IM Rintu

IM Rintu Video Creator, Drone Video, Motovlog, Travel, Videography, Explore Visit Our Website www.AerialEyes.in
(1)

ঐতিহাসিক মুহূৰ্ত! বহুপ্ৰত্যাশিত স্পেচ ডকিং এক্সপেৰিমেণ্টত সফলতা ISROৰ। মহাকাশত যুক্ত হ’ল ISROৰ ২টা উপগ্ৰহ SDX01 আৰু SDX0...
16/01/2025

ঐতিহাসিক মুহূৰ্ত! বহুপ্ৰত্যাশিত স্পেচ ডকিং এক্সপেৰিমেণ্টত সফলতা ISROৰ। মহাকাশত যুক্ত হ’ল ISROৰ ২টা উপগ্ৰহ SDX01 আৰু SDX02। এই ঐতিহাসিক মুহূৰ্ত X হেণ্ডেলত ৰাজহুৱা কৰিলে ISROই। ISROৰ বিজ্ঞানী, সদস্যক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ।

🥺
16/01/2025

🥺

14/01/2025

Zapiekanka makaronowa w sosie serowym

składniki: 1 paczka makaron Leon Kucharz 1 brokuł 2 filety z kurczaka 2 łyżki mąki 2 łyżki masła 60 g sera gouda 60 g sera cheedar 400ml mleka 1/2 łyżeczki gałka
1 łyżeczka czerwonej słodkiej papryki sól,pieprz do smaku.

🚩 মহাকুম্ভ মেলা প্ৰয়াগৰাজ ২০২৫পূৰ্ণিমা কুম্ভ মেলা প্ৰতি ১২ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। পুনৰ ১২টা পূৰ্ণিমা কুম্ভৰ পিছত ...
14/01/2025

🚩 মহাকুম্ভ মেলা প্ৰয়াগৰাজ ২০২৫
পূৰ্ণিমা কুম্ভ মেলা প্ৰতি ১২ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। পুনৰ ১২টা পূৰ্ণিমা কুম্ভৰ পিছত মহা কুম্ভ মেলাৰ আয়োজন কৰা হয়। অৰ্থাৎ ১৪৪ বছৰত এবাৰ মহাকুম্ভ হয়। উত্তৰ প্ৰদেশৰ মহাকুম্ভ মেলা বিশ্বৰ অন্যতম বৃহৎ ধৰ্মীয় সমাৱেশ। মহাকুম্ভ মেলাক ইউনেস্ক’ৰ দ্বাৰা বিশ্ব সাংস্কৃতিক ঐতিহ্য হিচাপে স্বীকৃতি দিয়া হৈছে। মহাকুম্ভ মেলা কেৱল ধৰ্মীয় উৎসৱ নহয়। ই ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ এক অনন্য প্ৰকাশ। পৌষ পূৰ্ণিমা (১৩ জানুৱাৰী)ৰ পৰা আৰম্ভ হোৱা মহাকুম্ভৰ অন্ত পৰে মহা শিৱৰাত্ৰি (২৬ ফেব্ৰুৱাৰী)ত।
এইবাৰ ছয় সপ্তাহজোৰা মহাকুম্ভ মেলাত ৫০ কোটি তীৰ্থযাত্ৰী আকৰ্ষিত হোৱাৰ সম্ভাৱনা আছে।
স্থান: ২০২৫ চনত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত এই মহাকুম্ভৰ আয়োজন কৰা হৈছে।🛐🕉️🚩
ছবি আৰু তথ্য- সংগ্ৰহ কৰা
#মুকৱমেলা
#কুম্ভামেলা২০২৫
#কুম্ভমেলা

ধুনীয়া হ'লে অহংকাৰ বেছি হয় ।
14/01/2025

ধুনীয়া হ'লে অহংকাৰ বেছি হয় ।

⭕ সপোন পূৰণ হ'ল বৰপেটাৰ ৰোহিৰ⭕ সৰুৰে পৰা পাইলট হোৱাৰ সপোন দেখা নাদিয়া ৰোহিয়ে উৰুৱাব উৰাজাহাজ⭕ পাইলটৰ পাঠ্যক্ৰম গ্ৰহণ কৰি...
13/01/2025

⭕ সপোন পূৰণ হ'ল বৰপেটাৰ ৰোহিৰ
⭕ সৰুৰে পৰা পাইলট হোৱাৰ সপোন দেখা নাদিয়া ৰোহিয়ে উৰুৱাব উৰাজাহাজ
⭕ পাইলটৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকা ৰোহিয়ে চতুৰ্থটো চলো পৰীক্ষাৰ অন্তত লাভ কৰিলে উইং

আজি ভোগালী বিহুৰ উৰুকাৰ শুভেচ্ছা জনালোঁ 🙏 পথাৰৰ লখিমীৰে ভঁৰাল ভৰিল, আকৌ আহি পালেহি হেঁপাহৰ ভোগালী। মাঘৰ বিহুক লৈ উখল-মাখ...
13/01/2025

আজি ভোগালী বিহুৰ উৰুকাৰ শুভেচ্ছা জনালোঁ 🙏
পথাৰৰ লখিমীৰে ভঁৰাল ভৰিল, আকৌ আহি পালেহি হেঁপাহৰ ভোগালী। মাঘৰ বিহুক লৈ উখল-মাখল ৰাজ্য। ৰাজ্যত এতিয়া ভোগালীৰ উছাহ। পিঠা-লাড়ুৰ পৰা চিৰা সান্দহলৈ.. আখলত জীয়ৰী-বোৱাৰীৰ ব্যস্ততাৰ অন্ত নাই। গাঁৱৰ ঘৰে ঘৰে ঢেঁকীৰ শব্দ, বিভিন্ন পিঠাৰ ভিন্ন গোন্ধ।
ডেকাহঁতে নিৰ্মাণ কৰা ভেলাঘৰো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মুঠতে উৰুকাৰ এসাজ লগে-ভাগে খাবলৈ সাজু প্ৰতিগৰাকী অসমীয়া।

মেজিৰ পৱিত্র জুইয়ে সকলোৰে হৃদয় উমাল কৰি তোলক। সদৌতিলৈ হেঁপাহৰ ভোগালী বিহুৰ শুভেচ্ছা জনালো🌹🥀🥀

গুৱাহাটীৰ ২৭ বছৰীয়া পেজেণ্ট বিজয়ী অনুৰাধা ৰয়ে মিছ ইণ্ডিয়া পোলেণ্ড ২০২৪ খিতাপ দখল কৰি ভাৰতক গৌৰৱান্বিত কৰিছে।২০২৫ চনৰ...
12/01/2025

গুৱাহাটীৰ ২৭ বছৰীয়া পেজেণ্ট বিজয়ী অনুৰাধা ৰয়ে মিছ ইণ্ডিয়া পোলেণ্ড ২০২৪ খিতাপ দখল কৰি ভাৰতক গৌৰৱান্বিত কৰিছে।

২০২৫ চনৰ ছেপ্টেম্বৰ মাহত নিউয়ৰ্কত অনুষ্ঠিত হ’বলগীয়া মিছ ইণ্ডিয়া ৱৰ্ল্ডৱাইড প্ৰতিযোগিতাৰ প্ৰতি দৃষ্টি ৰাখি অনুৰাধাই অসমৰ চহকী সংস্কৃতি আৰু পৰ্যটনক বিশ্বৰ মঞ্চত প্ৰচাৰ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ।

চিনাকি হওক এইগৰাকী প্ৰতিভাৱান আৰু অভিলাষী গুৱাহাটী, যিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজলাই তুলিবলৈ সাজু হৈছে!

#মিছিণ্ডিয়াপলণ্ড #2025

লেতেৰা হাত পৰিষ্কাৰ টকাৰ চিন! যিসকলে কম উপাৰ্জন কৰে তেওঁলোকক সততাৰে সন্মান কৰক!
10/01/2025

লেতেৰা হাত পৰিষ্কাৰ টকাৰ চিন! যিসকলে কম উপাৰ্জন কৰে তেওঁলোকক সততাৰে সন্মান কৰক!

বিশ্বৰ ৫২ টা প্ৰসিদ্ধ পৰ্যটন ক্ষেত্ৰৰ ভিতৰত চতুৰ্থ স্থানত অসম । নিউয়ৰ্ক টাইমছৰ ২০২৫ বৰ্ষৰ পৰ্যটন ক্ষেত্ৰৰ তালিকাত অসম । ...
09/01/2025

বিশ্বৰ ৫২ টা প্ৰসিদ্ধ পৰ্যটন ক্ষেত্ৰৰ ভিতৰত চতুৰ্থ স্থানত অসম । নিউয়ৰ্ক টাইমছৰ ২০২৫ বৰ্ষৰ পৰ্যটন ক্ষেত্ৰৰ তালিকাত অসম । ভাৰতৰ ভিতৰত একমাত্ৰ অসমৰে স্থান লাভ ।

 #উমৰাংছ'ৰ অসম কল কুয়েৰীত আবদ্ধ হৈ থকা কেইবাগৰাকীও শ্ৰমিক, এতিয়া লৈ উদ্ধাৰ কৰিব পৰা নাই, এজনৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও, ...
08/01/2025

#উমৰাংছ'ৰ অসম কল কুয়েৰীত আবদ্ধ হৈ থকা কেইবাগৰাকীও শ্ৰমিক, এতিয়া লৈ উদ্ধাৰ কৰিব পৰা নাই, এজনৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও, বাকি সকলক উদ্ধাৰ কৰিবলৈ উদ্ধাৰকাৰি দল তৎপৰ হৈ লাগি আছে ।
সঁচাকৈ মানুহে পেটৰ কাৰণে আৰু পৰিয়ালৰ বাবে নিজৰ জীৱনটো উচ্চৰ্গা কৰিব পাৰে ।

আচৰণ ভাল নহ'লে ডিগ্ৰীৰ মূল্য নাই ।
08/01/2025

আচৰণ ভাল নহ'লে ডিগ্ৰীৰ মূল্য নাই ।

মাঘ বিহু আহিছে 😍
08/01/2025

মাঘ বিহু আহিছে 😍

জনাওক আপোনাৰ মতামত
08/01/2025

জনাওক আপোনাৰ মতামত

ভাৰতৰ আটাইতকৈ দীঘল ৰেল ::২২৫০৩ / ২২৫০৪ ডিব্ৰুগড় – কন্যাকুমাৰী - ডিব্ৰুগড় বিবেক ছুপাৰফাষ্ট এক্সপ্ৰেছ হৈছে ভাৰতীয় ৰে'লৱ...
08/01/2025

ভাৰতৰ আটাইতকৈ দীঘল ৰেল ::

২২৫০৩ / ২২৫০৪ ডিব্ৰুগড় – কন্যাকুমাৰী - ডিব্ৰুগড় বিবেক ছুপাৰফাষ্ট এক্সপ্ৰেছ হৈছে ভাৰতীয় ৰে'লৱেৰ অন্তৰ্গত বিবেক এক্সপ্ৰেছ ছিৰিজৰ দৈনিক ছুপাৰফাষ্ট এক্সপ্ৰেছ ৰে'ল আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ দ্বাৰা পৰিচালিত যিখন ভাৰতৰ উত্তৰ-পূব ৰাজ্য অসমৰ ডিব্ৰুগড়ৰ পৰা দক্ষিণতম তামিলনাডুৰ কন্যাকুমাৰীলৈ যায় ভাৰতৰ ৰাজ্য। ৭৪ ঘণ্টা ৩৫ মিনিটত এই ৰেলখনে ৪,১৮৯ কিলোমিটাৰ (২,৬০৩ মাইল) দূৰত্ব অতিক্ৰম কৰি ভাৰতৰ আঠখন ৰাজ্য অতিক্ৰম কৰে। এই ৰেলখন বৰ্তমান দূৰত্ব আৰু সময় দুয়োটা দিশতে ভাৰতৰ ভিতৰতে দীঘলীয়া ৰেলপথৰ লগতে বিশ্বৰ ২৮তম দীঘলীয়া ৰেল সেৱা। ৰে’লখনৰ সমগ্ৰ পথত ৫৭টা ষ্টপ আছে।

ৰেলৰ নাম: বিবেক এক্সপ্ৰেছ
পথঃ কন্যাকুমাৰী – ডিব্ৰুগড়
দূৰত্বঃ ৪,১৮৯ কিলোমিটাৰ
সময়: ৭৫ ঘন্টা ৩০ মিনিট
ৰৈ যোৱা : ৫৭টা মধ্যৱৰ্তী ষ্টপ।
নিউ তিনিচুকীয়া জেচিটি, লুমডিং জেচিটি, গুৱাহাটী, নিউ বঙাইগাঁও জেচিটি, নিউ কুচ বিহাৰ, নিউ জলপাইগুৰি জেচিটি, মালদা টাউন, ৰামপুৰহাট জেচিটি, খৰগপুৰ জেচিটি, কটক জেচিটি, ভুৱনেশ্বৰ, বিশাখাপট্টনম জেচিটি, বিজয়াৱাদা জেচিটি, কাটপাডী জেচিটি, কইম্বাটুৰ জেচিটি, তিৰুৱনন্তপুৰম চেণ্ট্ৰেল।

ডিব্ৰুগড় - কন্যাকুমাৰী বিবেক এক্সপ্ৰেছৰ সৈতে উত্তৰ-পূব ভাৰতৰ অসমৰ ডিব্ৰুগড়ৰ সৈতে ভাৰতৰ আটাইতকৈ দক্ষিণ প্ৰান্ত তামিলনাডুৰ কন্যাকুমাৰীলৈ। ডিব্ৰুগড়ৰ পৰা সন্ধিয়া ৭:৫৫ বজাত আৰম্ভ হোৱা ৰেল নং:২২৫০৪ যাত্ৰাৰ চতুৰ্থ দিনা ৰাতি ৯:৫৫ বজাত কন্যাকুমাৰীত উপস্থিত হয়। উভতি অহাৰ দিশত ২২৫০৩ নং ৰেলখনে কন্যাকুমাৰীৰ পৰা ৫:২৫ বজাত যাত্ৰাৰ চতুৰ্থ দিনা ৮:৫০ বজাত ডিব্ৰুগড় পালেহি। এই ৰেলখনে অসম, নাগালেণ্ড, পশ্চিম বংগ, বিহাৰ, উৰিষ্যা, অন্ধ্ৰ প্ৰদেশ, কেৰালা আৰু তামিলনাডুৰ মাজেৰে পাৰ হৈ যায়। এই ৰেলখনে ঝাৰখণ্ডৰ সাহিবগঞ্জ জিলা আৰু পাকুৰ জিলাৰ মাজেৰেও পাৰ হৈ যায় যদিও তাত কোনো ধৰণৰ ষ্টপেজ নাই।

বিহুত খোৱা নহৱ যেন পাইছোঁ 😭
07/01/2025

বিহুত খোৱা নহৱ যেন পাইছোঁ 😭

▶️ উজনিৰ ফালে শিল বৰষুণ । আৰু আমাৰ ফালে নাই ।
07/01/2025

▶️ উজনিৰ ফালে শিল বৰষুণ । আৰু আমাৰ ফালে নাই ।

গাওঁৰ কেইটামান ভাল লগা দৃশ্য ❤
07/01/2025

গাওঁৰ কেইটামান ভাল লগা দৃশ্য ❤

Address

Guwahati

Alerts

Be the first to know and let us send you an email when IM Rintu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to IM Rintu:

Videos

Share