Amzad Faroque Unofficial

Amzad Faroque Unofficial I am a social worker ,loving the happiness and sorrow of society is my religion

12/12/2024

Good morning Everyone

20/11/2024

দৰং জিলাৰ বিভিন্ন প্ৰান্তত বহু দিনৰ পৰাই বাঘে মুক্ত বিচৰণ কৰি আছে। ইতিমধ্যে কেইবাজনো ব্যক্তি বাঘৰ আক্ৰমণত মৃত্যু হোৱাৰ উপৰিও বহু মানুহ আহত হবলগীয়া হৈছে। সেয়ে আজি দৰং জিলা আমছুৱে তৎকালীন ভাবে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত বন বিভাগৰ লগতে বনমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী গ্ৰহণ কৰিছে।
Amzad Faroque Kamal Uddin Sahid Ali Babli Selim Malik Saidur Rahman Waisi Khalilur Rahman Mahbubul Alam Khaibar Mandal

আজি ৰাতিপুৱা পূণৰ কাছোমাৰী সোনাৰীত বাঘৰ আক্ৰমণত আহত এজন। বন বিভাগৰ কথাত মতে বাঘ পুনৰ Forest লৈ গুচি গৈছে বুলি ভুল খবৰে ম...
20/11/2024

আজি ৰাতিপুৱা পূণৰ কাছোমাৰী সোনাৰীত বাঘৰ আক্ৰমণত আহত এজন। বন বিভাগৰ কথাত মতে বাঘ পুনৰ Forest লৈ গুচি গৈছে বুলি ভুল খবৰে মানুহক বিপদত পেলাব । সেয়া সকলোৱেই সতৰ্ক হব লাগিব ।

19/11/2024

Original Rider #

17/11/2024

বিগত ১৫ দিন ধৰি বাঘৰ তাণ্ডবে ৰাইজক আতংকিত কৰি তুলিছে,সেই বিষয়ত অসম চৰকাৰৰ বন বিভাগে গুৰুতৰ ভাৱে লোৱা নাই তাকে অনুমান কৰিছোঁ।

13/11/2024

Najmul Hoque ক মহাবিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী সকলৰ বহুমূলীয়া ভোট প্ৰদান কৰি শৈক্ষিক পৰিবেশৰ মানদণ্ড উন্নত কৰিব বুলি আশাবাদী । নজমুল হকৰ লগতে ছাত্ৰ - ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ

With Kamal Uddin – I just got recognised as one of their top fans! 🎉
12/11/2024

With Kamal Uddin – I just got recognised as one of their top fans! 🎉

৮৭ বছৰ বয়সত মানৱ দৰদী ৰতন টাটাৰ মৃত্যুIndia r babe bahut Dangor Khoti 😭😭
10/10/2024

৮৭ বছৰ বয়সত মানৱ দৰদী ৰতন টাটাৰ মৃত্যু
India r babe bahut Dangor Khoti 😭😭

26/08/2024

Dimpu Baruah ৰ Youtube বা Facebook সকলো video 📸 A to Z লৈ চাও কিয়নো তেওঁ কথাখিনি সুন্দৰকৈ কৈ কথাখিনি উপস্হাপন কৰে। এজন সফল Youtuber হিচাপে এইবাৰো সেই কেঁচা ঘাত নিমখ ঢালি দি বুজাই দিছে । এজন চেলিব্ৰিটী এনে হোৱাটো দৰকাৰ।

17/08/2024

Kharupetia M Bazar

Kharupetia LIVE Amzad Faroque Taibur Rahman Khalilur Rahman Selim Malik

01/08/2024

মই কষ্ট কৰি খেতি কৰি মাহী আইৰ বেৰত ধান ভৰাই তাৰে পৰা হাত বুলাই বুলাই কিনি আনি খোৱাৰ ইচ্ছা মোৰ আৰু নাই ।
শুভ ৰাত্ৰী।

With Mantu Sacha
14/07/2024

With Mantu Sacha

04/07/2024

Address

NH-15
Guwahati
KHARUPETIA

Alerts

Be the first to know and let us send you an email when Amzad Faroque Unofficial posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Amzad Faroque Unofficial:

Videos

Share