Studio Kirili 'কিৰিলি'

Studio Kirili 'কিৰিলি' Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Studio Kirili 'কিৰিলি', Music production studio, Zoo Road, Junali, Opposite Durga Mandir, Guwahati.

'কিৰিলি'ত জুবিন দা ❤️
16/10/2021

'কিৰিলি'ত জুবিন দা ❤️

06/08/2021
06/08/2021
||তাজমহল|| আমাৰ প্ৰথমটো গীত। আপোনালোকৰ মৰম আৰ্শীবাদ আমাৰ কাম্য। গীতটি শুনিব, শুনাব। ভাল পালে আনকো ক'ব, ভুল পালে আমাক ক'ব...
21/07/2021

||তাজমহল||

আমাৰ প্ৰথমটো গীত। আপোনালোকৰ মৰম আৰ্শীবাদ আমাৰ কাম্য। গীতটি শুনিব, শুনাব। ভাল পালে আনকো ক'ব, ভুল পালে আমাক ক'ব।

https://youtu.be/1YiWGruYhTU

Taj Mahal is a soulful rendition composed by team Kirili. Magestically sung by Bijoy Sankar himself, written by Paplu chetia, composed by Prabin Borah, music...

"মোৰেনো শপততোমাৰে নামতউশাহতে দিম আয়ুস সপি"এইয়া "তাজমহল"ৰ কথা। আজি সন্ধিয়া  আপোনালোকলৈ গীতটি আগবঢ়াই দিম। এইয়া আমাৰ কথা। ম...
21/07/2021

"মোৰেনো শপত
তোমাৰে নামত
উশাহতে দিম আয়ুস সপি"

এইয়া "তাজমহল"ৰ কথা। আজি সন্ধিয়া আপোনালোকলৈ গীতটি আগবঢ়াই দিম। এইয়া আমাৰ কথা। মৰমৰ কথা মৰমৰ সুৰেৰে আপোনাৰ মৰম বিচাৰি………

আজি সন্ধিয়া ৬ বজাত।

07/07/2021

|| তাজমহল ||

আমাৰ প্ৰথমটি গীত। খুউব সোনকালেই আপোনালোকলৈ আগবঢ়াই দিম।

Studio Kirili ৰ পৰা প্ৰথমটো গীত তাজমহল।বহু জনপ্ৰিয় গীতৰ নেপথ্যৰ  মানুহ Bijoy Sankar কণ্ঠত  Prabin Borah সুৰেৰে,  Paplu C...
04/07/2021

Studio Kirili ৰ পৰা প্ৰথমটো গীত তাজমহল।
বহু জনপ্ৰিয় গীতৰ নেপথ্যৰ মানুহ Bijoy Sankar কণ্ঠত Prabin Borah সুৰেৰে, Paplu Chetia কথাৰে, Borah সংগীতেৰে সজোৱা তাজমহল অতি সোনকালে আপোনালোকলৈ আগবঢ়াম।

Address

Zoo Road, Junali, Opposite Durga Mandir
Guwahati

Telephone

+917099412612

Website

Alerts

Be the first to know and let us send you an email when Studio Kirili 'কিৰিলি' posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Studio Kirili 'কিৰিলি':

Videos

Share


Other Music production in Guwahati

Show All