Aranyam অৰণ্যম

Aranyam অৰণ্যম This page will provide you with all kind of Wildlife, Nature and Environmental news from Assam, Ind We create awareness to Conserve and save wildlife.

Think today, Rest tomorrow

হাড়গিলা
19/04/2023

হাড়গিলা

12/01/2023

লিখিবলৈ গ'লে এটা ডাঙৰ কাহিনী হ'ব, বন বিভাগৰ খং উঠিব। গছ কেনেকৈ কাটি পেলোৱা হৈছে শুনিলে আপুনি কান্দি দিব

বৰ্তমান চাগৈ এছিয়া মূলৰ হাতী মাত্ৰ ৩৫ হাজাৰ মানহে বৰ্তি আছে। ২৭ হাজাৰমান হাতী ভাৰততে পোৱা যায়। হাতীৰ সংখ্যাৰ ভিত্তিত অ...
24/12/2022

বৰ্তমান চাগৈ এছিয়া মূলৰ হাতী মাত্ৰ ৩৫ হাজাৰ মানহে বৰ্তি আছে। ২৭ হাজাৰমান হাতী ভাৰততে পোৱা যায়। হাতীৰ সংখ্যাৰ ভিত্তিত অসম ভাৰতৰ দ্বিতীয় স্থানত।
পৃথিবীৰ বৃহত্তমকায় স্থলচৰ স্তন্যপায়ী জন্তুটোৱে হৈছে হাতী। ৭ খন মহাদেশৰ কেৱল আফ্ৰিকা আৰু এছিয়া মহাদেশতহে হাতী পোৱা যায়। “কুইন অৱ দ্য এলিফেণ্টছ” পাৰ্বতী বৰুৱাই হাতী ধৰি প্ৰশিক্ষণ দিছিল। ১৪ বছৰ বয়সতে জীৱনত প্ৰথমবাৰৰ বাবে প্ৰথমটো হাতী ধৰিছিল পাৰ্বতী বৰুৱাই।
মানৱ সভ্যতা আজিৰ অৱস্থাত উপনীত হোৱাত হাতীৰ অৱদান আছে। পুৰণি মঠ মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত হাতীৰ আছে অৱদান। হাতীৰ বিষয়ে ভালকৈ জানিবলৈ মন গ’লে কেইদিনমান অপেক্ষা কৰিব লাগিব। আহি আছে ‘গজ বিদ্যা’। খবৰটো শ্বেয়াৰ কৰি লেখকক অনুপ্ৰাণিত কৰক...

07/12/2022

🍀 কাজিৰঙাৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰা মানুহজন। অৰণ্যমৰ সৈতে মনোজ গগৈৰ বিশেষ কথোপকথন।

04/12/2022

অতি সক্ৰিয় ৰূপত আহি আছে Aranyam অৰণ্যম , পেজখন লাইক কৰিব নতুন নতুন video লাভ কৰিবলৈ।

27/11/2022

📌 কেনেকৈ ওৰাঙত নিৰাপত্তা দিছে ৫ মহিলা বনৰক্ষীয়ে?
📌 বন্যপ্ৰাণী, প্ৰকৃতি, পৰিৱেশ সকলো সামৰি
📌 পলাশ জ্যোতি গগৈৰ সৈতে ‘অৰণ্যম’ত UNCUT ওৰাং

16/10/2022

এইবাৰৰ অনুষ্ঠান চাবলৈ নাপাহৰিব...

(বি.দ্ৰঃ সতীৰ্থৰ ফেচবুকৰ মাধ্যমেৰে এইবাৰৰ 'অৰণ্যম' আমাৰ পেজত শ্বেয়াৰ কৰা হৈছে।)

18/09/2022

◼️অসমত ভয়ংকৰ হাৰত জলবায়ুৰ পৰিৱৰ্তন
◼️জলবায়ু পৰিৱৰ্তনে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে অসমক
◼️‘অৰণ্যম’ত আজি জলবায়ু পৰিৱৰ্তনক লৈ বিশ্লেষণ
◼️চিন্তাৰ অভাৱে আমাৰ পৃথিৱীখন এদিন শেষ কৰিব নেকি?
◼️পথাৰত পানী শুকাইছে, গুৱাহাটীত পিছে কৃত্ৰিম বান
◼️বছৰৰ বাৰ মাহেই কেৱল গৰম, গৰম আৰু গৰম…
◼️গৰমৰ পিছত ঠাণ্ডা নাহেহে নাহে...
◼️অস্বাভাৱিক পৰিৱেশতো স্বাভাৱিকভাৱে জীয়াই থকাৰ আখৰা
◼️এটা জাগৰণ অনাৰ সময় এতিয়া সমাগত
◼️‘অৰণ্যম’ত আজি জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় আলোচনা

11/09/2022

📌 ‘অৰণ্যম’ত আজি দেখা পাব পূৰ্বে নেদেখা জালুকবাৰী
📌 কংক্ৰিটৰ জালুকবাৰীত সেউজীয়া বিচাৰি আজিৰ যাত্ৰা
📌 হুলস্থূলীয়া পৰিৱেশেই কেৱল জালুকবাৰীৰ বৈশিষ্ট্য নেকি?
📌 জালুকবাৰী সংৰক্ষিত বনাঞ্চলৰ বিষয়ে অধ্যয়ন কৰাৰ চেষ্টা
📌 জালুকবাৰী সংৰক্ষিত বনাঞ্চলত সুলভ বাঘ, গছ, সাপ
📌 বনাঞ্চলখনে গুৱাহাটীক দিছে উশাহৰ উপযোগী নিৰ্মল বায়ু
📌 কংক্ৰিটৰ মহানগৰীৰ হাওঁফাওঁ জালুকবাৰী সংৰক্ষিত বনাঞ্চল
📌 বিনন্দীয়া পৃথিৱীখন মানুহৰ বসবাসৰ উপযোগী হৈ থাকিবনে?

09/09/2022

Let's visit and bio diversity park, কাজিৰঙাৰ অৰ্কিড উদ্যানৰ অৰ্কিড ভড়ালটোত কি কি আছে চাও আহক

05/09/2022

এটা ভয়ংকৰ আৰু উদ্বেগজনক খবৰৰ সন্ধান, This Dumping Ground can destroy your family too

05/09/2022
02/09/2022

আজি আপোনাক লৈ যাম এখন বিশাল চৰাইৰ সাম্ৰাজ্যলৈ

বেয়া খবৰ! অসমলৈ জয়মালাক ঘূৰাই আনিবলৈ সক্ষম হোৱা নাই অসম চৰকাৰ। এতিয়াও তামিলনাডু চৰকাৰে ঘূৰাই পঠিয়াব বিচৰা নাই জয়মালাক। এ...
01/09/2022

বেয়া খবৰ! অসমলৈ জয়মালাক ঘূৰাই আনিবলৈ সক্ষম হোৱা নাই অসম চৰকাৰ। এতিয়াও তামিলনাডু চৰকাৰে ঘূৰাই পঠিয়াব বিচৰা নাই জয়মালাক। এই সকলো দিশ আলোচনাৰ বাবে তামিলনাডুলৈ ৰাওনা হ'ব অসম চৰকাৰৰ ৪ প্ৰতিনিধি।

Address

Kharghuli
Guwahati
781003

Telephone

+918402019315

Website

Alerts

Be the first to know and let us send you an email when Aranyam অৰণ্যম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Aranyam অৰণ্যম:

Videos

Share