ProGati Live অসম

ProGati Live অসম সত্যৰ সন্ধানত আমি থমকি নৰওঁ

04/04/2024

বন্ধু কম থাক কিন্তু স্বাৰ্থপৰ না থাক

04/04/2024

উপাৰ্জন কৰা শিকক, নহলে অযোগ্য ব্যক্তিয়ে ও আপোনাক জ্ঞান দিব।

04/04/2024

Hello guys

সন্মুখত প্ৰশংসা কৰি পিছদিনাইবদনাম কৰা মানুহৰ পৰা আঁতৰত থাকক,কিয়নো এনে মানু্হ শত্ৰুতকৈ ভয়ানক হয়।   ProGati Live অসম
04/04/2024

সন্মুখত প্ৰশংসা কৰি
পিছদিনাই
বদনাম কৰা মানুহৰ পৰা আঁতৰত থাকক,
কিয়নো এনে মানু্হ শত্ৰুতকৈ ভয়ানক হয়।
ProGati Live অসম

Today best photo ProGati Live অসম
04/04/2024

Today best photo

ProGati Live অসম

04/04/2024

মৃত্যুত কৈ ভৱিষ্যতৰ ভয় বেছি
অথচ মৃত্যুয়ে আমাৰ ভৱিষ্যত

একটি হাদিচsee more......  ProGati Live অসম
04/04/2024

একটি হাদিচsee more......
ProGati Live অসম

04/04/2024

১৯ তম ইফতাৰ বাৰিকা চুবুৰী জামে মছজিদ

03/04/2024

আজিৰ আলোচনা নামাজত দোৱা মাসুৰা নপৰিলে নমাজ হবনে নাই?

03/04/2024

কোৰ'আনে ৰ একটি অক্ষৰ পৰলে সৰ্বনিম্ন ১০টা নেকি মেলে।
Allah amader sobaike besi besi Qur'an pora abong bujar towfik din,
Amin

Shout out to my newest followers! Excited to have you onboard! Mafiya King, Nur Mohammad, Baharul Islam, Abu Abdullah, K...
02/04/2024

Shout out to my newest followers! Excited to have you onboard! Mafiya King, Nur Mohammad, Baharul Islam, Abu Abdullah, Karnakar Vemula, Rina Aktar, Sbsaifi Sbsaifi, Md Hasan Sikder, P Arshidkp, Hussain Ahmed, Manik Bag, Ariyan Khan, Kashem Ali, Tayeb Ali, Lofayet Hossain, Salim Memon, Fatema Bibi, MD Kamaruzzaman, Bantei Thabah, Waseem Waseem, Ahmad Ali, Jamshad Jhoja, Korim Khan, Badrul Hoque, Samsuddin Laskar, Nafiza Yesmin

02/04/2024

আপোনাৰ হাতে ১ মিনিট সময় হব কি ?
লা ইলাহা ইল্লাললাহু মহাম্মদুৰ ৰসুলুল্লাহ(ছ :)লেখাৰ

💠 *শ্ববে ক্বদৰ* *লাইলাতুল ক্বদৰ* 💠*এই ৰাতিৰ ফজিলত কি  ??*                👉 মহান আল্লাহৰ বাণী।                *انا انزلنا...
02/04/2024

💠 *শ্ববে ক্বদৰ* *লাইলাতুল ক্বদৰ* 💠

*এই ৰাতিৰ ফজিলত কি ??*
👉 মহান আল্লাহৰ বাণী।
*انا انزلناہ فی لیلۃالقدر*
নিশ্চয়ই মই অৱতীৰ্ণ কৰিছো এই ক্বুৰআণ শ্ববে ক্বদৰত।
*وما ادراک ما لیلۃالقدر*
আৰু আপুনি জানেনে শ্ববে ক্বদৰ কি ?
*لیلۃالقدر خیر من الف شهر*
শ্ববে ক্বদৰ হাজাৰ মাহতকৈয়ো শ্ৰেষ্ঠ।
*تنزل الملا ئکۃ والروح فیہا* *بأذن ربهم من کل أمر*
সেই ৰাতিত ফিৰিস্তাসকল আৰু ৰূহ তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে যাৱতীয় সিদ্ধান্ত লৈ অৱতৰণ কৰে।
*سلام ھی حتٰی مطلع الفجر*
শান্তিময় সেই ৰাতি, ফজৰৰ আবিৰ্ভাৱ নোহোৱালৈকে। (ছুৰা ক্বদৰঃ)

👉 ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে- যি ব্যাক্তি ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল ক্বদৰৰ ৰাতি জাগ্ৰত থাকি নামাজ আদায় কৰিব, তাৰ পূৰ্বৰ (ছগীৰাহ) গুনাহবোৰ মাফ কৰি দিয়া হয়। (বুখাৰী, হাদিছ নং-১৮০২)

*শ্ববে ক্বদৰ এই উম্মতৰ বাবে বিশেষ উপহাৰ*
👉 হাদিছত আছে-
হজৰত মালিক বিন আনাছ (ৰাঃ)ৰ পৰা বৰ্নিত ৰাছূল ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামক পূর্বৰ যুগৰ লোকসকলক দেখুওৱা হ'ল। তেতিয়া তেখেতে দেখিলে যে, সেই তুলনাত তেখেতৰ উম্মতৰ হায়াত কম।
সেইবাবে তেখেতৰ উম্মত আমলৰ মাধ্যমত সেইখিনি লৈকে যাব নোৱাৰিব। যত দীর্ঘ হায়াতৰ কাৰণে পূর্ববর্তী উম্মত যাব পাৰিছে। তেতিয়া আল্লাহ তায়ালাই শ্ববে ক্বদৰ দান কৰিলে, যি এক হাজাৰ মাহতকৈয়ো উত্তম।
(মুয়াত্তা মালিক,হাদিছ নং ১১৪৫)

*শ্ববে ক্বদৰ কোন ৰাতিত ??*
শ্ববে ক্বদৰ বিষয়ে বহুতো হাদিছ আছে।
তাৰে মাজত শেষ ১০ দিন বা শেষ ১০ দিনৰ অযুগ্ম ৰাতিত শ্ববে ক্বদৰৰ অনুসন্ধান কৰিবলৈ কোৱা হৈছে।

👉 ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ৰমজানৰ শেষ দহকত ইতিকাফ কৰিছিল আৰু কৈছিলঃ তোমালোকে শেষ দহকত লাইলাতুল ক্বদৰ অনুসন্ধান কৰা। (বুখাৰী, ১৮৯৩)

গতিকে কোনো ৰাতিক নির্দিষ্ট ভাবে শ্ববে ক্বদৰ হিচাপে পালন নকৰি সকলো অযুগ্ম ৰাতিত যথাসাধ্য ইবাদতৰ জৰিয়তে শ্ববে ক্বদৰৰ অনুসন্ধান কৰা উচিত।

*আমাৰ সমাজৰ এটি ভুল ধাৰণা।* 👇
এতিয়া এবাৰ চিন্তা কৰক যে আমাৰ সমাজত প্ৰচলিত কথা ২৭ তাৰিখৰ ৰাতিক শ্ববে ক্বদৰ বুলি কোৱা হয় যে ইয়াৰ দলীল ক'ত ??
এটা কথা স্পষ্ট যে হাদিছত ২৭ তাৰিখৰ কথা কোৱা হৈছে ঠিকেই। অধিকাংশ আলিম উলামাই লাইলাতুল ক্বদৰ হিচাপে ২৭ তাৰিখৰ ৰাতিক প্রাধান্য দি আহিছে ঠিকেই।
সেইবাবে এই ৰাতিক প্রাধান্য দি ইবাদত কৰিব পাৰি কিন্তু ২৭ তাৰিখত শ্ববে ক্বদৰ এইটো নিশ্চিত বুলি ভাবিব নোৱাৰি। বেলেগ যিকোনো অযুগ্ম ৰাতিতো হ'ব পাৰে।

গতিকে কেৱল ২৭ তাৰিখতে শ্ববে ক্বদৰ ভাবি কেৱল সেই ৰাতিই ইবাদত কৰা মুঠেই সমিচিন নহয়।
এবাদত তো আমি প্ৰত্যেক দিনাই কৰিব লাগে।
আৰু এবাদতৰ জৰিয়তে শেষৰ অযুগ্ম ৰাতিবোৰত অর্থাৎ ২১, ২৩,২৫,২৭,২৯ এই ৫ ৰাতিত, হে শ্ববে ক্বদৰৰ অনুসন্ধান কৰিব লাগে।

*এই ৰাতিৰ আমল কি কি ?*
শ্ববে ক্বদৰৰ নির্দিষ্ট পদ্ধতিৰ কোনো নামাজ নাই, নিৰ্দিষ্ট কোনো আমল নাই।
তাৰাৱিহৰ পিছত দুই দুই ৰাকআত কৰি যিমান ইচ্ছা নফল নামাজ পঢ়িব পাৰে।
চালাতুত তাচবিহৰ নামাজ পঢ়িব পাৰে,
শেষ ৰাতিত তাহাজ্জুদৰ নামাজ পঢ়িব পাৰিব।
ক্বোৰাণ পঢ়িব পাৰে,, যিকোনো জিকিৰ, দৰুদ আৰু বেছি বেছিকৈ ইস্তিগফাৰ কৰিব লাগে।
লগতে খুব বেছি বেছিকৈ এই দোৱা পঢ়িব লাগে।
*ﺍﻟﻠَّﻬُﻢَّ ﺇِﻧَّﻚَ ﻋَﻔُﻮٌّ ﺗُﺤِﺐُّ ﺍﻟْﻌَﻔْﻮَ ﻓَﺎﻋْﻒُ ﻋَﻨِّﻰ*
আল্লাহ তালায় আমাক সকলোকে শ্ববে ক্বদৰ নছীব কৰক। আমিন।
দোৱা প্ৰাৰ্থী
💠 *মওলানা আফজলুৰ ৰহমান* 💠
ডবকা - হোজাই - অসম

02/04/2024

Qur'an tilawat

02/04/2024

Assalamualaikum

01/04/2024

CONGRATULATIONS
🎉🎉🎉
অসমৰ গৌৰৱ ৰিয়ান পৰাগৰ দুৰ্দান্ত খেল প্ৰদৰ্শন
আপুনিও জনাওক অভিনন্দন।

01/04/2024

আপনার সবচেয়ে প্রিয় সুরা বা আয়াত কোনটি?

31/03/2024

বহুত কিছু পৰিবৰ্তন হব পাৰে
কিন্তু ৬ ছয়ৰে মাহীৰ ম্যাচ ফিনিশিংছ
কোনদিন পৰিবৰ্তন নহয় 😍
পৃথিবীৰ শ্রেষ্ঠ ফিনিশাৰ মাহী
💛💛💛💛

31/03/2024

শুনিলে হয়তো আপোনাৰ অন্তৰ চুই যাব

31/03/2024

প্ৰত্যেক দিন তিলাৱাত শুনিব কাৰনে পেজটো ফলো কৰক আৰু shares কৰক

31/03/2024

Oha Kali akow Live t ahim

30/03/2024

সকলোৱে এটাকৈ share কৰি এই পবিত্ৰ কোৰআন তিলাৱাত শুনিবলৈ সুযোগ কৰি দিয়ক

30/03/2024
30/03/2024

হজৰত আবু হুৰাইৰাহ ৰদিয়াল্লহু আ’নহু (أبىْ هريْرة رضى الله عنْه) হইতে বর্ণিত আছে যে, ৰসুলুল্লহ সল্লাল্লহু আ’লাইহি ওয়া সাল্লাম এৰশাদ কৰিয়াছেন, আপন ঈমানকে তাজা কৰতে থাকো। কেহ আৰজ কৰিল, ইয়া ৰসুলুল্লহ! আমৰা আপন ঈমান কিভাবে তাজা কৰিব? তিনি বলিলেন, লা ইলাহা ইল্লাল্লহ বেশি বেশি বলিতে থাক। (মুসনাদে আহমদ, তাবাৰানী, তাৰগীব)

28/03/2024

Enjoy Every Moment Because Death is unexpected ❤️

27/03/2024

জীৱনত কিবা এটা কৰিম বুলি যদি ভাবিছে তেন্তে অকলেই কৰিবলৈ শিখক

27/03/2024

নিশ্চয় নামাজ মুচলমান দেৰ ওপৰ ফৰজ নিদিষ্ট সময়েৰ মধ্যে। সুৰাহ নীছা, আয়াত ১০৩)

Address

AIRKATA
Guwahati
783330

Alerts

Be the first to know and let us send you an email when ProGati Live অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ProGati Live অসম:

Videos

Share