Barna Printers & Publishers

Barna Printers & Publishers Printing your dreams. A new World of Publishing.

05/05/2024
21/03/2024

One marketing manager is required from each district of Assam. The salary will be Rs 10,000 plus T.A. Interested candidates should contact 91019 71104 by phone or whatsApp by March 23.

15/12/2023

#বৰ্ষ_শ্ৰেষ্ঠ_গ্ৰন্থৰ_পুৰস্কাৰ

আপোনাৰ সদ্য প্ৰকাশিত গ্ৰন্থৰ Pdf অথবা একপি ২০ ডিচেম্বৰ '২০২৩ ৰ ভিতৰত জমা দিয়ক। শ্ৰেষ্ঠ গ্ৰন্থখনক এই বৰ্ষৰ শ্ৰেষ্ঠ গ্ৰন্থৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব। পহিলা জানুৱাৰী'২০২৪ ত বাতৰি কাকত যোগে পুৰস্কাৰ ঘোষণা কৰা হ'ব। পুৰস্কাৰ হিচাপে নগদ ধন ২১,০০০ টকা আৰু মানপত্ৰ প্ৰদান কৰা হ'ব।

যোগাযোগ : 91019 71104
ইমেইল : [email protected]

🔥আপোনাৰ সপোনৰ কিতাপ লিখিবলৈ আৰু সম্পূৰ্ণ কৰিবলৈ সংগ্ৰাম কৰি আছে নেকি? 🔥90% ৰো অধিক উদীয়মান লেখকে তেওঁলোকৰ সপোনৰ কিতাপখন...
12/12/2023

🔥আপোনাৰ সপোনৰ কিতাপ লিখিবলৈ আৰু সম্পূৰ্ণ কৰিবলৈ সংগ্ৰাম কৰি আছে নেকি? 🔥
90% ৰো অধিক উদীয়মান লেখকে তেওঁলোকৰ সপোনৰ কিতাপখন সম্পূৰ্ণ কৰিবলৈ বিলম্ব কৰে আৰু সংগ্ৰাম কৰে!

আমাৰ পেছাদাৰী লেখকৰ সহায় লওক আৰু...
✅ আপোনাৰ পাণ্ডুলিপি পেছাদাৰীভাৱে লিখা হওক।
✅ আপোনাৰ কিতাপত 100% অধিকাৰ থাকিব।
✅ প্ৰতি শব্দত মূল্য পৰিশোধ কৰক বা প্ৰতি পৃষ্ঠাত মূল্য পৰিশোধ কৰক
✅ 100+ তকৈ অধিক সন্তুষ্ট লেখক

যোগাযোগ কৰক 91019 71104 নম্বৰত ফোন বা whatsapp যোগে।

গ্ৰন্থৰ বতৰত লেখক,লেখিকালৈ বিশেষ উপহাৰ। আপোনাৰ প্ৰকাশিত গ্ৰন্থৰ ৰঙীন বিজ্ঞাপন প্ৰকাশ কৰক জনপ্ৰিয় একমাত্ৰ অসমীয়া মাহেকীয়া...
08/12/2023

গ্ৰন্থৰ বতৰত লেখক,লেখিকালৈ বিশেষ উপহাৰ। আপোনাৰ প্ৰকাশিত গ্ৰন্থৰ ৰঙীন বিজ্ঞাপন প্ৰকাশ কৰক জনপ্ৰিয় একমাত্ৰ অসমীয়া মাহেকীয়া ৰাজনৈতিক বাৰ্তালোচনী দ্য আছাম টুডে ত মাত্ৰ ৫০০০ টকাত। শীঘ্ৰেই 91019 71104 নম্বৰত WhatS'App যোগে বা ফোন কৰি যোগাযোগ কৰক । লগতে গ্ৰন্থৰ বিপনণ(Marketing)ৰ বাবেও যোগাযোগ কৰিব পাৰে।

বৰ্ণ প্ৰিন্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছৰ হৈ বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক তথা পৰিচালক মুন্না আহমেদৰ দ্বাৰা অহা অক্টোবৰ মাহৰ পৰা নি...
22/06/2023

বৰ্ণ প্ৰিন্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছৰ হৈ বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক তথা পৰিচালক মুন্না আহমেদৰ দ্বাৰা অহা অক্টোবৰ মাহৰ পৰা নিয়মীয়াকৈ প্ৰকাশ পাব পষেকীয়া ৰঙীন সাংস্কৃতিক কাকত "জোনাকী কাৰেং"

ফটোত কাৰ্যালয়ত মুন্না আহমেদৰ সৈতে...

  #লেখক_লেখিকা_সকলৰ_বাবে_সুখবৰ১ অক্টোবৰ ২০২৩ ৰ পৰা ২৮ জানুৱাৰী ২০২৪ লৈ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বি...
24/05/2023



#লেখক_লেখিকা_সকলৰ_বাবে_সুখবৰ

১ অক্টোবৰ ২০২৩ ৰ পৰা ২৮ জানুৱাৰী ২০২৪ লৈ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হ'বলগীয়া গ্ৰন্থমেলাৰ পৰিপ্ৰেক্ষিতত বৰ্ণ প্ৰিন্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছে আগবঢ়াইছে গ্ৰন্থৰ মুদ্ৰণ আৰু প্ৰকাশৰ ক্ষেত্ৰত চৰ্ত সাপেক্ষে ৩০% লৈ বিশেষ ৰেহাই। ইচ্ছুক লেখক লেখিকাই ৩০ মে ২০২৩ ৰ আগতে ৫০% আগধন দি চুক্তবদ্ধ হ'লে এই ৰেহাই লাভ কৰিব পাৰিব।

যোগাযোগৰ ঠিকনা -
বৰ্ণ প্ৰিন্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছ
বি জি তিনিআলি,গেট হস্পিটালৰ ওচৰত
গুৱাহাটী-৭৮১০২০
ইমেইল- [email protected]
ফোন নম্বৰ - ৯১০১৯ ৭১১০৪ / ৯৩৬৫১ ৫৫৪১১

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া
অসমগ্ৰন্থমেলাৰ সূচী / ২০২৩-২৪

১/হাফলং ঃ ১ অক্টোবৰৰ পৰা ৭অক্টোবৰলৈ
২/ লখিমপুৰ ঃ৩১ অক্টোবৰৰ পৰা ৯ নৱেম্বৰলৈ
৩/শিৱসাগৰ ঃ১৮ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ
৪/শিলচৰ ঃ ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ
৫/ গুৱাহাটীঃ২৯ ডিচেম্বৰ ২০২৩ ৰ পৰা ৯ জানুৱাৰী ২০২৪ লৈ
৬/ গোৱালপাৰাঃ ১৯ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ
--------------------------------------
সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত হবলৈ লোৱা গ্ৰন্থমেলা সমূহৰ সূচী

১/ বৰপেটা ৰাষ্ট্ৰীয় গ্ৰন্থমেলাঃ ১১অক্টোবৰৰ পৰা ১৮ অক্টোবৰলৈ
২/ দুলীয়াজান গ্ৰন্থমেলাঃ ১১নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ
৩/ গোলাঘাট গ্ৰন্থমেলাঃ২৯ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ
৪/ডিব্ৰুগড় গ্ৰন্থমেলা ঃ ৮ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ
৫/মঙলদৈ গ্ৰন্থমেলাঃ ২০ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ

Address

Guwahati
781020

Opening Hours

Monday 10am - 6pm
Tuesday 10am - 6pm
Wednesday 10am - 6pm
Thursday 10am - 6pm
Friday 10am - 6pm
Saturday 10am - 6pm

Telephone

+919101971104

Website

Alerts

Be the first to know and let us send you an email when Barna Printers & Publishers posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Barna Printers & Publishers:

Videos

Share

Category