Buses information of Assam

Buses information of Assam এই পেজ টো একমাএ বাছ , বাছৰ চালক লৈ গঠন কৰি উলিওৱা হৈছে
Like , Share and follow

🕉️মহাকুম্ভ  মেলাত যাবলৈ  সোনকালে তলত দিয়া নম্বৰত যোগাযোগ কৰক📲🚍💺🚌
31/01/2025

🕉️মহাকুম্ভ মেলাত যাবলৈ সোনকালে তলত দিয়া নম্বৰত যোগাযোগ কৰক📲🚍💺🚌

লাহে লাহে পুৰণি নন এচি  বাছ বোৰ নোহোৱা হৈ গৈছে  এটা সময়ত এই বাছ বোৰত উঠি বলৈ আমি ওচৰৰ টিকট ঘৰৰ দিনত টিকট কাটি ৰাতি গুৱা...
22/01/2025

লাহে লাহে পুৰণি নন এচি বাছ বোৰ নোহোৱা হৈ গৈছে এটা সময়ত এই বাছ বোৰত উঠি বলৈ আমি ওচৰৰ টিকট ঘৰৰ দিনত টিকট কাটি ৰাতি গুৱাহাটী লৈ যাবলৈ সাজু হৈছিলোঁ ।।। আজি কালি সময়ে বহুত সহজ কৰি পেলালে 🚌🚌🚌🚌🚌

💥💥⭐⭐⭐⭐⭐কাৰ্তিক⭐⭐⭐⭐⭐💥💥 🚍💺🚌২×১ এচি[]চিট আৰু শ্লীপাৰ আৰামদয়ক বাছ🚌🚌 গুৱাহাটী পৰা শিমলুগুৰি লৈ দৈনিক দিনত আৰু ৰাতি🚌🚌⏰গুৱহাটী...
13/10/2024

💥💥⭐⭐⭐⭐⭐কাৰ্তিক⭐⭐⭐⭐⭐💥💥
🚍💺🚌২×১ এচি[]চিট আৰু শ্লীপাৰ আৰামদয়ক বাছ🚌
🚌 গুৱাহাটী পৰা শিমলুগুৰি লৈ দৈনিক দিনত আৰু ৰাতি🚌🚌
⏰গুৱহাটীৰপৰা পৰা -৯.১৫ ৰাতিপুৱা⏰
⏰শিমলুগুৰি পৰা - ৮.৩০ ৰাতি⏰
📲আগতীয়া যোগাযোগৰ বাবে📱 -৬৯০০৫৮৪৫৮২,৭০৮৬১২০৫৫৪📱📱
🚌ৰেড বাছত এই সেৱা উপলব্ধ ✅

01/10/2024

🙏ধন্যবাদ 💐নিশিগন্ধা💐 ৰ গৰাকী আৰু পৰিচালক 💐💐💐💐💐💐
📲আগতীয়া ছীত বুকিৎৰ বাবে যোগাযোগ নম্বৰ - 96133 73438.📱📱📱.
🚌ৰেড বাছত এই সেৱা উপলব্ধ হব।।।

তাৰিখ -১/১০/২০২৪

💐🎉ৰুহী 🎉💐🚌 গুৱাহাটীৰ পৰা  গোৱালপাৰা লৈ(মিৰ্জা ,বিজয় নগৰ, ছয়গাঁও হৈ )দৈনিক দিনত 🚌🚌🚌২×২ ছীত 💺💺.🚍গুৱাহাটী পৰা ৰাতিপুৱা -১...
30/09/2024

💐🎉ৰুহী 🎉💐
🚌 গুৱাহাটীৰ পৰা গোৱালপাৰা লৈ(মিৰ্জা ,বিজয় নগৰ, ছয়গাঁও হৈ )দৈনিক দিনত 🚌🚌🚌
২×২ ছীত 💺💺.
🚍গুৱাহাটী পৰা ৰাতিপুৱা -১০ বজাত⏰
🚍গোৱালপাৰা পৰা দুপৰীয়া -২ বজাত⏰
📱যোগাযোগ নম্বৰ -৯১০১৯৫০৩৩৯ /৬০০৩০৪৫১২৯ .📲📲
💐ধন্যবাদ ৰুহী বাছৰ গৰাকী উদিত দাস🙏

🎉নতুন আলহী💥              💐  ------      নিশিগন্ধা    -----💐        ( দিব্যা টোৰুচ  আৰু টেভেলেছৰ এটা শাখা)✨🚍শীত তাপ নিয়ন...
28/09/2024

🎉নতুন আলহী💥
💐 ------ নিশিগন্ধা -----💐
( দিব্যা টোৰুচ আৰু টেভেলেছৰ এটা শাখা)✨

🚍শীত তাপ নিয়ন্ত্ৰিত ২×১ ছিত আৰামদায়ক বাছ💺🚌

🚌গুৱাহাটী পৰা শিৱসাগৰ লৈ দৈনিক 🚌🚌🚌
⏰সময় - গুৱাহাটী পৰা সময় ৰাতি - ৯.১৫ 🌆
⏰ শিৱসাগৰ পৰা সময় ৰাতিপুৱা - ৯.১৫🌇

📲আগতিয়া ছীত বুকিংৰ বাবে --- ৯৬১৩৩ ৭৩৪৩৮, ৭৫৭৭৯ ২২৫৫৫📲📲📲.
🚌ৰেড বাছত এই সেৱা উপলব্ধ হব 📱
ধন্যবাদ 🙏

14/04/2024
আকৌ  ?
01/04/2024

আকৌ ?

❤️মুকুল  টেভেলেছ ✨জনপ্ৰিয় নাম নাজিৰাৰ পৰা গুৱাহাটী লৈ🔸🔸🔸🔸🔸🔸অতীত সেই সময়✨✨✨✨✨🔸বৰ্তমান সময়ত এই বাছৰ চলাচল বন্ধ হৈ আছে ✨...
19/03/2024

❤️মুকুল টেভেলেছ ✨জনপ্ৰিয় নাম নাজিৰাৰ পৰা গুৱাহাটী লৈ🔸🔸🔸🔸🔸
🔸অতীত সেই সময়✨✨✨✨✨
🔸বৰ্তমান সময়ত এই বাছৰ চলাচল বন্ধ হৈ আছে ✨✨✨

✨✨✨✨✨অতীতৰ পৰাই বৰ্তমানলৈকে ৰাইজৰ সেৱাত জনপ্ৰিয় নাম..❤️ব্ৰহ্মপুত্ৰ        টেভেলেছ .....✨✨✨✨✨✨✨🔸🔸🔸
15/03/2024

✨✨✨✨✨অতীতৰ পৰাই বৰ্তমানলৈকে ৰাইজৰ সেৱাত জনপ্ৰিয় নাম..
❤️ব্ৰহ্মপুত্ৰ টেভেলেছ .....✨✨✨✨✨✨✨🔸🔸🔸

09/03/2024

💥অসমৰ বাছ বনোৱা প্ৰতিষ্ঠান সমূহ

🔸🔸পি•বি•চি (নগাঁও)✨✨✨✨
🔸🔸বুধন শৰ্মা এণ্ড সনছ (নগাঁও)✨✨✨
🔸🔸এছ. এছ‌. মটৰ (গুৱাহাটী)✨✨✨✨
🔸🔸ৰাজু‌ মটৰ (গুৱাহাটী)✨✨✨✨
🔸🔸ব্ৰহ্মপুত্ৰ কোছ বিলদাৰ( গুৱাহাটী)✨✨✨
🔸🔸আসাম বডী কনষ্ট্ৰাকচন (শিৱসাগৰ )✨✨✨
🚍🚍🚍🚍🚍🚍🚍🚍🚍🚍🚍🚍🚍🚍🚍🚍
information of Assam

🔸🔸🔸মেঘা টেভেলেছৰ প্ৰথম খন  বাছৰ পৰা বৰ্তমান এই বাছৰ লৈ এক দীঘলীয়া যাত্ৰা......... 🙏  information of Assam
08/03/2024

🔸🔸🔸মেঘা টেভেলেছৰ প্ৰথম খন বাছৰ পৰা
বৰ্তমান এই বাছৰ লৈ এক দীঘলীয়া যাত্ৰা......... 🙏

information of Assam

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Buses information of Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share