BaRbie’s Bliss

BaRbie’s Bliss Digital Creator✨Positive vibes only😉🫰🏻Love to cook🍳

https://facebook.com/61569883127326

09/01/2025

সময় পাৰ হৈ যায়।⏳⏱️💕

আইতাকৰ পৰা ৰঙীন কিতাপৰ উপহাৰ পোৱাৰ পিছত ৰং কৰাত ব্যস্ত😃💕
09/01/2025

আইতাকৰ পৰা ৰঙীন কিতাপৰ উপহাৰ পোৱাৰ পিছত ৰং কৰাত ব্যস্ত😃💕

আৰু এটা বছৰ কৰিলা তুমি পাৰসুস্থ থাকা ভালে থাকাএই কামনা কৰোঁ বাৰ বাৰ।জন্মদিনৰ শুভেচ্ছা বেটা❤️🎉.. আজি মোৰ পুত্ৰৰ জন্মদিন।আ...
09/01/2025

আৰু এটা বছৰ কৰিলা তুমি পাৰ
সুস্থ থাকা ভালে থাকা
এই কামনা কৰোঁ বাৰ বাৰ।

জন্মদিনৰ শুভেচ্ছা বেটা❤️🎉.. আজি মোৰ পুত্ৰৰ জন্মদিন।আশীৰ্বাদ কৰিব💕

মোৰ হাঁহি মোৰ শক্তি 😊💖
08/01/2025

মোৰ হাঁহি মোৰ শক্তি 😊💖

শুভ সন্ধ্যা😇🌹
07/01/2025

শুভ সন্ধ্যা😇🌹

07/01/2025

সাঁচা প্ৰিয়া 🌹✨

হৃদয়ৰ পবিত্রতাইআটাইতকৈ ডাঙৰ পবিত্রতা,এটা সুন্দৰ দিনৰ বাবে।Good Morning🌤️
07/01/2025

হৃদয়ৰ পবিত্রতাই
আটাইতকৈ ডাঙৰ পবিত্রতা,
এটা সুন্দৰ দিনৰ বাবে।
Good Morning🌤️

Follow koribo friends..back dim..lets start🖐️
04/01/2025

Follow koribo friends..back dim..lets start🖐️

সন্ধিয়াৰ চাহকাপ☕️।শীতকাল আৰু চামোছা হৈছে সৰ্বশ্ৰেষ্ঠ মিশ্ৰণ😊  fans
04/01/2025

সন্ধিয়াৰ চাহকাপ☕️।শীতকাল আৰু চামোছা হৈছে সৰ্বশ্ৰেষ্ঠ মিশ্ৰণ😊 fans

04/01/2025

আপোনালোক সকলোকে এটা অতি শুভ সন্ধিয়া কামনা কৰিলো।😇

Shout out to my newest followers! Excited to have you onboard! Thank you so much for your support🙏🏻Gopal Chandra Dhar, A...
04/01/2025

Shout out to my newest followers! Excited to have you onboard! Thank you so much for your support🙏🏻

Gopal Chandra Dhar, Arnab Kayal, Pranjal Kumar Nath, MD Nayon, Rajib Ahmed, Dipu Kumar Gogoi, Rajib Gogoi, Suroj Singha, Bodhen Ligira, Jayanta Gogoi, Suman Konwar, Mohmmad Abu Bakkar Siddique, Udhab Rajbongshi, Prabhat Borah, Binay Rava Rabha, Debabrata Jana, Prince Das, Linakshi Barman, Rupjyoti Kalita, Utpal Barman, Dipa Borgohain, Rajen Deori, Suhaer, Nirmal Daimary, Aswini Nath, Sourav Patar, Dipamani Kalita, Mriganka Sarmah, Simanta Simanta, Azad Ali, Jiten Rabha, Goher Ali, Jagadish Chandra Nath, Hiron Hiron Borah, Birhang Narzary, Akshadi Akshadi, দেবাশিষ পালংদার, Pranjal Nath, Nitya Gogoi, Samudra Gogoi, Ratul Borah, Gitanjali Mainu, ৰাজা ঋষি, Bhattacharya Mausmi, Roy Mahesh, Md Korimul Islam, Rahulsaikia, Tilak G, Aditya, Binud Tamuli

02/01/2025

সপোন যিমান ৰঙীন হয় বাস্তৱ সিমানেই কঠিন হয়।

02/01/2025

বাটে বাটে আনন্দ🎉

বছৰৰ শেষৰ দিনা মোৰ ভাইটি,ককা দেউতা আৰু স্বামীৰ সৈতে উথা এখন ছবি।📸
01/01/2025

বছৰৰ শেষৰ দিনা মোৰ ভাইটি,ককা দেউতা আৰু স্বামীৰ সৈতে উথা এখন ছবি।📸

Address

Guwahati

Alerts

Be the first to know and let us send you an email when BaRbie’s Bliss posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share