JONAI TODAY

JONAI TODAY আমি সত্য, শুদ্ধ আৰু নিৰপেক্ষত

19/11/2023

🔷গালী চিকাৰী গাঁও পঞ্চায়তৰ প্ৰাঙ্গনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে "অসম সাংস্কৃতিক মহাসংগ্ৰাম"

18/11/2023

🔷জোনাইত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা মিচিং জনগোষ্ঠীৰ দলে গেজেৰাৰ য়েকবাং পূজা সামৰণি

16/11/2023

🔷জোনাইত ৭৫ বছৰ পিছত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে মিচিং জনগোষ্ঠীৰ দলে গেজেৰাৰ য়েকবাং পূজা।

15/11/2023

🔷ৰামধন ধিকাৰী গাঁও পঞ্চায়তত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সাংস্কৃতিক মহাসংগ্ৰামৰ সফল সামৰণি

15/11/2023

🔷সমগ্র ৰাজ্যজুৰি পঞ্চায়তে পঞ্চায়তে খেল মহাৰণ আয়োজন কৰাৰ দৰে চিগা পঞ্চায়তো মঙ্গলবাৰৰ পৰা খেল মহাৰণ আৰম্ভ।

15/11/2023

🔷জোনাইৰ চিগা কৃষ্ঠি বিকাশ কেন্দ্রত শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা উৎযাপনৰ ব্যাপক প্ৰস্তুতি।

13/11/2023

🔷জোনাইত অনুষ্ঠিত হব মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ -সপ্তদশ দ্বি-বার্ষিক অধিবেশন ২০২৪ ।

13/11/2023

🔷জোনাইত বৰআটী গেজেৰা পৰিয়ালবৰ্গৰ উদ্দ্যোগত য়েকবাং পূজা।
🔷য়েকবাং পূজাক লৈ ব্যাপক প্ৰস্তুতি উৎযাপন সমিতিৰ ।

12/11/2023

🔷জোনাই মহকুমা প্ৰেছ ক্লাৱৰ সংবাদমেল।

12/11/2023

🔷মুৰ্কংচেলেক কৃষ্টি ভৱনত TMPK জ'নাই জিলা সমিতিৰ উদ্দ্যোগত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে জ'নাই কাংকিন কেবাং।

11/11/2023

🔷মিচিং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত বাহিৰ জোনাই ৰাজহুৱা প্ৰেক্ষাগৃহত পঞ্চায়ত ভিত্তিত গাওঁসভা ।

10/11/2023

🔷জোনাই গাওঁ পঞ্চায়তৰ প্ৰেক্ষাগৃহত আৰম্ভ সাংস্কৃতিক মহাসংগ্ৰাম।

10/11/2023

🔷আলি-আয়ে-লৃগাংক মাত্র দহখন জিলাত চৰকাৰী বন্ধৰ ঘোষণা।
🔷দহখন চৰকাৰী জিলাত চৰকাৰী বন্ধক লৈ আপুনি সুখী নে?

09/11/2023

🔷মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আয়ে-লৃগাংক দহখন জিলাত চৰকাৰী বন্ধৰ ঘোষণা মন্ত্রী পিযুষ হাজৰিকাৰ।

09/11/2023

🔷জোনাইত এক আৱতৰীয়া বতৰত ঐঃনিতম আৰু দুম দুম লুঃপিৰ শব্দত ৰজন জনাইছে তাৰি ৰদং উজনি বিজয়পুৰ।

08/11/2023

🔷জোনাইৰ লাইমেকুৰীত খেল মহাৰণ
🔷সহস্র গ্ৰাম্যাঞ্চলৰ যুৱক-যুৱতীৰ অংশগ্রহণ
🔷 দৌৰিছে খেলিছে আৰু নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে
🔷পূব জোনাই জিলা পৰিষদৰ সদস্য অটুল পেগুৰ শুভ উদ্বোধন
🔷এক উখল মাখল পৰিবেশ লাইমেকুৰী উচ্চতৰ মাধ্যমিক খেলপথাৰত

08/11/2023

🔷জোনাইত সন্মিলিত গণশক্তি অসম দলৰ সমাবেশ
🔷লোকসভা নিৰ্বাচন কাষ চাপি অহাৰ সমান্তৰালভাৱে ৰণকৌশল প্ৰস্তুত সন্মিলিত গণশক্তি অসম দলৰ
🔷সন্মিলিত গণশক্তি অসম দলৰ এক নতুন পৰ্যায়ৰ নতুন সমিতি গঠন।

07/11/2023

🔷জোনাইৰ গালীত খেল মহাৰণ
🔷সহস্র গ্ৰাম্যাঞ্চলৰ যুৱক-যুৱতীৰ অংশগ্রহণ
🔷 দৌৰিছে খেলিছে আৰু নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে
🔷এক উখল মাখল পৰিবেশ গালী শান্তিপুৰ খেলপথাৰত

06/11/2023

🔷চিমেন চাপৰিত বাগুৰুম্বা নৃত্যত উখল-মাখল পৰিবেশ
🔷 সানজা সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশনৰত সহস্র লোকৰ অংশগ্রহণ

06/11/2023

🔷ৰামধন ধিকাৰী গাৱ পঞ্চায়তৰ উদ্দ্যোগত অনুষ্ঠিত কৰা পঞ্চায়ত পৰ্যায়ৰ খেল মহাৰণৰ দেওবাৰে সফল সামৰণি পৰে।

04/11/2023

🔷আলি-আয়ে-লৃগাংক চৰকাৰীভাৱে বন্ধ ঘোষণা নকৰাক লৈ সৰৱ ৰাইজৰ দল।
🔷শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু আৰু বিধায়ক ভূৱন পেগুক কটাক্ষ ৰাইজৰ দলৰ।

04/11/2023

🔷মিচিংসকলক জাতীয় উৎসৱ আলি-আয়ে-লৃগাং বন্ধ নকৰাক লৈ মিচিং যুৱকৰ প্ৰতিক্ৰিয়া।

03/11/2023

🔷জোনাইৰ চিগা মিচিং গাৱত দিন দুপৰতে ভয়ংকৰ অগ্নিকাণ্ড।
🔷অগ্নিকাণ্ডত প্ৰায় লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যোৱাৰ অনুমান

03/11/2023

🔷জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ টাকাব চন্দ্ৰ মেদকৰ ২৩ মৃত্যু বার্ষিকী আৰু স্মৃতিচাৰণ সভা

01/11/2023

🔷জোনাই গান্ধী মৈদানত আজিৰে পৰা আৰম্ভ হ'ল খেল মহাৰণ।
🔷জোনাইৰ বিধায়কে উদ্ধোধন কৰে খেল মহাৰণ ।

31/10/2023

🔷বিভিন্ন প্ৰান্তৰ লগতে জোনাইতো মিচিং আগম কৗবাঙৰ আঞ্চলিক সমিতিৰ উদ্যোগত ৩০ অক্টোবৰ তাৰিখে পালন কৰা হয় ৩৯ সংখ্যক মিচিং ভাষা দিৱস৷

30/10/2023

🔷মিচিং অলিম্পিক সফল সামৰণিৰ পিছতে এতিয়া গাঁৱে গাঁৱে চলিছে পদক অৰ্জন কৰা খেলুৱৈ সকলক উষ্ম আদৰণি জনোৱা পৰ্ব।

28/10/2023

🔷মিচিং অলিম্পিকক লৈ TMPK ৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক চান দঞি পাংগিঙৰ প্ৰতিক্ৰিয়া।

28/10/2023

🟥জোনাইৰ পৱা খেল পথাৰত অনুষ্ঠিত মিচিং অলিম্পিকৰ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সফল সামৰণি।

27/10/2023

🔷জোনাই বাসীলৈ এক সু-খবৰ।
🔷জোনাইত পুনৰ এক নতুন গাড়ী ডিলাৰৰ মুকলি

27/10/2023

🔷জোনাইত অনুষ্ঠিত মিচিং অলিম্পিকৰ আজি পুৱা মাৰাথন দৌৰ প্ৰতিযোগিতা।
🔷লাইমেকুৰীৰ পৰা জোনাই পৱা খেলপথাৰলৈ এই মাৰাথন দৌৰ প্ৰতিযোগিতা।

27/10/2023

🔷MTV HOSTLE ত পুনৰ অন্য এক চমক প্ৰদৰ্শন অসমৰ মিচিং সন্তান চেঃদি মেলৰ।

26/10/2023

🔷জোনাইত অনুষ্ঠিত মিচিং অলিম্পিকৰ আজি দ্বিতীয়টো দিন ।
🔷মিচিং অলিম্পিকত বিভিন্ন ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় খেলৰ লগতে পৰম্পৰাগত মিচিং খেলৰ সংযোজন TMPK ৰ।

26/10/2023

🔷I Don't Care ঘেন্টা।
🔷 PMAY চৰকাৰী ঘৰক লৈ গীত গাই সামাজিক মাধ্যমত ভাইৰেল এজন যুৱক ।
🔷কোন সেইজন যুৱক?

26/10/2023

🔷MISING OLYMPIC 2023, JONAI

25/10/2023

🔷জোনাইত উপস্থিত আন্তৰাষ্ট্ৰীয় খেলোৱৈ হিমা দাস ।

25/10/2023

🔷জোনাইত বুধবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে TMPK ৰ উদ্যোগত আৰম্ভ মিচিং অলিম্পিক।

25/10/2023

🔷জোনাইত দুৰ্গা পূজাৰ সফল সামৰণি ।
🔷জোনাইৰ তিনিমাইল ঘাটত মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন
ভক্তৰ হৃদয় উকা কৰি মৰতৰ পৰা আজি মা দুৰ্গাই ল’লে বিদায়।

Address

Jonai
JONAI

Telephone

+919101421231

Website

Alerts

Be the first to know and let us send you an email when JONAI TODAY posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to JONAI TODAY:

Videos

Share


Other Media/News Companies in Jonai

Show All

You may also like