Jamuna 365

Jamuna 365 প্ৰকৃত, সত্য আৰু মানৱতাৰ সন্ধানত আমাৰ এই যাত্ৰা।

মৌডঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত (২০২৪) হিন্দী শিক্ষক মজিদ ছাৰ আমাৰ মাজত আৰু নাই ৷ বৰপেটাত নিজ গাঁৱত আজি তেখেতৰ...
05/01/2025

মৌডঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত (২০২৪) হিন্দী শিক্ষক মজিদ ছাৰ আমাৰ মাজত আৰু নাই ৷ বৰপেটাত নিজ গাঁৱত আজি তেখেতৰ ইন্তেকাল হৈছে ৷ ইন্না লিল্লাহি অইন্না ইলাইহি ৰাজিউন ৷ মহান আল্লাহে তেওঁক জন্নত নচিব কৰক ৷ আমিন ৷🤲

পুৱা ১০ বজাৰ পৰা দিনৰ ১ বাজি ৩০ মিনিটলৈ কৰ্তন হ’ব ইণ্টাৰনেট।
14/09/2024

পুৱা ১০ বজাৰ পৰা দিনৰ ১ বাজি ৩০ মিনিটলৈ কৰ্তন হ’ব ইণ্টাৰনেট।

সৃষ্টি জগতৰ প্ৰতিটো মূহুৰ্তৰ প্ৰতিটো ঘটনা-পৰিঘটনাক নিয়ন্ত্ৰণ কৰিব পৰা, নিমিষতে পাহাৰ সমতুল্য বস্তুক সাগৰ মহাসাগৰলৈ ৰূপা...
16/07/2024

সৃষ্টি জগতৰ প্ৰতিটো মূহুৰ্তৰ প্ৰতিটো ঘটনা-পৰিঘটনাক নিয়ন্ত্ৰণ কৰিব পৰা, নিমিষতে পাহাৰ সমতুল্য বস্তুক সাগৰ মহাসাগৰলৈ ৰূপান্তৰিত কৰিব পৰা মহান আল্লাহৰ ওচৰত দুৱা কৰক মোৰ (মই বদৰুল ইছলাম খান)
কণমানি বান্দা মাচুম আহমেদ খানক অনতিপলমেই আৰোগ্য কৰি তোলক।

🤲 আমিন

মই বদৰুল খান । মোৰ পুত্ৰ মসুম আহমেদ খান আজি দুদিনৰ পৰা অসুস্থ। আপোনালোকৰ দুৱা আশীৰ্বাদ মঙিছো।
15/07/2024

মই বদৰুল খান । মোৰ পুত্ৰ মসুম আহমেদ খান আজি দুদিনৰ পৰা অসুস্থ। আপোনালোকৰ দুৱা আশীৰ্বাদ মঙিছো।

কোনে কোনে ব্যৱহাৰ কৰিছিল?
08/07/2024

কোনে কোনে ব্যৱহাৰ কৰিছিল?

উক্ত ফটো খন কাৰ চিনি পাইছে মে?
06/07/2024

উক্ত ফটো খন কাৰ চিনি পাইছে মে?

04/06/2024
হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতিৰ মৃত্যু, বৈদেশিক মন্ত্ৰীকে ধৰি ৯ জন লোক নিহত, আজাৰবাইজানৰ পৰা উভতি অহাৰ সময়ত সংঘট...
20/05/2024

হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতিৰ মৃত্যু, বৈদেশিক মন্ত্ৰীকে ধৰি ৯ জন লোক নিহত, আজাৰবাইজানৰ পৰা উভতি অহাৰ সময়ত সংঘটিত দুৰ্ঘটনা

এগৰাকী ৬২ বছৰীয়া পুৰুষ সন্ধানহীন৷ৰঙিয়াৰ সমীপৰ ধূলাবড়ী দলংঘাটৰ পৰাযোৱা কালি পৰা কোনো সন্ধান নাই জোৰান আলীৰ নামৰ ব্যক্তি ...
15/05/2024

এগৰাকী ৬২ বছৰীয়া পুৰুষ সন্ধানহীন৷
ৰঙিয়াৰ সমীপৰ ধূলাবড়ী দলংঘাটৰ পৰা
যোৱা কালি পৰা কোনো সন্ধান নাই জোৰান আলীৰ নামৰ ব্যক্তি জনৰ৷

যদি কোনো লোকে নিৰুদ্দিষ্ট জুৰান আলীৰ সন্ধান পালে ওচৰৰ আৰক্ষী থানাত অথবা 6002893178 আৰু 70022 70241 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে৷

13/05/2024

উচ্চ আৰু উচ্চতৰ মাধ্যমিক উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা।

দেৱস্থান বজাৰৰ পান দোকানী মুন্না আহমেদৰ আকস্মিক মৃত্যু৷
08/05/2024

দেৱস্থান বজাৰৰ পান দোকানী মুন্না আহমেদৰ আকস্মিক মৃত্যু৷

06/05/2024

১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশক লৈ পৰিয়ালৰ মাজত হাহাকাৰ।

28/04/2024

অসম প্ৰগতি ফাউণ্ডেশ্যনৰ শ্ৰী নোমল চন্দ্ৰ বৰাৰ ২০২৪ চনৰ ৰাষ্ট্ৰীয় সমাজ গৌৰৱ বঁটা লাভ ।

গৌৰৱ জয় কিমান শতাংশ নিশ্চিত বুলি আপুনি ভাবে।
26/04/2024

গৌৰৱ জয় কিমান শতাংশ নিশ্চিত বুলি আপুনি ভাবে।

24/04/2024

জিলা আয়ুক্তৰ আহ্বান ।

24/04/2024

🛑নগাঁৱৰ জাজৰিলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰজু আলমিৰজা নাৱাজে।

23/04/2024

জাজৰি অঞ্চলত গৌৰৱ‌ কঢ়িয়াই আনিছে তিনি শিক্ষাৰ্থীয়ে।

Address

Hojai
782481

Alerts

Be the first to know and let us send you an email when Jamuna 365 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jamuna 365:

Videos

Share