FAST AXOM

FAST AXOM Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from FAST AXOM, Digital creator, Hojai.

ভোগালী বিহুৰ উৰুকা উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। উৰুকাৰ ভোজভাতৰ আনন্দই শক্তিশালী কৰক ভাতৃত্ববোধ আৰু চেন...
13/01/2025

ভোগালী বিহুৰ উৰুকা উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। উৰুকাৰ ভোজভাতৰ আনন্দই শক্তিশালী কৰক ভাতৃত্ববোধ আৰু চেনেহৰ বান্ধোন।
Assam, India

12/01/2025

মুছলমান যোৱতিয়ে এতিয়া উৰাব উৰাজাহাজ

08/01/2025

Mashallah এবাৰ হলেও comment' ত mashaallah লিখক
ৰাজ্যৰ লাখ লাখ মুছলমান মানৰ বাবে ভাল খবৰ
আল্লাহৰ অলি আহি আছে ঢেকীয়াজুলিত
ঢেকীয়াজুলিত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত এজতেমা আয়োজনৰ ব্যাপক প্ৰস্তুতি।

07/01/2025

তেজপুৰৰ ভোমোৰাগুৰি বনভোজ স্থলীত উৎতপ্ত পৰিস্থিতি। ভোমোৰাগুৰি বনভোজস্থলীত বন বিভাগৰ চূড়ান্ত মইমতালিক কেন্দ্ৰ কৰি দলে-বলে ওলাই আহিছে ক্ষুব্ধ ৰাইজ।

02/01/2025

ৰাজ্যৰ লাখ লাখ মুচলমান সকলৰ বাবে ডাঙৰ খবৰ

28/12/2024

ধিঙত পুনৰ সংঘটিত হয় ধৰ্ষণৰ কাণ্ড।

নগাঁও জিলাৰ ধিঙৰ খইৰামাৰীত এক ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ অঞ্চলটোত।

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ দেহাৱসান৯২ বছৰ বয়সত বিদায় মাগিলে প্রাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়েদিল্লীৰ AIIMSত চিকি...
26/12/2024

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ দেহাৱসান

৯২ বছৰ বয়সত বিদায় মাগিলে প্রাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে

দিল্লীৰ AIIMSত চিকিৎসাধীন আছিল ড০ মনমোহন সিঙ

26/12/2024

⏩২১বছৰীয়া সঞ্জীৱ মুণ্ডাৰ কামনাৰ বলি ১১বছৰীয়া নাবালিকা।
⏩সঞ্জীৱ মুণ্ডাক ইন কাউন্টাৰ কৰিবলৈ দম নাই নে পুলিচৰ বন্ধকত গুলি নাই।
⏩ৰুবুল আহাম্মেদে ফেচবুক লাইভৰ জৰিয়তে কি কৈছে শুনো আহক
゚viralシ

26/12/2024

পুৰুষে কিয় নিজতকৈ ডাঙৰ বয়সৰ মহিলাৰ প্ৰতি আকৰ্ষিত হয়।
゚viralシ

🚗 এই বনভোজৰ বতৰত নিজকে সুৰক্ষিত ৰাখক৷এক নিৰাপদ আৰু সুৰক্ষিত ভ্ৰমণ নিশ্চিত কৰিবলৈ অসম পৰিবহণ বিভাগৰ এই নিয়মাৱলী অনুসৰণ কৰ...
26/12/2024

🚗 এই বনভোজৰ বতৰত নিজকে সুৰক্ষিত ৰাখক৷

এক নিৰাপদ আৰু সুৰক্ষিত ভ্ৰমণ নিশ্চিত কৰিবলৈ অসম পৰিবহণ বিভাগৰ এই নিয়মাৱলী অনুসৰণ কৰক।

📞 জৰুৰীকালীন নম্বৰ:
১১২ - আৰক্ষীৰ সহায়ৰ বাবে
১০৮ - চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা

পুনৰ আমছুৰ সভাপতি হ'ল ৰেজাউল কৰিম সৰকাৰ। আমছুৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশনত সভাপতি নিৰ্বাচিত ৰেজাউল কৰিম সৰকাৰ।
24/12/2024

পুনৰ আমছুৰ সভাপতি হ'ল ৰেজাউল কৰিম সৰকাৰ। আমছুৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশনত সভাপতি নিৰ্বাচিত ৰেজাউল কৰিম সৰকাৰ।

24/12/2024

সমাজ সেৱাত নীজৰ জীৱনৰ ২৪ টা বছৰ ব্যায় কৰা এজন‌ যোৱক
খান ভাই নামে পৰিচিত যোৱক জন ।

24/12/2024

হোজাই জিলাৰ কংগ্ৰেছ কৰ্মীৰ হাতে হাতে আম্বেদকাৰৰ প্ৰতিচ্ছবিৰ লগতে প্লেকাৰ্ড লৈ কংগ্ৰেছৰ ‘বাবাচাহেব আম্বেদকাৰ সন্মান’ যাত্ৰা

24/12/2024

হোজাইত 'এজাক পক্ষীৰ কলৰৱত শীতৰ এদিন 'উদযাপন।

23/12/2024

আহি আছে হোজাই লৈ। জানুৱাৰী ৫ তাৰিখত।

23/12/2024

হত্যা নে আত্মহত্যা?
♦️ অতি ভয়ংকৰ ঘটনা।
♦️কি আছিল প্ৰকৃত ৰহস্য?
♦️ কোনে লৈছিল আচমিনা খাতুনৰ প্ৰাণ?
♦️ তিনিটা বছৰ অতিক্ৰম হোৱাৰ পিছতো কিয় পোৱা নাই ন্যায়?
♦️কোন কোন জড়িত আছিল এই ঘটনাত?

গুৰুত্বপূৰ্ণ ঘোষণা - বৈধ ৰেচন কাৰ্ড থাকিলে অৰুণোদয় ৩ ৰ বাবে নালাগে কোনো উৰ্পাজনৰ প্ৰমাণপত্ৰ। চৰকাৰৰ ঘোষণা..
22/12/2024

গুৰুত্বপূৰ্ণ ঘোষণা - বৈধ ৰেচন কাৰ্ড থাকিলে অৰুণোদয় ৩ ৰ বাবে নালাগে কোনো উৰ্পাজনৰ প্ৰমাণপত্ৰ। চৰকাৰৰ ঘোষণা..

বাংলাদেশ সীমান্তৰ ডাউকীত অসমৰ ১৯ খন চুৰি বাইক উদ্ধাৰ ক্ৰাইম ব্ৰান্স আৰু মহানগৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৬ দুৰ্ধৰ্ষ গাড়...
17/12/2024

বাংলাদেশ সীমান্তৰ ডাউকীত অসমৰ ১৯ খন চুৰি বাইক উদ্ধাৰ

ক্ৰাইম ব্ৰান্স আৰু মহানগৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৬ দুৰ্ধৰ্ষ গাড়ীচোৰ

Address

Hojai

Alerts

Be the first to know and let us send you an email when FAST AXOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to FAST AXOM:

Videos

Share