Rupa poultry farm

Rupa poultry farm সপোন আছে টকা নাই. ভাবিছোঁ আপোনাকে সহায় কৰিলে অলপ সকাহ পাম কিজানি. page তো follow কৰি সহায় কৰা 🙏🙏

21/04/2024

আমাৰ বাইহাটা চাৰিআলিৰ suguna branch ৰ পৰা 19-3-2024 তাৰিখে কাৰ কাৰ ফাৰ্মত পোৱালি লৈছে মোক comnt কৰি body weight জনৱ চোন. plz মোৰ আজি 33 দিন body weight 1200. বহীৰ হিচাবত 1700 থাকিৱ লাগে সেয়ে হে আমি
সকলোৱে পোৱালিৰ ভাল্ দিৱৰ কাৰণে হেদ অফিচত complane দিৱ লাগে 🙏🙏🙏নহলে আমাৰ 40 দিনৰ কষ্টৰ ফল এনে যায়

10/03/2024
23/02/2024

FollowMee

13/01/2024

My princess ❤️❤️❤️

08/01/2024

পোৱালি বোৰ বহুত ঘন হলে আমি কি কৰো. কেনেকৈ সৰু ফাৰ্মত লয় আনো.

03/01/2024

#নববৰ্ষৰ_আন্তৰিক_শুভেচ্ছা_জনালো_আপোনালোকলৈ_সকলোৰেই_আশা_সপোন_বোৰ_যেন_বাস্তব_হয়_আল্লাহৰ_ওচৰত_দোৱা।কৰিছোঁ. 2024❤️💐

Today is my birthday 🎂🎉👑 happy birthday to me, 🎂🎊🎉🎈💐👑
31/12/2023

Today is my birthday 🎂🎉👑 happy birthday to me, 🎂🎊🎉🎈💐👑

31/12/2023

মোৰ আজি জন্মা দিন বুলি মোৰ সোনা জনিয়ে মোক শুভেচ্ছা জনালে Thank you so much my princess ❤️🌍❤️

27/12/2023

19 day 🐔🐔 thank you so much all of you. Have a nice day

23/12/2023

বহুত ঠাণ্ডা পৰিছে so পোৱালি পানী নাশায় সেয়া ভাবি পাণীত ....... দিলে মিঠা পায় পানী খাব পোৱা.

22/12/2023

আজি পোৰা space দিলোঁ কেনেকোৱা হৈছে জনাব.

19/12/2023

বেয়া লিটাৰ ওপৰে ওপৰে কাটি পেলাই দিলোঁ..... ঠাণ্ডা দিনত বহুত জৰুৰী হয় এইটো.

14/12/2023

পাৰিলে page তো follow কৰিবা 🙏🙏

13/12/2023

তুঁহ লাগিলে cmnt কৰা বাইহাটা চাৰিআলি

05/12/2023

আজিৰ পৰা আৰম্ভ ফাৰ্মৰ কাম. আমাৰ কৰ্ম পাৰিছোঁ নে নাই জনাব আপোনালোকে আৰু মোক আগুৱাই যোৱাত সহায় কৰিবা 🙏🙏

11/11/2023

40 day আজি উঠাব পাৰে কোনো গেৰাণ্টী নাই. কষ্ট কৰি ভাল্ লাগে দে আমাৰ........

09/11/2023

কালি পৰখি উঠাব? শেষৰ দিন কেইটা অলপ কষ্টা হয়. একো নাই কৰ্ম কৰিছোঁ বেয়া কাম কৰা নাই নহয় লাজ পাব. Plz মোক help কৰা আগুৱা যোৱাত follow কৰিবা আপোনালোকে 🙏🙏🙏

07/11/2023

যোৱা ৰাতি কিবা হল 7 টা মৰি আছে বহুত বেয়া লাগিছে কি কৰিম আৰু উপায় নাই আৰু 😭😭

02/11/2023

Mehta কোম্পানীৰ ৰ পোৱালি 40 দিন ডাঙৰ কৰি অসমৰ বাহিৰত mehta কোম্পানীৰ ধনী কৰিলোঁ. মোৰ নিচিনা আৰু কোনোৱে যাতে এনেকুৱা ভূল নকৰা. 🙏🙏🙏
মোৰ page তো follow কৰি share কৰি দিয়া please 🙏🙏🙏

30/10/2023

ওজন অহা নাই কি খোৱাম জনাব চোন plz

25/10/2023

Mehta company আমাৰ GC দিৱ নে?
21 হল আজি পোৱালিৰ

24/10/2023

Dr Mridul's olop chikitsa kisu anubhab

24/10/2023

ড০ মৃদুৰ মহন্ত sir NULIFE SUPERCARE
ISBT' Guwahati Near balaji Temple National Highway Road
Dr. Mridul's olop chikitsa kisu anubhab

16/10/2023

কি হৈছে বাৰু ইমান মৰি আছে উপায় পোৱা নাই. কোনোবাই যদি কিবা মেডিচিনৰ নাম জানা plz জনাব 🙏

13/10/2023

Hello friend please follow me my page

যোৱা কালিৰ ভিডিঅ আজি 10 দিন হল. ভিডিঅ টো সম্পুৰ্ণ চাব্.

10/10/2023
10/10/2023

7 day হল. কি কি কৰিলোঁ আজি

Address

Guwahati
786

Website

Alerts

Be the first to know and let us send you an email when Rupa poultry farm posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rupa poultry farm:

Videos

Share

Category