News Axom Polity

News Axom Polity পথাৰ আমাৰ বজাৰ আমাৰ

   আজি দিনৰ ১০:৩০ বজাত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল  l
20/04/2024



আজি দিনৰ ১০:৩০ বজাত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল l

নগাঁও সংসদীয় সমষ্টিৰ প্ৰাৰ্থী সকল...
09/04/2024

নগাঁও সংসদীয় সমষ্টিৰ প্ৰাৰ্থী সকল...

20/11/2023
03/10/2023

মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত ১ নং গাগলমাৰীত এজন অচিনাকি ব্যক্তি নতুন বজাৰত দেখা পোৱা যায় কিন্তু তেখেতৰ আচৰণ কথা বাৰ্তা অলপ অন্যৰকম হোৱাত স্থানীয় যুৱকসকলে মায়ং থানাত ছমজাই দিয়াৰ ব্যৱস্থা কৰে । ইয়াৰ আগতো দিল্লীৰ পৰা অহা বুলি মহিলা এগৰাকী গাওঁখনত আহিছিল ।

15/03/2023

Glimpses of hailstorm in

30/10/2022

ঝাৰগাওঁৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান "মোহনবাশী দাস কণিষ্ঠ মহাবিদ্যালয় "ৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উৎসৱ উদযাপনৰ উদ্দেশ্য আগত ৰাখি সকলো মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সম্মিলনী বাবে অহা ইংৰাজী ১/১১/২০২২ তাৰিখে এখনি সাধাৰন সভা আয়োজন কৰা হৈছে , সেইহে সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক সভাখনত উপস্থিতি থাকিবৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ অনুৰোধ জনাইছে ।

01/07/2022

বানপীড়িতৰ খবৰ ল'বলৈ গৈ অখিল গগৈ পৰিল ৰাইজৰ ৰোষত।

21/06/2022

SILCHAR GUWAHATI HIGHWAY (MEGHALAYA)

16/06/2022

এয়া অসম-মেঘালয়ৰ সোণাপুৰস্থিত ঘাইপথৰ দৃশ্য।
ধাৰাষাৰ বৃষ্টিপাতৰ ফলত এতিয়া এইদৰে পথ ভাঙি সোমাই পৰিছে এখন মালবাহী ট্ৰাক, বিলাসী গাড়ী৷ শিলচৰ-গুৱাহাটী পথ বন্ধ হোৱাৰ আশংকা।

৫৮৯ নম্বৰ সহ নৱম স্থান দখল মৰিগাওঁ জিলাৰ চৰাইবাহী শংকৰ দেৱ বিদ্যা নিকেতনৰ ছাত্ৰী বিদিশা নাথৰ
07/06/2022

৫৮৯ নম্বৰ সহ নৱম স্থান দখল মৰিগাওঁ জিলাৰ চৰাইবাহী শংকৰ দেৱ বিদ্যা নিকেতনৰ ছাত্ৰী বিদিশা নাথৰ

25/05/2022

চছিয়েল মিডিয়াত ভাইৰেল হোৱা এটা শিহৰনকাৰী দৃশ্য - গাহৰিয়ে মহতিয়াই থৈ গল এজন লোকক ।

25/05/2022

কান' চলচ্চিত্ৰ মহোৎসৱৰ 'ৰেড কাৰ্পেটত অসমক প্ৰতিনিধিত্ব কৰি প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী তথা পৰিচালিকা Aimee Baruah

বটদ্ৰৱা থানা জ্বলাই দিয়া অভিযুক্তৰ ঘৰত চলিল বুলড'জাৰ, পুৱাৰে পৰা বটদ্ৰৱা শালনাবড়িত চলিল অভিযুক্তৰ ঘৰ উচ্ছেদ অভিযান l
22/05/2022

বটদ্ৰৱা থানা জ্বলাই দিয়া অভিযুক্তৰ ঘৰত চলিল বুলড'জাৰ, পুৱাৰে পৰা বটদ্ৰৱা শালনাবড়িত চলিল অভিযুক্তৰ ঘৰ উচ্ছেদ অভিযান l

21/05/2022

জাগিৰোড সমষ্টিৰ মায়ং ঝাৰগাওঁৰ ওচৰৰ বুৰগাঁওৰ পৰা গৰকীয়াধাপ যোৱা এইটো মূল ৰাস্তা । বৰষুন হলে ৰাইজে হোৱা দোৱা খাব লগা হয় ।

17/05/2022

Haflong Town Raji Community Hall, Fishery Office

17/05/2022

Haflong Town niprang

17/05/2022

New Haflong Rail Station

New Haflong Rail Station
17/05/2022

New Haflong Rail Station

16/05/2022

বানপানীৰ এটি ভয়ানক দৃশ্য

16/05/2022

ডিমা হাচাও জিলাৰ হাফলং অঞ্চলৰ এটা পথৰ এটা অংশ বৰষুণৰ পানীয়ে উটুৱাই লৈ যায়।

ভিডিঅ’ৰ উৎস: ANI

ডিমা হাচাওত বান ভূমিস্খলনৰ বিধ্বস্ত ৰূপ l
16/05/2022

ডিমা হাচাওত বান ভূমিস্খলনৰ বিধ্বস্ত ৰূপ l

07/05/2022

অলপ আগতে বৰপেটা জিলাৰ চেনিমাৰীত ঘূর্ণী বতাহৰ তাণ্ডৱৰ এটা ভয়ানক দৃশ্য,

19/04/2022

কমল কুমাৰ মেধি :
'ৰাইজৰ দল’ৰ পৰা যোৱা ১২ এপ্ৰিলতে পদত্যাগ কৰিছিলোঁ ৷ কিন্তু এই কথাটো মই সংবাদ মাধ্যম বা সামাজিক মাধ্যমত প্ৰচাৰ কৰা নাছিলোঁ ৷
তাৰ কাৰণটো আছিল- মোৰ পদত্যাগৰ বিষয়টো দলৰ বাবে এটা নেতিবাচক ইছ্যুত পৰিণত নহওক ৷ মই মনে মনে আঁতৰি দিম, দিন যোৱাৰ পিছত মানুহে গম পালেও দলৰ একো ক্ষতি নহয় তেতিয়া ৷ মোৰ মনৰ ভিতৰত থকা অভিযোগবোৰো আৰু ৰাজহুৱা নকৰোঁ, যদিও ক’বলৈ বহু কথাই আছে ৷ মই সম্পূৰ্ণ ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িছিলোঁ ৷
কালি আৰু আজি দলৰ কেন্দ্ৰীয় কৰ্ণধাৰ আৰু বিষয়ববীয়াৰ সভা আছিল ৷
মই যিহেতু পদত্যাগ কৰিছিলোঁ, গতিকে মই মিটিঙলৈ যোৱাৰ প্ৰশ্নই নুঠে ৷ কিন্তু কালিৰ কৰ্ণধাৰ সমিতিৰ সভাই মোৰ পদত্যাগ পত্ৰ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় আৰু সভাৰ শেষত সভাপতি অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত কৰ্ণধাৰ সমিতিখন আমাৰ ঘৰলৈ আহে ৷ তেওঁলোকে মোৰ পদত্যাগ পত্ৰখন গ্ৰহণ নকৰাৰ প্ৰস্তাৱটো সন্দৰ্ভত মোক জনায় আৰু পিছদিনাৰ অৰ্থাৎ আজিৰ বিষয়ববীয়াৰ সভাত উপস্থিত থাকিবলৈ কয় ৷ দলৰ সভাপতিকে ধৰি কৰ্ণধাৰ সমিতিৰ মাননীয় সদস্যসকলৰ এই আহ্বানৰ প্ৰতি সন্মান জনাই মই আজিৰ বিষয়ববীয়াৰ সভাত সৌজন্যতাৰ খাটিৰত উপস্থিত হওঁ ৷ লগতে মই এই কথাও স্পষ্ট কৰি দিওঁ যে সভাপতিকে ধৰি কৰ্ণধাৰৰ সদস্যসকলৰ আহ্বানৰ প্ৰতি সন্মান জনাই মই আজিৰ সভাত উপস্থিত হৈছোঁ যদিও মই পদত্যাগ পত্ৰখন প্ৰত্যাহাৰ নকৰোঁ ।
মই ভাবি আছিলোঁ যে সভাত বিশেষ বক্তব্য নিদিয়াকৈ কিছু সময় বহি সভাপতিক মাত লগাই মই উঠি আহিম ৷
কিন্তু সেই সময়তে এটা বিষয়ক লৈ একপ্ৰকাৰ বিতৰ্ক আৰম্ভ হৈছিল ৷ এগৰাকী নেতাই বিষয়টো সন্দৰ্ভত অলপ বেলেগকৈ ব্যাখ্যা আগবঢ়াই থকাত মই আচল কথাটো সভাত উল্লেখ কৰি দিলোঁ ৷ লগে লগে বিষয়টোক লৈ যুক্তি-তৰ্ক আৰম্ভ হ’ল ৷ একেলগে কেইবাজনেও ঠিয় হৈ ক’বলৈ ধৰিলে ৷
তাৰপিছত সেই নেতাই এইবাৰ মোক উদ্দেশ্যি ক’বলৈ ধৰিলে যে মই হেনো বিজেপিৰ এজেণ্ট হৈ সভাত গণ্ডগোল লগাই দিছোঁ ৷
মই বোলো কোনো কাৰণ নোহোৱাকৈ মই যদি বিজেপিৰ এজেণ্ট হ’ব পাৰোঁ- তেন্তে আপুনি এআইইউডিএফ বা অলকায়দাৰ এজেণ্ট ৷
তাৰপিছত...
তাৰপিছৰখিনি পিছত ৷
আজি আৰু একো নকওঁ ৷
দলৰ পৰা পদত্যাগ কৰিও দলৰ ক্ষতি নহওক বুলি মই কৰি অহা আচৰণ বুজি নোপোৱা সকলক মই ছাগৈ অপাত্ৰত দান দিয়াৰ দৰে হৈছে ৷
গতিকে এইকেইদিন গোপনে ৰখা খবৰটো পৰিস্থিতিয়ে ফাদিল কৰিবলৈ বাধ্য কৰালে ৷ 'ৰাইজৰ দল’ৰ নিষ্ঠাবান কৰ্মীসকললৈ ক্ষমা প্ৰাৰ্থনা !
( লগতে এইটোও জনাই থওঁ যে বেলেগ কোনো দললৈ যোৱাৰ কোনো পৰিকল্পনা মোৰ নাই ৷ )

18/04/2022

ক্ষেএী " ডিমৰীয়া মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা মুকলি বিহুৰ কিছু দৃশ্য

05/02/2022

Glimpses of hailstorm in .

 .
05/02/2022

.

05/02/2022

Guwahati.

02/02/2022

বেংগলী টাইগাৰ ফৰ্চৰ ভাবুকি : দৰকাৰ হ'লে অসম জ্বলিব অধকক্ষ্যক ভাবুকি । (মায়ং কলেজৰ ঘঠনা কেন্দকৰি )

21/01/2022

: ट्रेंड के बीच, असम के मुख्यमंत्री का एक वायरल फुटेज इंटरनेट पर खूब वायरल हो रहा है।

वीडियो में एक छात्र मुख्यमंत्री से ऑनलाइन मोड में परीक्षा आयोजित करने के लिए कह रहा है।

जिस पर सीएम ने कहा

: Amidst trend, a viral footage of Assam Chief Minister is doing rounds on the internet.

A student in the video was seen asking the Chief Minister to conduct examinations in the online mode.

To which, this is what the CM said: 👇🏼 https://t.co/w6WHGHdhiZ

Address

Jhargaon
Jagiroad

Telephone

+917086412543

Website

Alerts

Be the first to know and let us send you an email when News Axom Polity posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Axom Polity:

Videos

Share


Other Social Media Agencies in Jagiroad

Show All