Okvideo hall

Okvideo hall Tea Assam

06/05/2024

Beauty of Assam

16/04/2024

আহি আছে জুবিন গাৰ্গৰ প্ৰথম চাদ্ৰী ভাষাত নিৰ্মিত ছবি *চিকাৰ *🥰.
Zubeen Garg movie tribes #

02/04/2024
For the Graduate students of Tea Tribes Community under Dibrugarh District.
25/02/2024

For the Graduate students of Tea Tribes Community under Dibrugarh District.

অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ সৈতে সংলগ্ন পেৰামেডিকেল বিজ্ঞান প্ৰতিষ্ঠানত পেৰামেডিকেল পাঠ্যক্ৰমৰ ১ম বৰ্ষৰ ডিপ্লমাত নামভ...
11/01/2024

অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ সৈতে সংলগ্ন পেৰামেডিকেল বিজ্ঞান প্ৰতিষ্ঠানত পেৰামেডিকেল পাঠ্যক্ৰমৰ ১ম বৰ্ষৰ ডিপ্লমাত নামভৰ্তিৰ বাবে চাহ জনজাতি আৰু আদিবাসী কল্যাণ সঞ্চালকালয়, অসম, ৰূপনগৰ, গুৱাহাটীৰ পৰা সকলো যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন কৰিবলে আহ্বান কৰা হৈছে, ।

07/01/2024

অভয়াপুৰীৰ চৌটাকীত অনুষ্ঠিত Golden Langur Festival ত নতুন ছৱি “চিকাৰ”ৰ গীত গালে জুবিন গাৰ্গে

অসম চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত। চাহ জনগোষ্ঠীৰ বাবে পোনপ্ৰথম বাৰৰ বাবে নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ শিক্...
02/01/2024

অসম চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত। চাহ জনগোষ্ঠীৰ বাবে পোনপ্ৰথম বাৰৰ বাবে নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে ২৬৪ খন শিক্ষকৰ আসন অসম চৰকাৰে সংৰক্ষিত কৰিছে। আটছাৰ সৈতে কেইবা লানি বৈঠক অনুষ্ঠিত হোৱাৰ অন্তত চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্রী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

৭৬সংখ্যক অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসত হার্টথ্রৱ জুবিন দা
30/12/2023

৭৬সংখ্যক অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসত হার্টথ্রৱ জুবিন দা

26/12/2023

আটছা্ৰ প্ৰতিষ্ঠা দিৱসলৈ আহি আছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গ
Garg

14/12/2023

আপোনালোকৰ এটা vote অদিতি তাচাক সংগীতৰ এই যাত্ৰাত আৰু আগলৈ আগুৱাই যাবলৈ সহায় কৰিব। 6901253518 এই WHATSAPP নম্বৰটোত ABD 7 ADI টাইপ কৰি প্ৰেৰণ কৰিব পাৰে। আপোনালোকৰ vote ৰ যোগেদি আদিতিক মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ ধন্যবাদ।

04/12/2023
বহুতো ঘাত- প্ৰতিঘাট মাজেৰে চাহ জনগোষ্ঠীৰ ৰাইজৰ লগতে অসমত বসবাস কৰা চাহ শ্ৰমিকৰ জলন্ত সমস্যা সমূহ সমাধানৰ লগতে অসমৰ জাতীয়...
25/11/2023

বহুতো ঘাত- প্ৰতিঘাট মাজেৰে চাহ জনগোষ্ঠীৰ ৰাইজৰ লগতে অসমত বসবাস কৰা চাহ শ্ৰমিকৰ জলন্ত সমস্যা সমূহ সমাধানৰ লগতে অসমৰ জাতীয় জীৱনৰ প্ৰতিটো সমস্যাতে আপোচবিহীন ভূমিকা গ্ৰহণ কৰি অহা অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৭৬ টা বছৰত ভৰি দিবহি৷

প্ৰত্যেক বছৰৰ দৰেই এই বছৰো সন্থাৰ প্ৰতিষ্ঠা দিৱসটি অহা ইংৰাজী ২৭ আৰু ২৮ ডিচেম্বৰ তাৰিখে দুইদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডুমডুমা নগৰ খেলপথাৰত আয়োজন কৰিব লোৱা হৈছে ৷

উক্ত কাৰ্যসূচীৰ সাংস্কৃতিক সন্ধিয়াত আট্‌ছাৰ সন্মানীয় সভাপতি ধীৰাজ গোৱালা আৰু সাধাৰণ সম্পাদক জগদীশ বৰাইক ডাঙৰীয়াৰ প্ৰচেষ্টাৰ ফলত পোনপ্ৰথম বাৰৰ বাবে আট্‌ছাৰ মজিয়াত গীত পৰিবেশন কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ ডাঙৰীয়াই৷

আট্‌ছাৰ এই সোণালী যাত্ৰাৰ ক্ষণত ৭৬ তম্ প্ৰতিষ্ঠা দিৱসটি সফল ৰূপায়ণত সকলো ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।

জয়তু আট্‌ছা
জয় আই অসম৷

29/10/2023

Tea Tribes Students Freshmen Social
(Rangapara College )

15/10/2023

Sambalpuri Dance ✨
#. Facebook dance khai

08/10/2023

উত্তৰ অসম চাহ জনজাতি কলা-কৃষ্টি বিকাশ কেন্দ্রৰ উদ্যোগত উদযাপন কৰা প্ৰথম বাৰ্ষিক কেন্দ্রীয় কৰমত ৫০০০ কৈ অধিক নাচনিয়ে একেলগে ঝুমইৰ নৃত্য পৰিৱেশন কৰে।

স্থান- বিশ্বনাথ চাৰিআলি৷

LIST OF 44 NOS. OF CANDIDATES SELECTED BASED ON THEIR GRADUATION QUALIFICATION FOR THE COACHING OF SSC (GRADUATELEVEL) U...
07/10/2023

LIST OF 44 NOS. OF CANDIDATES SELECTED BASED ON THEIR GRADUATION QUALIFICATION FOR THE COACHING OF SSC (GRADUATE

LEVEL) UNDER THE SCHEME "COACHING FOR HIGHER STUDIES" FOR THE YEAR 2023-24

LIST OF CANDIDATES SELECTED BASED ON THEIR GRADUATION QUALIFICATION FOR THE COACHING OF BANK EXAM AND GOVT. EXAM UNDER T...
07/10/2023

LIST OF CANDIDATES SELECTED BASED ON THEIR GRADUATION QUALIFICATION FOR THE COACHING OF BANK EXAM AND GOVT. EXAM UNDER THE SCHEME "COACHING FOR HIGHER STUDIES" FOR THE YEAR 2023-24

(TGL/Ex TGL )List of selected candidates for coaching of NEET (UG)Pdf link:- https://ttwd.assam.gov.in.  Assam  Tribes  ...
07/10/2023

(TGL/Ex TGL )List of selected candidates for coaching of NEET (UG)

Pdf link:- https://ttwd.assam.gov.in.
Assam
Tribes
of Assam

03/10/2023

Jhumur Dance 😍

01/10/2023

নোৱা খাই ভেট ঘাট গুৱাহাটী কলাক্ষেত্ৰৰ ৰং ঘৰৰ বাকৰিত ওড়িয়া নৃত্য ।

27/09/2023

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত "কেন্দ্ৰীয় কৰম উৎসৱত পদ্মশ্ৰী দুলাল মানকিৰ গীতত শ্ৰম বিভাগৰ মন্ত্ৰী শ্ৰীসঞ্জয় কিষান লগতে উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰা একেলগে ঝুমুৰ নাচ। song #

Address

Itanagar
784168

Telephone

+9613846016

Website

Alerts

Be the first to know and let us send you an email when Okvideo hall posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Okvideo hall:

Videos

Share