মাজত মাএ 2দুইৰ পৰা 4চাৰিটা দিন বাকী আছে। আজিৰ অফাৰ টি শুনিলে আপোনাৰো চকু কপালত উঠিব।
আজিৰ প্ৰতিবেদনটো অলপ বেলেগ।
মাজত মাএ 2দুইৰ পৰা 4চাৰিটা দিন বাকী আছে।
আজিৰ অফাৰ টি শুনিলে আপোনাৰো চকু কপালত উঠিব।
এতো সুমধুৰ কণ্ঠ মাশ্বাআল্লাহ
এতো সুমধুৰ কণ্ঠ মাশ্বাআল্লাহ
#islamic #Gojal #vairalvideo #followers #voice #Muslims
অফাৰ অফাৰ অফাৰ। মানে ধামাকা অফাৰ।
অফাৰ অফাৰ অফাৰ। মানে ধামাকা অফাৰ।
চমৎকাৰ মাশ্বাআল্লাহ শুনক।
অফাৰ অফাৰ অফাৰ। মাজত মাএ 7 টা দিন বাকী আছে। আৰু 7 দিনৰ পিছতেই আপুনি হৈ পৰিব কোটিপতি।
অফাৰ অফাৰ অফাৰ।
মাজত মাএ 7 টা দিন বাকী আছে।
আৰু 7 দিনৰ পিছতেই আপুনি হৈ পৰিব কোটিপতি।
নখূটি খাগৰিজান যুৱ ঐক্য মঞ্চৰ সহযোগত এখন আকৰ্ষনীয় সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে।
মাজত মাএ কেইটামান দিন বাকী আছে। আৰু কেইটামান দিনৰ পিছতেই আপুনি হৈ পৰিব লাখ লাখ টকাৰ গৰাকী।
মাজত মাএ কেইটামান দিন বাকী আছে। আৰু কেইটামান দিনৰ পিছতেই আপুনি হৈ পৰিব লাখ লাখ টকাৰ গৰাকী।
লংকাৰ থাইচুবালীত ৰহস্যজনক বাবে মৃতদেহ উদ্ধাৰ।
লংকাৰ থাইচুবালীত ৰহস্যজনক বাবে মৃতদেহ উদ্ধাৰ।
হোজাই জিলাৰ লংকাৰ থাইচুবালী গাঁৱৰ হাজি খলিলুৰ ৰহমানৰ কন্যা তথা চাৰিটা সন্তানৰ মাতৃ জামিনা বেগমৰ মৃতদেহ উদ্ধাৰ।
#news #Big_Braking #NewsUpdate #lanka
হোজাইৰ পাৰ্থিৱ দাসে কপাইছে ফেচবুক ইনষ্টাগ্ৰাম।
হোজাইৰ পাৰ্থিৱ দাসে কপাইছে ফেচবুক ইনষ্টাগ্ৰাম।
লাখ লাখ দৰ্শকে ভিও কৰিছে প্ৰতিটো ভিডিয়
ধুমুহাৰ গতিত চলি আছে পাৰ্থিৱ দাসৰ ৰেপ song
#assam #Hojai #vairalpost #review #rapper #rap #songs #sony #music #india #instagood #followers #facbookreels #jannatlive
SBI Life Ranangan program Nagaon 2023
আজমলে অসমৰ মুছলমান সমাজৰ ভৱিষ্যত অন্ধকাৰ কৰি আছে।
আজমলে অসমৰ মুছলমান সমাজৰ ভৱিষ্যত অন্ধকাৰ কৰি আছে।
আজমলৰ সাম্প্ৰদায়িক মন্তব্যৰ বাবে হিন্দু -মুছলমানৰ মাজত দূৰত্ব বাঢ়িছে।
#NewsUpdate #assam #news Maulana Badruddin Ajmal
অসম চৰকাৰৰ নতুন এচ অ পি আৰু অন্ন সেৱা সপ্তাহ মানি বলৈ সহকাৰী সঞ্চালকে ৰাইজক এনে দৰে জানিবলৈ দিয়ে
অসম চৰকাৰৰ অন্ন সেৱা সপ্তাহ 2023 ইং তাৰিখৰ নবেম্বৰৰ মাহৰ 10 তাৰিখৰ পৰা 16 তাৰিখৰ লৈ ।
হোজাই শংকৰদেৱ নগৰৰ সহকাৰী সঞ্চালক খাদ্য আৰু অসামৰিক যোগদান বিভাগৰ পৰা হোজাই জিলাৰ ৰেচন কাডৰ হিতাধিকাৰী সকলক এজেন্ট ৰ পৰা সামগ্ৰী সমূহ অসম চৰকাৰৰ নতুন এচ অ পি আৰু অন্ন সেৱা সপ্তাহ মানি বলৈ সহকাৰী সঞ্চালকে ৰাইজক এনে দৰে জানিবলৈ দিয়ে ।
মৈৰাবাৰীৰত সাংবাদিকৰ এক সাক্ষাৎকাৰত লেখিকা শিখা শৰ্মাৰ এক বিস্ফোৰক মন্তব্য।
মৈৰাবাৰীৰত সাংবাদিকৰ এক সাক্ষাৎকাৰত লেখিকা শিখা শৰ্মাৰ এক বিস্ফোৰক মন্তব্য।
#NewsUpdate @followers Jannat Live
প্ৰেমীক-প্ৰেমীকাই নিজ ঘৰৰ পৰা নিজ ইচ্ছাৰে পলাই আহিল
প্ৰেমীক-প্ৰেমীকাই নিজ ঘৰৰ পৰা নিজ ইচ্ছাৰে পলাই আহিল
পিতৃৰ-মাতৃয়ে প্ৰেমীকাৰ বিৰুদ্ধে অনা অভিযোগ নস্যাৎ কৰিলে প্ৰেমীকাই।
হোজাইত অনুষ্ঠিত হব ৰাজ্যিক ভিত্তিত চিনিয়ৰ বাস্কেটবল প্ৰতিযোগিতা।
অহা ৭নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা বাস্কেটবল প্ৰতিযোগিতাত ৰাজ্যৰ ২৫খন জিলাৰ দল অংশগ্ৰহণ কৰিব।
মৰিগাঁও জিলাত পুনৰ আৰম্ভ হৈছে চাইবাৰ বিৰোধী অভিযান।
মৰিগাঁও জিলাত পুনৰ আৰম্ভ হৈছে চাইবাৰ বিৰোধী অভিযান: বিভিন্ন স্থানৰ পৰা আটক পাঁচটাকৈ চাইবাৰ অপৰাধী।
মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদত উত্তাল বিটিচি।
বিটিআৰৰ পৰ্বতঝোৰাত দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ ৰন্ধন কৰ্মচাৰীৰ।
বিহালীত অবৈধ শিল বালি মহলৰ বিৰুদ্ধে কঠোৰ বিহালী বন বিষয়া চক্ৰপাণী ৰয়।
বিহালীত অবৈধ শিল বালি মহলৰ বিৰুদ্ধে কঠোৰ বিহালী বন বিষয়া চক্ৰপাণী ৰয়।
এজন ড্ৰাগছ বেপাৰী পলাই যোৱাৰ পাছতে বাঘজান থানা ঘেৰাও কৰে যুৱক সংঘ আৰু মহিলা সমাজে।
এজন ড্ৰাগছ বেপাৰী পলাই যোৱাৰ পাছতে বাঘজান থানা ঘেৰাও কৰে যুৱক সংঘ আৰু মহিলা সমাজে।
হোজাই বাৰুৱাৰী আদী কালী মন্দিৰত চোৰৰ ছাফাই অভিযান।
হোজাই নতুন বজাৰ স্থিত আৰক্ষী থানাৰ নিলগত বিধায়ক ৰাম কৃষ্ণ ঘোষৰ বাস গৃহৰ সন্মুখত থকা বাৰোৱাৰি আদি কালী মন্দিৰত চলাইছিল চোৰৰ ছাফাই অভিযান।
মুখ্যমন্ত্ৰীৰ সভাত দেৱীৰ ৰুদ্ৰ মূৰ্তি। হাল দুল ভাঙি সভাৰ পৰা ওলাই আহিলে দেৱীয়ে।
সভা ভঙ্গ নহওঁতেই হঠাৎ মঞ্চৰ পৰা হালদুল্ ভাঙি ওলাই আহিল জিলা পৰিষদ ৰমাবালা দেৱী।
ডবকাৰ কাচাৰীপাৰা গাৱত মাজনিশা ভয়ংকৰ অগ্নিকাণ্ড।
ডবকাৰ কাচাৰীপাৰা গাৱত মাজনিশা ভয়ংকৰ অগ্নিকাণ্ড।
মধ্য লেংৰিবৰী জামে মছজিদৰ নিৰ্মাণকাৰ্য্যৰ সাহাৰ্য্যৰ বাবে আবেদন। ফোন পে 8761054044
ইচ্ছ্যুক ধৰ্মপ্ৰাণ ৰাইজে এই ফোন পে 8761054044 Ikramul Hussain নম্বৰৰ যোগেদি সাহাৰ্য্য আগবঢ়াবলৈ কাতৰ আহ্বান জনায়।
হোজাই আৰক্ষীৰ জালত চাৰিচকীয়া বাহন ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত প্ৰতাৰণা কৰি আটক এজন।।
হোজাই আৰক্ষীৰ জালত চাৰিচকীয়া বাহন ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত প্ৰতাৰণা কৰি আটক এজন।।
ৰেজীয়া চুলতানা ডাঙৰীয়ানিক ৰাজহোৱা বাবে সম্বৰ্দ্ধনা জনোৱা হয়।
অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সম্পাদিকা ৰেজীয়া চুলতানা ডাঙৰীয়ানিক ৰাজহোৱা বাবে সম্বৰ্দ্ধনা জনোৱা হয়।