FAI 24 Axom

FAI 24 Axom Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from FAI 24 Axom, Video Creator, ramdia to milpara, Hajo.
(1)

28/09/2023

আমাৰ চাৰিওফালে থকা ঈশ্বৰৰ আটাইতকৈ সুন্দৰ সৃষ্টিটোৱেই হৈছে প্ৰকৃতি |

এটা কাম কৰিলে কেনেকুৱা হ'ব , সকলো চৰকাৰী স্কুল  বন্ধ কৰি সুৰাৰ দুকান খুলি দিব লাগে ⁉️কাৰোবাৰ পঢ়িবলৈ মন থাকিলে মামীৰ স্ক...
25/06/2023

এটা কাম কৰিলে কেনেকুৱা হ'ব , সকলো চৰকাৰী স্কুল বন্ধ কৰি সুৰাৰ দুকান খুলি দিব লাগে ⁉️

কাৰোবাৰ পঢ়িবলৈ মন থাকিলে মামীৰ স্কুলত নাম লগাই ললেই হল ⁉️

24/06/2023
03/02/2023

২৪ ঘন্টাও আৱদ্ধ কৰি ৰাখিব নোৱাৰিলে গ্ৰেপ্তাৰ হোৱা স্বামীসকলক। ২৪ গৰাকী স্বামীয়ে লাভ কৰিলে জামিন।

30/10/2022

গুজৰাটত দলং ভাগি পানীত পৰিল ৫০০ ৰো অধিক লোক।৪০০ৰো অধিক লোকৰ মৃত্যুৰ সম্ভাৱনা কৰা হৈছে।
গুজৰাট মডেল এনেকুৱা নেকি ?
মোডী চৰকাৰ ধ্বংসৰ অশনি সংকেত এয়া।

24/10/2022

2 কোটিটকীয়াৰ ৰবি শৰ্মাৰ ৰঘুপতি চলচ্চিত্ৰ৷
পৰিচালক সেইজনেই যিজনে
Bidurbhai web series খন direction কৰিছিল৷

24/10/2022
24/10/2022

টিউছন আৰু Private স্কুলত কাম কৰা ল'ৰাৰ জীৱন

কেতিয়াবা কোনোবাই ভাবেনে, গ্ৰেজুইছন কৰি ঘৰে ঘৰে টিউছন কৰা ল'ৰাকেইটাৰ কথা!!!! ইণ্টাৰভিউ আৰু "Entrance" অৰ বাবে সাজু হোৱা মোৰ লগতে মোৰ লগৰ ফ্ৰেইণ্ডকেইটা মনৰ অৱসাদ দূৰ কৰিবলৈ বজাৰৰ কোনোবা এখন চা দোকানত বহেগৈ!!দূৰ কৰে মগজুৰ ক্লান্তি!!

পঢ়ি-শুনি ঘৰে ঘৰে টিউছন কৰা বা private স্কুলত পঢ়োৱা ল'ৰাকেইজন সমাজৰ দৃষ্টিত কি জানেনে?? তেওঁলোক সমাজৰ দৃষ্টিত একো একোজন শিক্ষিত নিবনুৱা!! শুনি আচৰিত হৈছে ছাগৈ হয়নে!!কিন্তু এই কথা সঁচা!! কাৰণ আমাৰ অসমত চৰকাৰী চাকৰি নথকাজনক সমাজে যেন নিবনুৱা সাজি পেলায়।

ঘৰে ঘৰে টিউছন কৰা বা private স্কুলত পঢ়োৱা ল'ৰাকেইটাই আপুনি কেতিয়াও দামী ফুটা থকা পেন্ট পিন্ধা নেদেখিব তাৰ সলনি আপুনি দেখিব অলপ পুৰণি হোৱা লংপেন্ট এটা আৰু কম দামী টি-চার্ট এটা পিন্ধা। এইটো নহয় যে সিহঁতি তেনে দামী কাপোৰ কিনিব নোৱাৰে কিন্তু সেই টকাৰে সিহঁতি ইণ্টাৰভিউৰ বাবে কিতাপ কিনে!!! ঘৰে ঘৰে টিউছন কৰা ল'ৰাকেইটাই আপুনি দামী দামী কোম্পানীৰ জোতাও পিন্ধা নেদেখিব কাৰণ সেই দামী জোতা কিনা পইছাৰে সি ঘৰত এটা বস্তু কিনি লৈ যায় । দেউতাক ভনীয়েকৰ ম'বাইলত ৰিজাজ কৰাই দিযে!
সেই লৰা কেইটাইহে জানে নোপোৱাৰ বেদনা কি ? দিন ৰাতি একাকাৰ কৰি লৰা ছোৱালীক পঢ়োৱাই কিবা এটা পোৱাৰ আশাত,কিন্তু সেইটো ও বহুতে দিব নোখোজে ।তথাপিও সকলোৰে মুখত এটাই প্ৰশ্ন ইমান টকা কি কৰা??? Family বা সমাজ সকলোৱে ভাবে যে লৰাকেইটৰ বহুত টকা আছে, কিন্তু সকলোৱে এই বেদনা বুজি নাপাব ।
সেই ল'ৰাকেইটা ৰাতি ২ বজালৈকে সদায় টোপনি ক্ষতি কৰি Maths " আৰু Science ৰ বস্তুবোৰ মনত ৰাখি ৰাখি শুকাই খীনাই গৈছে সিহঁতৰ শৰীৰ !! তাৰোপৰি ৰেষ্টুৰেণ্টত গৈ চাইনিজ ফুড খোৱা আৰু পাৰ্কত গৈ কাৰোবাৰ হাতত ধৰি মৰম নিবেদন কৰবলৈও সিহঁতৰ সময় নাই, সেইখিনি সময়ত সিহঁতি নিজৰ ৰিজাল্টৰ চাৰ্টিফিকেটবোৰ লৈ অনলাইন কৰা দোকানত ভূমুকি মাৰেগৈ !! কিজানি কিবা এটা পায়েই!!

গাঁৱত কি হৈছে, কোন কাৰ ঘৰলৈ গৈছে, নাই যোৱা এইবোৰ আলোচনা কৰিবলৈ সিহঁতৰ সময় নাই !! তাকে দেখি গাঁৱৰ মানুহৰ কটু বাক্যবাণ, হেৰ, ইমানকৈ ভিতৰত সোমাই পঢ়ি আছহে আছ!!! কি ডালনো কৰিব পাৰিছ !! চাকৰি এটাকে যোগাৰ কৰিব পৰা নাই!!😭
এদিন ওপৰৱালাই নিশ্চয় আমাৰ মুখলৈ চাব ।অ এই আশাতেই বন্দী 😥 এই সকলোবোৰৰ শেষত যদি কোনোবাই এনেকৈ কয় যে - টিউছন হে কৰিছ!!"😭

18/10/2022

কেজৰিৱালৰ সন্মুখত মোদী মোদী শ্ল'গান দিয়া যুৱকক কি ক'লে অৰবিন্দ কেজৰিৱালে?

15/10/2022

এনেকুৱা সুৰত গান গালে বৰষুন দিয়াটো খাটাং 😂😂

08/10/2022

Zubeen VS Papon | আপুনি কাক বেছি ভাল পায় | Nitumoni saikia ৰ সৈতে Papon

06/10/2022

ৰাৱণ দাহ কৰাৰ সময়ত হঠাতে ৰাৱণৰ প্ৰতিমূৰ্তি জনসাধাৰণৰ ওপৰত পৰিল।

হাৰিয়ানাৰ যমুননগৰ জিলাত এই ঘটনা|

আমাৰ সপোনৰ ঘৰটো বনাবলৈ দোকান বা ফেক্টৰীৰ পৰা ৰ'ড(TMT bar) কিনোতে চাবলগীয়া দুটামান সাধাৰণ কথা---- দোকানীয়ে কৈ দিব দুৰ্গ...
05/10/2022

আমাৰ সপোনৰ ঘৰটো বনাবলৈ দোকান বা ফেক্টৰীৰ পৰা ৰ'ড(TMT bar) কিনোতে চাবলগীয়া দুটামান সাধাৰণ কথা----
দোকানীয়ে কৈ দিব দুৰ্গাপুৰৰ ৰ'ড ভাল হ'ব। ব্ৰেণ্ডেতবোৰতকৈ অলপ সস্তা পৰিব! লৈ যাওক...
সকলোৱে জানে দুৰ্গাপুৰ ষ্টীলৰ ফেক্টৰীৰ বাবে বিখ্যাত। সৰু ডাঙৰ বহুত হাজাৰ ফেক্টৰী দুৰ্গাপুৰতেই আছে। কিন্তু দোকানীয়ে কোৱাৰ দৰে দুৰ্গাপুৰৰ ৰ'ড মানেই সকলো ভাল জানো? ভাল বেয়া এইটো বেলেগ বিষয়। তাৰ কাৰণে বেলেগ পৰীক্ষা-নিৰীক্ষা আছে। এই বিষয়ে নাযাও।
দেখা যায় 'দুৰ্গাপুৰTMT' ইত্যাদি ইত্যাদি নামেৰে আমাৰ অসমৰ ফেক্টৰীবোৰেও লাখ লাখ টনৰ ৰ'ড বিক্ৰি আছে।
কিন্তু ৰ'ডবোৰ সঁচাকৈয়ে দুৰ্গাপুৰৰ নে অসম বা নৰ্থ ইষ্টৰ ফেক্টৰীৰ তাক কেনেকৈ জানিব? তলত সংযোজন কৰা ফটোত নিশ্চয় দেখা পাইছে ৰ'ডৰ ওপৰত উল্লেখ থকা ছটা সংখ্যা। এই সংখ্যাকেইটা হৈছে একোটা ফেক্টৰীৰৰ Unique identification number. যিটো প্ৰতিডাল ৰ'ডত উল্লেখ কৰিবই লাগিব। ই বাধ্যতামূলক। এই ছটা সংখ্যাৰ প্ৰথম দুটা হৈছে ভাৰতীয় মানক ব্যুৰ' (চমুকৈ BIS)-ৰ শাখা ক'ড। বাকী চাৰিটা হৈছে ফেক্টৰী বা কোম্পানীটোৰ BIS-লাইচেঞ্চৰ চাৰিটা সংখ্যা। উল্লেখযোগ্য যে BIS-ৰ লাইচেঞ্চ প্ৰাপ্ত কোম্পানীয়েহে মাৰ্কা লগাব পাৰে। আমাৰ নৰ্থ ইষ্টৰ যিমানবোৰ ৰ'ড বনোৱা ফেক্টৰী আছে, সকলোবোৰ গুৱাটীৰ হাউচফেইডত থকা BIS শাখাৰ পৰাই নিয়ন্ত্ৰণ হয়। আমাৰ গুৱাহাটীৰ ব্ৰাঞ্চ ক'ড হৈছে ৫৪, অৰ্থাৎ এই ব্ৰাঞ্চৰ অধীনত অহা প্ৰতিটো ফেক্টৰীয়েই প্ৰতিডাল ৰ'ডতে প্ৰথম দুটা আখৰ ৫৪-ৰে আৰম্ভ হ'ব( ফটোত যিদৰে ৮৪ আৰম্ভ কৰিছে ঠিক তেনেদৰে)। বেণ্ড নাম দুৰ্গাপুৰ লিখা থাকিলেইও যদি ছটা সংখ্যাৰ প্ৰথম দুটা ৫৪ ৰে আৰম্ভ হৈছে তেন্তে গম পাব ই আচলতে দুৰ্গাপুৰৰ প্ৰডাক্ট নহয়, নৰ্থ ইষ্টৰহে। দুৰ্গাপুৰৰ বুলি কয় দোকানীয়ে ঠগিছে।
দুৰ্গাপুৰৰ ৰ'ডৰ ফেক্টৰীবোৰ সাধৰণতে BIS কলিকতা-২ শাখাৰ অন্তৰ্গত গতিকে তেওঁলোকৰ প্ৰডাক্টবোৰৰ প্ৰথম দুটা সংখ্যা আৰম্ভ হয় ৫১ ৰে। প্ৰতিটো BIS শাখাৰ ব্ৰাঞ্চ ক'ডো বেলেগ বেলেগ হয়। এই ছটা অংকৰ পৰাই ৰ'ডবোৰ কোনখন ৰাজ্যৰ কোনটো ফেক্টৰীত বনাইছে তাৰ সবিশেষ জানিব পাৰি অৰ্থাৎ এই নম্বৰটো ফেক্টৰী এটাৰ পৰিচয় পত্ৰ। ( অধিক জানিবলৈ BISৰ https://www.bis.gov.in/ অফিছিয়েল ৱেবছাইত যাব পাৰে অথবা BIS care এপটো ডাউনলোড কৰিব পাৰে)
গতিকে যিবোৰ ৰ'ডত এই ছটা অংকৰ unique identification number নাথাকে তেনেকুৱা ৰ'ড কিনাৰ পৰা বিৰত থাকক। ফেক্টৰীয়ে ছটা অংকৰ সংখ্যাটো যদি ৰ'ডত Embossing কৰি দিয়া নাই তেন্তে বুজিব লাগিব নিজৰ পৰিচয় লুকুৱাই তেওঁলোকে কোৱালিটিত কম্প্ৰমাইছ কৰি আছে! অৰ্থাৎ গ্ৰেড Fe ৫০০,Fe ৫৫০ লিখিছে যদিও ইয়াৰ শক্তি(Strength) ৫০০ নহ'বও‌ পাৰে, কেজিতো কম থাকিব পাৰে ইত্যাদি... কিবা এটা কেৰুন নিশ্চয় লগাইছে।
গ্ৰাহকে কোৱালিটিৰ বিষয়ে সবিশেষ জানিবলৈ Indian Standard ( IS 1786:2008) খন গুগ'লৰ পৰা ডাউনলোড কৰিও পঢ়িব চাব পাৰে।

15/09/2022

📌 'আৰক্ষী আমাৰ লগতে আছে, পানবজাৰ আৰক্ষী জিন্দাবাদ।'
📌 মই জেমছ বণ্ড নহয় ভিক্টৰ দাস, কুমুদ দাসৰ পুত্ৰ হয় মই : ভিক্টৰ দাস।

06/08/2022

Salute you

28/07/2022

জনসাধাৰণক সকলো ধৰণৰ সুবিধা দিয়াৰ পিছতো দিল্লী চৰকাৰ লাভত চলি আছে, আনহাতে অসম চৰকাৰ দিনক দিনে ধাৰত পুত গৈ আছে।

ৰাইজে দিয়া টেক্সৰ টকা দিল্লীৰ আপ চৰকাৰে জনসাধাৰণৰ কাৰণে খৰছ কৰিছে।
অসমৰ ৰাইজে দিয়া টেক্সৰ টকা ক'লৈ গৈ আছে ?

জনসাধাৰণক সকলো সুবিধা কৰি দিয়াৰ পিছতো, কিদৰে চৰকাৰ এখন লাভত চলিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেজৰিৱালৰ পৰা শিকক !!

13/07/2022

কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত 2 নং ভেলকাৰ গাঁওত এখন আধাৰ চেন্টাৰ আৰম্ভ কৰা হৈছে কোনোবাই বিচাৰিলে এতিয়াও আধাৰ কাৰ্ড বনাব পাৰিব বা আধাৰত ভূল শুদ্ধ কৰিব পাৰিব ।

29/06/2022



অসমতো বিয়পিছে সাম্প্ৰদায়িকতাৰ বীজ। মুছলিম ব্যক্তিৰ মূৰৰ পৰা টুপী খুলি দলিয়ালে হিন্দু যুৱকে।

01/06/2022

ওলোটাই সাংবাদিকক নীতি শিক্ষা

11/05/2022

দুদিনমান আগলৈ তেওঁ এজন শ্ৰীলংকাৰ প্ৰভাৱশালী ৰক্ষা মন্ত্ৰী আছিল আৰু বৰ্তমান 🙄🙄🙄

24/02/2022

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই ভাৰত আৰু টাইৱানৰ ওপৰত চকু চীনৰ। ভাৰতক অভিমান্যু দৰে ঘেৰি ধৰাৰ পৰিকল্পনা জিন পিং চৰকাৰৰ। ভাৰতেও সলনি কৰিলে কৌশল।

24/02/2022

এনেকুৱা জন প্ৰতিনিধি হোৱাৰ বাবেই আজি অসমৰ এই অৱস্থা 😂😂😂

10/02/2022

আমি কি কম এষাৰ কথা আছে নহয় । কথাত বঁটা পাই, কথাত গতা খাই 🙏

SP আনন্দ মিশ্রক বদলিৰ নিৰ্দেশনা।এই নিৰ্দেশনা সঠিক আৰু পৰ্যাপ্তনে?মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা সন্দৰ্ভত আপোনৰ মতামত জনাওক কমেণ...
09/02/2022

SP আনন্দ মিশ্রক বদলিৰ নিৰ্দেশনা।
এই নিৰ্দেশনা সঠিক আৰু পৰ্যাপ্তনে?
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা সন্দৰ্ভত আপোনৰ মতামত জনাওক কমেণ্ট বক্সত।

05/02/2022

কাশ্মীৰ সদৃশ পৰিৱেশ! শিলাবৃষ্টিত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ দৃশ্য।

গুৱাহাটী আজি কাশ্মীৰ হৈ গল ...
05/02/2022

গুৱাহাটী আজি কাশ্মীৰ হৈ গল ...

31/01/2022

😀😀

30/01/2022

Allu Arjun New movie scene-1



pa

26/01/2022

𝙃𝙖𝙥𝙥𝙮 𝙍𝙚𝙥𝙪𝙗𝙡𝙞𝙘 𝘿𝙖𝙮 🇮🇳❤💯

23/01/2022

মানে গোটেই অসমখনত তেওঁৰহে অকল মাথাত মাল আছে ???
তেওঁ যাক ভাল বুলি ক'ব, তেওঁয়ে ভাল?
তেওঁ যাক বেয়া বুলি ক'ব, তেওঁ বেয়া?
তেওঁ যাক তিৰস্কাৰ কৰিব, তেওঁকে সকলোৱে তিৰস্কাৰ কৰিব লাগিব?

এজন শিক্ষিত ডেকাক প্ৰশ্ন কৰিছোঁ--- তেওঁৰ মতে আপুনি আপোনাৰ মস্তিষ্কক পৰিচালিত হ'ব দিবলৈ পাৰিবনে???
এবাৰ লক্ষ্য কৰক আৰু ভাবক 🙏🙏

23/01/2022

ধৰি লৈছোঁ প্ৰাক্তন আছু নেতা কীৰ্তি কমল বৰা বেয়া লৰা , প্ৰশ্ন কৰিছোঁ পেছাত তেওঁ বলাৎকাৰী , ডকাইত ড্ৰাগছ মাফিয়া নে সন্তাসবাদী আছিল যে গুলি কৰিব লগা হ'ল।
সঁচা কোন মিছা কোন তদন্ত হওঁক।

https://youtu.be/gJFvEQQdncwPlease subscribe YouTube channel FAI24 blog
22/01/2022

https://youtu.be/gJFvEQQdncw
Please subscribe YouTube channel FAI24 blog

Saraighat War Memorial Parkand Poa Mecca Dargah Sarif, Hajoplease subscribe my channel

কি কব আপোনালোকে কেনে নেতা আমি বিচাৰোঁ
19/01/2022

কি কব আপোনালোকে কেনে নেতা আমি বিচাৰোঁ

18/01/2022

চন্দ্ৰৰ নিজা পোহৰ নাই, সূৰ্য্যৰ পৰা পোৱা পোহৰত হে পোহৰ বিলাই !

ভাৰতৰ SPG  কামাণ্ডোৰ বিষয়ে জানক
13/01/2022

ভাৰতৰ SPG কামাণ্ডোৰ বিষয়ে জানক

ইয়াত কেইটা বান্দৰ আছে ?চকু পৰীক্ষা
11/01/2022

ইয়াত কেইটা বান্দৰ আছে ?
চকু পৰীক্ষা

21/11/2021

ফটোত দেখোৱা পাথ'ক্য্ই আছল ৰহস্য । এইজনেই মেইন মানুহ সচাঁ‌কৈ আৰু বাখ্যা কৰাৰ কোনো প্ৰয়োজন নাই ।।

Address

Ramdia To Milpara
Hajo

Alerts

Be the first to know and let us send you an email when FAI 24 Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to FAI 24 Axom:

Videos

Share

Category


Other Video Creators in Hajo

Show All