Axom Vlogs

Axom Vlogs Jintu Moni Boruah from Jorhat
Paid Sponsorship whatsp Me-7896417372

24/12/2023

উজনি অসমত এখন বৃহৎ লটাৰী খেল ||খেলত আছে এক মহান উদ্দেশ্য || মাত্ৰ ১০০ টকাত লৈ যাওঁক Audi A4

23/12/2023

চেৰাপুঞ্জীত দ্বিতীয়টো দিন || ভয়ানক গুহাৰ ভিতৰত আমিবোৰ ||

19/12/2023

India Bangladesh Border Meghalaya ||

12/12/2023

মেঘালয়ৰ ধুনীয়া প্ৰাকৃতিক পৰিবেশৰ মাজত পাহাৰৰ সুকীয়া আমেজ বোৰৰ সেতৈ ।

Cleanest village in Asia MAWLYNNOG
10/12/2023

Cleanest village in Asia MAWLYNNOG

ভাৰত বাংলাদেশ সীমান্তত ।
10/12/2023

ভাৰত বাংলাদেশ সীমান্তত ।

শ্বিলংৰ অভিমূখে !
09/12/2023

শ্বিলংৰ অভিমূখে !

আজি তাইৰ উপজা দিন সকলোৱে আৰ্শীবাদ কৰিব চোন দিনবোৰ যাতে দুয়োৰে ভালদৰে পাৰ হয় ।
12/11/2023

আজি তাইৰ উপজা দিন সকলোৱে আৰ্শীবাদ কৰিব চোন দিনবোৰ যাতে দুয়োৰে ভালদৰে পাৰ হয় ।

29/10/2023

Assam Jorhat To Nepal Cycle Ride/যোৰহাটৰ পৰা নেপাললৈ চাইকেলেৰে যাত্ৰা/তেওঁলোকৰ যাত্ৰা সফল হোৱাত সহাঁয় কৰক




Maa -Beta
17/10/2023

Maa -Beta

15/10/2023

বিভিন্ন প্ৰকাৰৰ MoMo একেলগে সোৱাদ ললো আজি যোৰহাটত | আপুনিও আহক খাই চাওঁক আফগান MoMo

বাপ- বেটা 😍😍🚶 মহালয়া বুলি যোৰহাটত এভুমুকি ।
14/10/2023

বাপ- বেটা 😍😍🚶 মহালয়া বুলি যোৰহাটত এভুমুকি ।

14/10/2023

শুভ মহালয়া২০২৩ ||আজি মহালয়া যোৰহাটৰ পৰিবেশ চাওঁ আহক । মহালয়াত কিয় সকলো খোজ কাঢ়িবলৈ ওলাই আহে ||



12/10/2023

যোৰহাটত "দলচে লুনা"নামৰ এখন Unisex চেলুন এহাল অসমীয়া যুৱক- যুৱতীৰ সপোন আজি পূৰণ হল ।

যোৰহাটৰ পূৰণা বালিবাটেৰ সোমাই lucky মাৰ্কেটৰ ৩নাম্বাৰতেই পাব দলচে লুনা নামৰ নতুনকৈ আৰম্ভ হোৱা চেলুন খন আৰম্ভনিতেই পূজাৰ বৃহৎ অফাৰ আহিব চোন এপাক এষাৰ মাত দি যাব আপোনালোকৰ এষাৰ মাতেই তেওঁলোকক আগুৱাই যোৱাত সহাঁয় কৰিব ।


Dolcelunainstgramid-->https://instagram.com/dolcelunaunisexsalon?utm_source=qr&igshid=MThlNWY1MzQwNA==

10/10/2023

কণমানিটিক অলপমান সহাঁয় কৰক চোন 🙏🙏

06/10/2023

শুৱালকুছিৰ পাতমূগা ,যোৰ চাদৰ মেখেলা সকলো কাপোৰ ৰেহাই মূল্যত পূজাৰ বাবে শংকৰদেৱ চিল্ক হাউচত ।

04/10/2023

ইলিছ,বাহু, বদোৱা দৰে মাছৰ সোৱাদ ললো যোৰহাটৰ এগৰাকী বাইদেউ হোটেলত । যোৰহাটৰ নিউভিল ৰোডৰ "জয় গুৰু ভোজনালয় "নামৰ এখন হোটেলত আজি মাছৰ সোৱাদ ললো ।

03/10/2023

যোৰহাটৰ চক বজাৰত থকা বাইদেউ জোতা-চেণ্ডেলৰ দোকানত পূজাৰ অফাৰ । পুৰুষ ,মহিলা,শিশু সকলোৰে জোতা,চেণ্ডেল ইয়াতেই পাব ।

02/10/2023

মৰাণৰ বিপিন চাওঁদাংৰ পুখুৰীত মাছ ধৰি লক্ষীমপুৰৰ প্ৰতিযোগীয়ে লৈ গল Alto k10বাহন ।


মৰাণৰ বিপিন চাওঁদাং ককাইদেউ পুখুৰীত অনুষ্টিত হোৱা মাছ ধৰা প্ৰতিযোগীতাৰ প্ৰথম জন প্ৰতিযোগীৰ সৈত একপি ।
01/10/2023

মৰাণৰ বিপিন চাওঁদাং ককাইদেউ পুখুৰীত অনুষ্টিত হোৱা মাছ ধৰা প্ৰতিযোগীতাৰ প্ৰথম জন প্ৰতিযোগীৰ সৈত একপি ।

30/09/2023

যোৰহাটত পূজাৰ অফাৰ মাত্ৰ ২০০টকাত লৈ যাওঁক মন পচন্দৰ কাপোৰযোৰ //Puja special offer at Jorhat Lachit Bazar//




মৰাণৰ বিপিন চাওঁদাং ককাইদেউ ৰ্ফামত ।
22/09/2023

মৰাণৰ বিপিন চাওঁদাং ককাইদেউ ৰ্ফামত ।

18/09/2023

বিপিন চাওঁদাং ককাইদেউ পুখুৰীত মাছ ধৰিবলৈ আহক আৰু লৈ যাওক এখন Alto বাহন |

09/09/2023

তামুলী আৰু ভোটজলকীয়া একেলগে যোৰহাটত Prank আৰু Comedy লগতে Spiral Potato

ভিদিও আহি আছে । Assam rock
08/09/2023

ভিদিও আহি আছে । Assam rock

 #কিমান নিষ্ঠুৰ হব পাৰে মানুহ! এটি মৰম লগা নৱজাতক ল'ৰা সন্তান , এখন স্কুটিত অহা এহাল লোকে আমাৰ ঘৰৰ পৰা যোৰহাট দিশত ১কিমি...
31/08/2023

#কিমান নিষ্ঠুৰ হব পাৰে মানুহ! এটি মৰম লগা নৱজাতক ল'ৰা সন্তান , এখন স্কুটিত অহা এহাল লোকে আমাৰ ঘৰৰ পৰা যোৰহাট দিশত ১কিমি আতৰত বাঘচোং ত থকা আই কাৰ্ড প্লাচৰ সমীপৰ ন-আলি পথৰ কাষত ৰৈ থকা এজন ল'ৰাৰ হাতত তুলি দি তিতাবৰৰ দিশে পলায়ন কৰে। এইয়াই মানৱতা। কেনেকৈ পাৰে বাৰু ইমান মৰমলগা নৱজাতক লৰাটিক এৰি পলায়ন কৰিব , মানবৰূপী এইসকলক কি নাম দিম জন্তুুৱেও নিজৰ পেটৰ পোৱালীটোক কেতিয়াও এৰি নাযায় ।

27/08/2023

শিৱসাগৰত মাছ ধৰি কোনে পালে চাৰি লাখ টকা ||
Fishing Competiton at Sivasagar Pohugarh


জন্মদিনৰ শুভেচ্ছ জনালো বন্ধু ViLd PG
22/08/2023

জন্মদিনৰ শুভেচ্ছ জনালো বন্ধু ViLd PG

21/08/2023

🔴এতিয়া যোৰহাটতো উপলদ্ধ Spiral Potato
🔴এহাল নৱ-দম্পতীৰ প্ৰচেষ্টাত যোৰহাটত M.D Spiral Potato

18/08/2023

ৰাজপথত কেইটামান বুটমাহ বিক্ৰী কৰিছিল আজি এখন ডাঙৰ দোকানৰ মালিক । যদি তেখেতৰ দৰে ব্যৱসায় কৰিব বিচাৰে আপোনাক সঁহায় কৰিব তেওঁ ||

17/08/2023

অৱশেষত মুকলি হল যোৰহাটৰ প্ৰথম খন উৰণ সেঁতু ।যোৰহাটবাসীৰ সপোন আজি বাস্তৱ ।

15/08/2023

বৰশীত মাছ ধৰি লাভ কৰিব পাৰে ৪লাখ টকা || এচিয়াৰ প্ৰথমখন প্ৰাকৃতিক চিৰিয়াখানাত মাছ ধৰাৰ প্ৰতিযোগীতা ।

অভিনন্দন ককাই নীল আকাশ
10/08/2023

অভিনন্দন ককাই নীল আকাশ

09/08/2023

লৰাটো দাঁতৰ বিষ এগৰাকী চিকিৎসকৰ মহানুভৱতাক চ্যেলুট জনালো । দাঁতৰ ৰোগ আছে নেকি যোৰহাটতত আহিব চোন এবাৰ ।

02/08/2023

Address

Kunwari Pukhuri ,/8
Jorhat
JORHAT

Telephone

+919395579619

Website

Alerts

Be the first to know and let us send you an email when Axom Vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom Vlogs:

Videos

Share


Other Jorhat media companies

Show All