DpeopleS TIME

DpeopleS TIME positive Information and infomative video. Culture and Science. folk and social issue.

অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত পুৱাৰে পৰা জনতাৰ ভিৰ।কাইলৈৰ পৰা আৰম্ভ হোৱা সাহিত্য সভাৰ অধিৱেশনথলীত ইচ্ছুক দৰ্শনাৰ্থীস...
01/02/2025

অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত পুৱাৰে পৰা জনতাৰ ভিৰ।
কাইলৈৰ পৰা আৰম্ভ হোৱা সাহিত্য সভাৰ অধিৱেশনথলীত ইচ্ছুক দৰ্শনাৰ্থীসকলৰ পুৱাৰে পৰা লানি নিচিগা সোঁত আৰম্ভ হোৱা দেখা গৈছে।

28/01/2025

বোকাৰ পদুম # এগৰাকী সহজ-সৰল গাঁৱলীয়া বোৱাৰীৰ নৃত্য প্ৰতিভাই মন কাঢ়িলে সকলোৰে। সুযোগৰ অভাৱত এনেদৰে কতো সম্ভাৱনা হেৰাই যায় সময়ৰ সোঁতত। তেওঁলোকৰো মন থাকে নিজৰ প্ৰতিভা আনৰ আগত প্ৰকাশ কৰিবলৈ। আহক সকলোৱে তেনে প্ৰতিভাক চিনাকি কৰাই দিয়াত সহযোগ কৰো।
#অসমীয়ানৃত্য







26/01/2025

গণতন্ত্ৰ দিৱসৰ শুভকামনা জনালোঁ

26/01/2025

বন্দে মা তৰম> যিবোৰ মানুহক সমাজে চিনি পা লাগে # অদ্ভুত সু্ন্দৰ গায়কী! লোকগীতেৰে প্ৰকাশ দেশভক্তি। এইবোৰ লোককহে সমাজে চিনি পাব লাগে।

#লোকগীত
#দেশপ্ৰেম


#চহাগীত
#অসম
#সংস্কৃতি
#মানুহমানুহবাবে
#ভাইৰেল


20/01/2025

নৃত্য-গীত

19/01/2025

আচল শিল্পী এওঁলোকহে # অভিনয়ৰ কোনো আনুষ্ঠানিক শিক্ষা নথকাকৈ হাজাৰ হাজাৰ দৰ্শকৰ চকুত চকুপানী আনি দিয়া এইসকল লোকৰ বুকুতহে বাস কৰে নটৰাজ। হয়তো ৫ বছৰৰ মূৰত এখন নাটক কৰিয়েই নিৰৱে নাটক আৰু অভিনয়ক গোপনে পূজা কৰি থাকে এনেবৰ নাট্যপ্ৰাণ মানুহে। চালাম

17/01/2025

ভাইৰেল হ'ব লাগে এওঁলোকেহে # ৬৭ বছৰীয়া সহজ-সৰল সাধাৰণ মানুহৰ অসাধাৰণ সত্তা # দৰিদ্ৰতাক জয় কৰি উদযাপন কৰে জীৱন। কাৰোৰে বিৰুদ্ধে যেন নাই অভিযোগ। আপোন-ভোলা মানুহ




#গোৱালপৰীয়াগীত
#বাউল
#বাংলাদেশ
#দেহবিচাৰ
#কামৰূপীলোকগীত


#চহাগীত







#ভাইৰেল



24/11/2024

ভাতৃক বধিলে কি হয়?

#ভাওনা
#জামুগুৰিহাট
#অসমীয়াকৃষ্টি
#শ্ৰীমন্তশংকৰদেৱ




#মুখাশিল্প

20/11/2024

ইমান ধুনীয়া!
ইমান সুগভীৰ পৰিৱেশন #
লোকসংগীতৰ সৌন্দৰ্য #
মন পৰশা #




#লোকসংগীতৰসৌন্দৰ্য
#অসম
#কামৰূপীলোকগীত
#লোকগীত
#কামৰূপ

দীপাৱলীৰ শুভকামনা জনালো।
31/10/2024

দীপাৱলীৰ শুভকামনা জনালো।

26/10/2024

Hi everyone! 🌟 You can support me by sending Stars - they help me earn money to keep making content you love.

Whenever you see the Stars icon, you can send me Stars!

26/10/2024

জনপ্ৰিয় আলোচনী "বিস্ময়"ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ মৃত্যুৰ গভীৰ শোক প্ৰকাশ কৰিলো আৰু শ্ৰদ্ধাঞ্জলি জনালো।
অসমীয়া আলোচনীৰ ইতিহাসত ভোটা তৰা হৈ জিলিকি থকিব ফুকন চাৰ।

19/10/2024

বাৰেৰহনীয়া ৰূপ #
বৃদ্ধাৱস্থাক পৰাজিত এগৰাকী সৈনিকৰ নান্দনিক ৰূপ #
#অসম
#অসমীয়াকৃষ্টি








17/10/2024

অসমবাসী ৰাইজলৈ কাতিবিহুৰ শুভেচ্ছা জনালো।

দেশৰ প্ৰখ্যাত উদ্যোগপতি, সমাজসেৱক ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিলো। ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত জন্মগ্ৰহন কৰা এই মহান দেৱদূত...
10/10/2024

দেশৰ প্ৰখ্যাত উদ্যোগপতি, সমাজসেৱক ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিলো। ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত জন্মগ্ৰহন কৰা এই মহান দেৱদূতগৰাকীৰ সহযোগত অসমত স্থাপন হৈছে কেবাখনো কেঞ্চাৰ চিকিৎসালয়। সমাজসেৱাক জীৱনৰ ব্ৰত হিচাপে লোৱা মহান ব্যক্তিগৰাকী প্ৰেমৰ এক উৎকৃষ্ট নিদৰ্শন।
শ্ৰদ্ধাঞ্জলি জনালো।
(দেহাৱসান- ৯ অক্টোবৰ,২০২৪)

09/09/2024

দুগৰাকী কিশোৰীৰ নৃত্য





26/08/2024

জন্মাষ্টমীৰ শুভকামনা জনালো

ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা ৰমেন ডেকাক চট্টিছগড়ৰ ৰাজ্যপালৰূপে নিযুক্তি #ডেকা মংগলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ।
28/07/2024

ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা ৰমেন ডেকাক চট্টিছগড়ৰ ৰাজ্যপালৰূপে নিযুক্তি #
ডেকা মংগলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when DpeopleS TIME posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DpeopleS TIME:

Videos

Share

Category