🔷 জ'নাইত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ আৱন্তিত বহুকেইখন আচঁনিৰ শুভ উদ্বোধন ।
🔷 পূৱ জ'নাই জিলা পৰিষদৰ প্ৰাক্তন সদস্য অতুল পেগুৱে আচঁনিসমূহ কৰিলে উদ্বোধন ।
▶️ জ'নাইৰ চিৰাখোৱা খেলপথাৰত TMPK,MMK, TMMK চিগা আঞ্চলিক সমিতিৰ উদ্যোগত বা:তাগ পৰ্যায় ভিত্তিত Mising Olympic ৰ শুভাৰম্ভণি ।
➡️দেওবাৰৰ পৰা আৰম্ভ হ'ল জোনাই ইণ্ডিপেণ্ডেন্ট ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা দ্বিতীয় সংস্কৰণ প্ৰাইজমানী দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা।
➡️খেলখন শুভাৰম্ভ কৰে অৰুণাচল প্ৰদেশৰ ৰুকচিন সমষ্টিৰ বিধায়ক নিনং এৰিঙে।
🔷সমগ্ৰ ৰাজ্যৰ লগতে জ'নাইৰ চিগাত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি ।
🔷মিচিং জনগোষ্ঠীৰ জনপ্ৰিয় অভিনেত্ৰী চিত্ৰলেখা দলে, আইমনি কামান, অভিনেতা বাবা পেগু আৰু পংকজ বৰাই ৰাসলীলাত প্ৰদৰ্শন কৰিব অভিনয় ।
👉জ'নাইৰ বলাইপামত অনুষ্ঠিত সোনোৱাল কছাৰী সাহিত্য সভাত পৰিবেশন কৰা আৰম্ভনি গীত ।
# আজি গাই তিহাৰ
# গোৰ্খা জনগোষ্ঠীয়ে আজি পালন কৰিছে গাই তিহাৰ
# গাইক মা' লক্ষ্মী ৰূপে পূজা অৰ্চনা
➡️ সোনোৱাল কছাৰী সাহিত্য সভাত এগৰাকী মহিলাই পৰিবেশ কৰা এটি সুন্দৰ গীত ।
➡️ জ'নাইৰ কুলাজান বৰ্ডাৰ হাইস্কুলৰ প্ৰতিষ্ঠাপক অৱসৰী প্ৰধান শিক্ষক অমিয় কুলিৰ বিদায় সম্বৰ্ধনা ।
➡️ নিজে লিখা নাম ঘোষা পাঠ কৰি নিজে প্ৰতিষ্ঠা কৰা বিদ্যালয়খনৰ পৰা বিদায় ললে অৱসৰী প্ৰধান শিক্ষক অমিয় কুলিয়ে ।
🔷 সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত অৱসৰপ্ৰাপ্ত শিক্ষক,বিশিষ্ট সমাজকৰ্মী প্ৰয়াত জামিনী কুমাৰ নাৰ্জাৰীৰ তৃতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে স্মৃতিচাৰণ সভা ।
➡️ জ'নাইৰ গালীত ঘাইপথ নিৰ্মাণ ক্ষতিপূৰণ দাবী সমিতিৰ সংবাদমেল l
➡️ ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত ঘাইপথ নিৰ্মাণ কাৰ্য্য বন্ধ ৰখাৰ হুংকাৰ।
🔷 TMPK, MMK,TMMK টাক্ দ:লুং বাঃতাগ কেবাঙৰ উদ্যোগত কণ কণ শিশুসকলৰ শাৰীৰিক ও মানসিক বিকাশৰ উদ্দেশ্যে টাক্ দ:লুং খেল সমাৰোহৰ।
➡️ মিচিং স্বায়ত্তশাসিত পৰিষদত অনামিচিং গাঁও অন্তৰ্ভুক্তক লৈ গোৰ্খা সমাজৰ প্ৰতিক্ৰিয়া