Somonay News

Somonay News কেৱল ইতিবাচক বাতৰি/সত্যনিষ্ঠ বাতৰি/তথ্যনিষ্ঠ বাতৰি৷

 #এই ছবিখনলৈ মন কৰক৷৷ #কেনে অসভ্য লোকৰ এয়া কাম হব পাৰে৷৷ #এয়া হোজাই জিলাৰ এখন কাৰ্যালয়ৰ সুলভ দৃশ্য৷৷ #এটাকৈ কমেণ্ট দিব৷
26/10/2025

#এই ছবিখনলৈ মন কৰক৷৷
#কেনে অসভ্য লোকৰ এয়া কাম হব পাৰে৷৷
#এয়া হোজাই জিলাৰ এখন কাৰ্যালয়ৰ সুলভ দৃশ্য৷৷
#এটাকৈ কমেণ্ট দিব৷

26/10/2025

সুস্থ মন আৰু সুস্থ দেহ লৈ জীৱনত আগবাঢ়ক-সমন্বয়৷

হৃদক্ৰিয়া বন্ধ হৈ অভিনেতা সতীশ শ্বাহৰ দেহাৱসান৷
26/10/2025

হৃদক্ৰিয়া বন্ধ হৈ অভিনেতা সতীশ শ্বাহৰ দেহাৱসান৷

25/10/2025
হোজাই জিলা আয়ুক্তক  সাক্ষাৎ কৰে বিন্নাকান্দি যুৱ কংগ্ৰেছৰ সভাপতি সাহিন আহমেদে৷কৰৈউনীৰ পৰা ৰহমত  নগৰ বজাৰলৈ  PWD ৰ স্থগিত...
24/10/2025

হোজাই জিলা আয়ুক্তক সাক্ষাৎ কৰে বিন্নাকান্দি যুৱ কংগ্ৰেছৰ সভাপতি সাহিন আহমেদে৷

কৰৈউনীৰ পৰা ৰহমত নগৰ বজাৰলৈ PWD ৰ স্থগিত হৈ থকা ৰাস্তাটোৰ কাম অতি সোনকালে শেষ কৰিবলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

মোৰাঝাৰৰ মুহচিনাসহ তিনি মেধাৱী শিক্ষাৰ্থীক বিধায়ক চিৰাজুদ্দিন আজমলৰ সম্বৰ্ধনা, আগবঢ়ালে নগধ ধন হোজাই জিলাৰ বিন্নাকান্দি ...
24/10/2025

মোৰাঝাৰৰ মুহচিনাসহ তিনি মেধাৱী শিক্ষাৰ্থীক বিধায়ক চিৰাজুদ্দিন আজমলৰ সম্বৰ্ধনা, আগবঢ়ালে নগধ ধন


হোজাই জিলাৰ বিন্নাকান্দি সমষ্টিৰ তিনিগৰাকী অতি মেধাৱী শিক্ষাৰ্থীক আজি বিপুলভাৱে সম্বৰ্ধনা জনায় বিন্নাকান্দিৰ বিধায়ক মহম্মদ ছিৰাজুদ্দিন আজমলে৷ এই তিনি শিক্ষাৰ্থী হৈছে ক্ৰমে - মোৰাঝাৰ মৌডংগাপথাৰৰ বেগম মুহছিনা কিদৱাই, কপাহবাৰীৰ আম্বিষা বেগম আৰু নীলবাগানৰ ইমৰাণ হুছেইন৷ বেগম মুহছিনা কিদৱাইয়ে আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা এম টেকত (কেমিকেল ইঞ্জিনিয়াৰিং) গল্ড মেডেল লাভ কৰিছিল৷ কপাহবাৰীৰ আম্বিয়া বেগমে সদ্যঘোষিত বি এ এলএলবিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম স্থান আৰু নীলবাগানৰ ইমৰান হুছেইনে বি এ এলএলবিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত পঞ্চম স্থান অধিকাৰ কৰিছিল৷ আজি আজমল হাউছত তিনিওগৰাকী শিক্ষাৰ্থীক গামোছা, মানপত্ৰ আৰু উৎসাহমুলক নগদ ধন প্ৰদান কৰে বিন্নাকান্দিৰ বিধায়ক ছিৰাজুদ্দিন আজমলে৷ ইমৰান হুছেইনৰ অনুপস্থিতিত ছাত্ৰজনৰ পিতৃয়ে এই সম্বৰ্ধনা গ্ৰহণ কৰে৷ উক্ত অনুষ্টপীয়া অনুষ্ঠানত বিশিষ্ট সমাজ সেৱক নুৰুল হক বৰভুঞাৰ লগতে অন্যান্যসকল উপস্থিত থাকে।

24/10/2025

অসমৰ জ্যেষ্ঠ সাংবাদিক বৈকুণ্ঠ গোস্বামীৰ দেহাৱসান , ৰাজ্যজুৰি শোকৰ ছাঁ।

 #অকচেকপথাৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য কমৰুল ইছলামৰ প্ৰশংসনীয় পদক্ষেপ৷ #অকচেক মিকিৰ গাঁওত হোজাই কৃষি বিভাগৰ সহযোগত বিতৰণ ...
24/10/2025

#অকচেকপথাৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য কমৰুল ইছলামৰ প্ৰশংসনীয় পদক্ষেপ৷
#অকচেক মিকিৰ গাঁওত হোজাই কৃষি বিভাগৰ সহযোগত বিতৰণ কৰিলে আলু বীজ৷

ন্যায় লাগিবই৷
24/10/2025

ন্যায় লাগিবই৷

অখিল গগৈৰ শেহতীয়া পষ্ট৷
24/10/2025

অখিল গগৈৰ শেহতীয়া পষ্ট৷

"ৰৈ ৰৈ বিনালে"ৰ ট্ৰেইলাৰকাইলৈ সন্ধিয়া ৫ বজাত মুক্তি…জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্পৰ জুবিনময় এয়া আৰম্ভণি…জিল ক্ৰিয়েচনচৰ ইউটিউ...
23/10/2025

"ৰৈ ৰৈ বিনালে"ৰ ট্ৰেইলাৰ

কাইলৈ সন্ধিয়া ৫ বজাত মুক্তি…

জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্পৰ জুবিনময় এয়া আৰম্ভণি…

জিল ক্ৰিয়েচনচৰ ইউটিউব চেনেলত উপলব্ধ হ'ব চিনেমাখনৰ ট্ৰেইলাৰ।

Address


Telephone

+919678015016

Website

Alerts

Be the first to know and let us send you an email when Somonay News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Somonay News:

  • Want your business to be the top-listed Media Company?

Share