লংকা ফৰেষ্ট গেইট বিলপাৰ তামুলবৰ্তি ট্ৰাক দূৰ্ঘটনা।
নিশা কাৰ্বিআংলংৰ পূব ডিগাৰুহ বিদ্যুতৰ তাৰত লাগি দুটাকৈ গজৰাজৰ মৃত্যু। বনবিভাগৰ লোক উপস্থিত।
মোৰাঝাৰ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।
আপোনাৰ সহায়ৰ প্ৰয়োজন।
যোনে যেনেকৈ পাৰে সহায় কৰক।
*ডবকাত কংগ্ৰেছৰ প্ৰতিবাদ*
*নিত্য ব্যৱহৃত খাদ্য-সামগ্ৰীৰ উপৰি মূল্য বৃদ্ধি ও GST আৰোপ কৰাৰ বিৰুদ্ধ এই প্ৰতিবাদ*
*বিন্নকান্দি ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ডবকা চহৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়*
*কংগ্ৰেছ নেতা-কৰ্মীসকলে হাতে হাতে বেনাৰ, প্লে কাৰ্ড আদি লৈ চৰকাৰ বিৰুধী বিভিন্ন শ্লগান দি পৰিৱেশ উত্তাল কৰি তুলে*
ডবকা পৌৰসভাৰ বিৰুদ্ধে স্থানীয় ব্যৱসায়ীৰ প্ৰতিবাদ।
প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিদ্যালয়ত অনুপস্থিতিত থকাৰ অভিযোগ।
এই অভিযোগ লংকা শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ দেৱস্থান এল, পি, স্কুলৰ প্ৰধান শিক্ষক নুৰুল হকৰ বিৰুদ্ধে।
হোজাই বৰবালিত ভয়ংকৰ অগ্নি কাণ্ড।
হোজাই বৰবালিত ভয়ংকৰ অগ্নি কাণ্ড।
আৰক্ষীৰ সম্মুখত বালি ঘাটত উত্তেজনা।
আৰক্ষীৰ সম্মুখত বালি ঘাটত উত্তেজনা।
বিহাৰৰ মুখ্য মন্ত্ৰী আৰু দিল্লীৰ মুখ্য মন্ত্ৰীদ্বয় কি ক'লে।
বিহাৰৰ মুখ্য মন্ত্ৰী আৰু দিল্লীৰ মুখ্য মন্ত্ৰীদ্বয় কি ক'লে।
এইমাত্ৰ হোজাই ইছলামনগৰ - মোল্লাগ্ৰামৰ মাজত ভয়ংকৰ পথ দুৰ্ঘটনা৷ থিতাতে দুজন যুৱক নিহত । যুৱক দুজ
এইমাত্ৰ হোজাই ইছলামনগৰ - মোল্লাগ্ৰামৰ মাজত ভয়ংকৰ পথ দুৰ্ঘটনা৷
থিতাতে দুজন যুৱক নিহত । যুৱক দুজনৰ পৰিচয় বৰ্তমান উদ্ধাৰ হোৱা নাই।
এটা কণমানি সুমধুৰ কণ্ঠত কোৰান পাঠ।
এটা কণমানি সুমধুৰ কণ্ঠত কোৰান পাঠ।
হৃদয় স্পৰ্শ কৰা এটা গান।
হৃদয় স্পৰ্শ কৰা এটা গান।
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ প্ৰতিষ্ঠা দিৱসত এজন কণমানিৰ সুমধুৰ কণ্ঠত কোৰান পাঠ
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ প্ৰতিষ্ঠা দিৱসত এজন কণমানিৰ সুমধুৰ কণ্ঠত কোৰান পাঠ।
সকলোৱে শ্বেয়াৰ কৰি ভাইৰেল কৰি দিয়ক।