Joon Manashi Official

  • Home
  • Joon Manashi Official

Joon Manashi Official সংগীত প্ৰেমি
সংগীত বিশাৰদ
Contact for Live shows ❤️
Only WhatsApp: 6002689722

04/11/2024

❤️❤️

04/11/2024
01/11/2024

RIBA RIBA (RABHA FOLK SONG) II COVER BY JOON MANASHI II RABHA FOLK SONG 2024

Full Song Available On “Joon Manashi” Youtube Channel:
https://youtu.be/YjVFi-jioeQ?si=J7NciJXqM_mnBY6F

"Riba Riba " is a folk song of Rabha Community which I'm just trying to recreate this beautiful song. I composed this song completely on my own . Hope you guys like it .

ইমান মৰম আৰু সহযোগিতাৰ বাবে ধন্যবাদ ধেমাজিস্থিত মাছখোৱা যোৰকটা অঞ্চলৰ ১নং খলিহামাৰী বাসী ৰাইজ ❤️🙏 অশেষ ধন্যবাদ Chao Manu...
18/10/2024

ইমান মৰম আৰু সহযোগিতাৰ বাবে ধন্যবাদ ধেমাজিস্থিত মাছখোৱা যোৰকটা অঞ্চলৰ ১নং খলিহামাৰী বাসী ৰাইজ ❤️🙏 অশেষ ধন্যবাদ Chao Manuj Gogoi ককাইদেউ ইমান সুন্দৰ অনুষ্ঠানটিত মোক আমন্ত্ৰণ জনোৱাৰ বাবে ✨
সকলোকে পুণৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ❤️

Photography by Raktim Konch Photographe

১৬/১০/২০২৪ 💕

ধন্যবাদ কলাইগাঁওবাসী 🙏✨দূৰ্গা মাৰ আশীৰ্বাদ আৰু আপোনালোকৰ মৰম তথা সহযোগিতাৰ বাবেই অনুষ্ঠানটি সুচাৰুৰূপে কৰিব পাৰিলো ❤️মহা...
13/10/2024

ধন্যবাদ কলাইগাঁওবাসী 🙏✨দূৰ্গা মাৰ আশীৰ্বাদ আৰু আপোনালোকৰ মৰম তথা সহযোগিতাৰ বাবেই অনুষ্ঠানটি সুচাৰুৰূপে কৰিব পাৰিলো ❤️
মহানৱমী ও বিজয়া দশমী বিশেষ 🌻
১২/১০/২০২৪✨

https://youtu.be/RGB5NjB4aGU?si=ULeBkF-MSEdufDuwনমস্কাৰ,  আপোনাৰ লগতে আপোনাৰ পৰিয়াল বৰ্গলৈ শাৰদীয় দূৰ্গা পূজাৰ অলেখ শু...
06/10/2024

https://youtu.be/RGB5NjB4aGU?si=ULeBkF-MSEdufDuw

নমস্কাৰ, আপোনাৰ লগতে আপোনাৰ পৰিয়াল বৰ্গলৈ শাৰদীয় দূৰ্গা পূজাৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মা দূৰ্গাৰ আশীষ শিৰত লৈ দূৰ্গা পূজা উপলক্ষে মোৰ নতুন গীত "দূৰ্গা মা "আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ । আশা ৰাখিছোঁ আপোনালোক আটাইয়ে গীতটি আঁকোৱালি ল'ব আৰু গীতটিক মৰম যাচিব।🙏

Presenting Durga Puja Special Song "Durga Maa"by JOON MANASHI exclusively on JOON MANASHI YouTube Channel.Song: Durga Maa - 2024Singer :- Joon Manashi Additi...

শাৰদীয় দূৰ্গোৎসৱ উপলক্ষে মুকলি হ'বলগীয়া মোৰ নতুন গীতটি খুব ততাতৈয়াকৈ উজনি অসমৰ অন্যতম জনপ্ৰিয় Music Studio Chant Aud...
03/10/2024

শাৰদীয় দূৰ্গোৎসৱ উপলক্ষে মুকলি হ'বলগীয়া মোৰ নতুন গীতটি খুব ততাতৈয়াকৈ উজনি অসমৰ অন্যতম জনপ্ৰিয় Music Studio Chant Audio ত ৰেকৰ্ডিঙ কৰা কিছু মূহুৰ্ত ।। অতি সোনকালে গীতটি আপোনালোকৰ মাজলৈ
আগবঢ়াই দিম। আশা কৰোঁ দুৰ্গোৎসৱৰ বতৰত সকলোৱে গীতটি আদৰি ল'ব।
অশেষ ধন্যবাদ Studio CHANT audio (Lakhi Ranjan)দাদা আৰু মৰমৰ ভন্টি Prity Rani Bor Gohain .

ছিপাঝাৰ অঞ্চলৰ দিপিলাস্থিত NRDS senior secondary school ত এইয়া মোৰ প্ৰথমটো অনুষ্ঠান। নৱাগত আদৰণি সভাখনত আমন্ত্ৰিত শিল্প...
07/09/2024

ছিপাঝাৰ অঞ্চলৰ দিপিলাস্থিত NRDS senior secondary school ত এইয়া মোৰ প্ৰথমটো অনুষ্ঠান। নৱাগত আদৰণি সভাখনত আমন্ত্ৰিত শিল্পী হিছাপে উপস্থিত থাকি গীত পৰিৱেশন কৰি সঁচাই বহু বেছি আনন্দিত হ'লো। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।। ইমান মৰম আৰু আদৰৰ বাবে সকলোকে অশেষ ধন্যবাদ ❤️

দৰং জিলা প্ৰশাসনৰ উদ্যোগত জিলা সাংস্কৃতিক বিভাগৰ সহযোগত দৰং জিলা পুথিভঁৰালত অনুষ্ঠিত ৰাভা দিৱসত উপস্থিত থাকিবলৈ পাই নথৈ ...
20/06/2024

দৰং জিলা প্ৰশাসনৰ উদ্যোগত জিলা সাংস্কৃতিক বিভাগৰ সহযোগত দৰং জিলা পুথিভঁৰালত অনুষ্ঠিত ৰাভা দিৱসত উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ।🥰 উক্ত অনুষ্ঠানটিৰ বাবে মোক আমন্ত্ৰণ কৰা বাবে অশেষ ধন্যবাদ 🙏

20/06/2024

A tribute to Kolaguru Bishnu Prasad Rabha 🙏
ৰাভা দিৱসৰ এই শুভ ক্ষণত মোৰ এক ক্ষুদ্ৰতম প্ৰচেষ্টা 🥰 আশা কৰোঁ সকলোৱে শুনি ভাল পাব 💕
Audio all credit goes to Nupur audio studio, Dipila (Darrang)💕

Address


Alerts

Be the first to know and let us send you an email when Joon Manashi Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Joon Manashi Official:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share