LIVE ASSAM DAILY

LIVE ASSAM DAILY News portal & Newspaper

27/08/2023

গ্ৰাহক সকলৰ বাবে ভাল খবৰ আপোনাৰ মনৰ গাড়ীখন লবলৈ ৭০৯৯০৯৩০১৪

'চন্দ্ৰক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰক আৰু শিৱশক্তি পইন্ট হ’ব ৰাজধানী' -দাবী স্বামী চক্ৰপাণিৰ
27/08/2023

'চন্দ্ৰক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰক আৰু শিৱশক্তি পইন্ট হ’ব ৰাজধানী' -দাবী স্বামী চক্ৰপাণিৰ

27/08/2023

ধুবুৰীত APDCL উপ ঠিকাদাৰৰ গাফিলতিত
বিদ্যুত পৰিবাহী তাৰৰ কাম কৰি থকা অৱস্থাত এগৰাকী শ্ৰমিকৰ মৃত্যু
গুৰুতৰ ভাবে আহত এজন।

27/08/2023

গ্ৰাহক সকলৰ বাবে ভাল খবৰ
আপোনাৰ মনৰ গাড়ীখন লবলৈ ৭০৯৯০৯৩০১৪

27/08/2023

তিনিচুকীয়াত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ দ্বাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত

কটন বিশ্ববিদ্যালয়ত অসমৰ ছয় জনগোষ্ঠীৰ বাবে বিশেষভাৱে সংৰক্ষিত আসনৰ নামভৰ্তিৰ আহ্বান প্ৰ-পত্ৰ পূৰণৰ অন্তিম তাৰিখ ২৮ আগষ্...
26/08/2023

কটন বিশ্ববিদ্যালয়ত অসমৰ ছয় জনগোষ্ঠীৰ বাবে বিশেষভাৱে সংৰক্ষিত আসনৰ নামভৰ্তিৰ আহ্বান
প্ৰ-পত্ৰ পূৰণৰ অন্তিম তাৰিখ ২৮ আগষ্ট

🟥ভাৰতীয় চিনেমাৰ গীতিকাৰ দেৱ কোহলী আৰু নাই🟥৮১বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰখ্যাত গীতিকাৰজনে
26/08/2023

🟥ভাৰতীয় চিনেমাৰ গীতিকাৰ দেৱ কোহলী আৰু নাই
🟥৮১বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰখ্যাত গীতিকাৰজনে

নামনি অসমৰ নলবাৰীৰ পাইকাৰকুছিত  বৃহত উপহাৰ কুপন খেল ! খেলৰ তাৰিখ ১৮ চেপ্তেম্বৰ ২০২৩।১০০ টকাত Tata Ultra Star Bus, ১০০ টক...
26/08/2023

নামনি অসমৰ নলবাৰীৰ পাইকাৰকুছিত বৃহত উপহাৰ কুপন খেল ! খেলৰ তাৰিখ ১৮ চেপ্তেম্বৰ ২০২৩।
১০০ টকাত Tata Ultra Star Bus, ১০০ টকাত Thar, লগতে Bolero, Swift,Vitara Breeza, Alto K10 আৰু বহুতো আকৰ্ষনীয় পুৰস্কাৰ পোনপটিয়াকৈ কমিটিৰ পৰা Online যোগে টিকট লোৱাৰ বাবে 7896592944 নম্বৰত যোগাযোগ কৰিব পাৰিব।
আপোনাৰ নাম আৰু ঠিকনা লিখি 7896592944 নম্বৰত WhatsApp’ত মেচেজ কৰক !
ডাক যোগে টিকত পঠোৱা হ’ব ।

26/08/2023
অসম আৰক্ষীৰ সকীয়নি, উৰাবাতৰি বিয়পোৱাৰ পৰা সকলোকে বিৰত থকাৰ আহ্বান অসম আৰক্ষীৰ৷
25/08/2023

অসম আৰক্ষীৰ সকীয়নি, উৰাবাতৰি বিয়পোৱাৰ পৰা সকলোকে বিৰত থকাৰ আহ্বান অসম আৰক্ষীৰ৷

24/08/2023

মাৰ্ঘেৰিটাত পথৰ দুৰৱস্থা ৷

24/08/2023

এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ , চকু ৰোগ বৃদ্ধি পোৱাত 5 দিনৰ বাবে স্কুল সমূহ বন্ধ থাকিব

📌মালিগাঁৱৰ নিৰ্মীয়মাণ উৰণীয়া সেতু পৰিদৰ্শন কৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে বিভিন্ন বিষয়ত আলোচনা মুখ্যমন্ত্ৰী ড° হিমন্ত ব...
24/08/2023

📌মালিগাঁৱৰ নিৰ্মীয়মাণ উৰণীয়া সেতু পৰিদৰ্শন কৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে বিভিন্ন বিষয়ত আলোচনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

📌প্ৰায় ৪২০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই সেতুখন অহা ৩০ আগষ্টত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব

🟥মিজোৰামত নিৰ্মাণৰত ৰে’ল দলং ভাঙি কমেও ১৭ জন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আহত 🟥কেইবাজনো শ্ৰমিক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে
23/08/2023

🟥মিজোৰামত নিৰ্মাণৰত ৰে’ল দলং ভাঙি কমেও ১৭ জন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আহত

🟥কেইবাজনো শ্ৰমিক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে

⏭জনপ্ৰিয় কণ্ঠশিল্পী প্ৰয়াত কে কে ওৰফে কৃষ্ণকুমাৰ কুননাথৰ আজি ওপজাদিন..
23/08/2023

⏭জনপ্ৰিয় কণ্ঠশিল্পী প্ৰয়াত কে কে ওৰফে কৃষ্ণকুমাৰ কুননাথৰ আজি ওপজাদিন..

চন্দ্ৰযান-৩ৰ অৱতৰণৰ বাবে সম্পূৰ্ণৰূপে সাজু ISRO। নিৰ্দিষ্ট স্থানত লেণ্ডাৰ মডিউল অৱস্থানৰ অপেক্ষা।
23/08/2023

চন্দ্ৰযান-৩ৰ অৱতৰণৰ বাবে সম্পূৰ্ণৰূপে সাজু ISRO। নিৰ্দিষ্ট স্থানত লেণ্ডাৰ মডিউল অৱস্থানৰ অপেক্ষা।

22/08/2023

🔴 বিহপুৰীয়া নগৰৰ মাজমজিয়াত চলন্ত বাহনত অগ্নিকাণ্ড। মিঠাতেল কঢ়িয়াই অনা বাহনত অগ্নিকাণ্ড। স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপণ।

📌বিশ্বনাথ ঘাটৰ পৰা পাণপূৰলৈ থকা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ📌শক্তিশালী প্ৰতিৰোধৰ বাবে ১০ হাজাৰ জিঅ' বেগ দিয়াৰ...
22/08/2023

📌বিশ্বনাথ ঘাটৰ পৰা পাণপূৰলৈ থকা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

📌শক্তিশালী প্ৰতিৰোধৰ বাবে ১০ হাজাৰ জিঅ' বেগ দিয়াৰ লগতে কালিৰে পৰা বিভাগৰ মুখ্য অভিযন্তা, অতিৰিক্ত মুখ্য অভিযন্তাই কামৰ তদাৰক কৰিছে

▶️লাডাখত কংগ্ৰেছ নেতা ৰাহুল গান্ধী।
21/08/2023

▶️লাডাখত কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

নিদাৰুণ! মোবাইল ফোনত ফ্ৰী ফায়াৰ গে'ম খেলিবলৈ নোপোৱাৰ বাবেই কমাৰবন্ধাত পিতৃক কোৰেৰে ঘপিয়াই হত্যা কৰিলে পুত্ৰই
20/08/2023

নিদাৰুণ! মোবাইল ফোনত ফ্ৰী ফায়াৰ গে'ম খেলিবলৈ নোপোৱাৰ বাবেই কমাৰবন্ধাত পিতৃক কোৰেৰে ঘপিয়াই হত্যা কৰিলে পুত্ৰই

▶️নতুন বন্দে ভাৰত ৰে'লৰ ট্ৰায়েল ৰান। টেঞ্জাৰিন থিমত নতুনকৈ ৰে'ল মন্ত্ৰালয়ে সাজি উলিয়াইছে বন্দে ভাৰত এক্সপ্ৰেছ।
20/08/2023

▶️নতুন বন্দে ভাৰত ৰে'লৰ ট্ৰায়েল ৰান। টেঞ্জাৰিন থিমত নতুনকৈ ৰে'ল মন্ত্ৰালয়ে সাজি উলিয়াইছে বন্দে ভাৰত এক্সপ্ৰেছ।

কাৰাগাৰৰ পৰা কাৰিকৰ! স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি যোৰহাট জিলা প্ৰশাসনৰ 'মৰমৰ যোৰহাট' শীৰ্ষক পদক্ষেপৰ অধীনত যোৰহাট কেন...
19/08/2023

কাৰাগাৰৰ পৰা কাৰিকৰ! স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি যোৰহাট জিলা প্ৰশাসনৰ 'মৰমৰ যোৰহাট' শীৰ্ষক পদক্ষেপৰ অধীনত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাবন্দীসকলে প্ৰস্তুত কৰে ভিন্ন প্ৰকাৰৰ আচাৰ।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when LIVE ASSAM DAILY posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to LIVE ASSAM DAILY:

Videos

Share


Other Broadcasting & media production in Guwahati

Show All

You may also like