হুছেইন আৰু আৰক্ষীৰ মাজত তৰ্ক বিতৰ্ক ।।
সোণাপুৰ,কঁচুতুলিৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে তামূলপুৰত ABMSU ৰ তীব্ৰ প্ৰতিবাদ ।।

12/09/2024

🔴উচ্ছেদক কেন্দ্ৰ কৰি অসমৰ সোণাপুৰত উত্তপ্ত পৰিস্থিতি ।
🔴 উচ্ছেদিত পৰিয়াল আৰু আৰক্ষীৰ মাজত সংঘাত । কেইবাজনো লোক আৰক্ষীৰ গুলিত আহত হৈছে যাৰ ভিতৰত শিশুৱো আছে ।

12/09/2024

অৰূপ কুমাৰ দে'ৰ ড্ৰাইভাৰ আৰু PSO ই গৃহৰক্ষী মুনাৰ আলীক আক্ৰমণ কৰাৰ ঘটনাক লৈ ABMSU ৰ প্ৰতিক্ৰিয়া ।।

12/09/2024

EM অৰূপ কুমাৰ দেৰ ক্ষমতা মূৰত ধৰিছে নেকি ?

গৃহৰক্ষী জোৱান মুছলমান হোৱাৰ বাবেই আক্ৰমণ কৰিলে নেকি অৰূপ কুমাৰ দেই?

ঘটনাৰ সবিশেষ জানিবলৈ হলে চাওক আমাৰ এই প্ৰতিবেদন ।।

এবিএমছুৰ উপ-সভাপতি চলেমান আলী শ্বেখক সংগঠন বিভাজন কৰাৰ ষড়যন্ত্ৰ চলোৱাৰ অপৰাধত এবিএমছুৰ পৰা বহিষ্কাৰ।
08/09/2024

এবিএমছুৰ উপ-সভাপতি চলেমান আলী শ্বেখক সংগঠন বিভাজন কৰাৰ ষড়যন্ত্ৰ চলোৱাৰ অপৰাধত এবিএমছুৰ পৰা বহিষ্কাৰ।

02/09/2024

➡️ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চালাকাটি গাওঁৰ নিবাসী শ্ৰীযুত চিষ্টু সূত্ৰধৰ সন্ধানহীন ।।

29/08/2024

আজি গুৱাহাটী প্ৰেছ ক্লাৱত ABMSU ৰ সংবাদমেল ।।

Address

Kokrajhar

Alerts

Be the first to know and let us send you an email when Kokrajhar Live 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share