Ananya dihingya boruah

Ananya dihingya boruah কবিতা আৰু গীত

দিনতোৰ কামৰ মাজত নিজৰ ছবিখন ফেচবুকৰ পৃষ্ঠাট সাঁচি থলো😍❤️‍🩹
25/07/2024

দিনতোৰ কামৰ মাজত নিজৰ ছবিখন ফেচবুকৰ পৃষ্ঠাট সাঁচি থলো😍❤️‍🩹

24/07/2024

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onboard! Jaan Boruah, Arup Kalita

Buy your Favorite Bike From our Bajaj BS Enterprise in Ghilamara.Our contact number is 9435683462
17/07/2024

Buy your Favorite Bike From our Bajaj BS Enterprise in Ghilamara.Our contact number is 9435683462

17/07/2024
I've received 100 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉
17/07/2024

I've received 100 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉

17/07/2024

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onboard! Rajuphukan Rajuphukan, Bhabish Konwar, প্ৰেম জনমে জনমে

01/07/2024

I gained 10 followers, created 31 posts and received 81 reactions in the past 90 days! Thank you all for your continued support. I could not have done it without you. 🙏🤗🎉

27/06/2024

Ahi gol bajaj new scooty ....... Ghilamara B.S Enterprise

দেউতা   দেউতা  মই তোমাৰ সুখ হ'ব নোৱাৰিলোঁ    তুমি বিচৰা তোমাৰ সেউজ হ'ব নোৱাৰিলোঁ   তুমি মোক চুৱা সপোন হবও নোৱাৰিলোঁ   হল...
16/06/2024

দেউতা

দেউতা মই তোমাৰ সুখ হ'ব নোৱাৰিলোঁ
তুমি বিচৰা তোমাৰ সেউজ হ'ব নোৱাৰিলোঁ
তুমি মোক চুৱা সপোন হবও নোৱাৰিলোঁ
হলো মাথোঁ তোমাৰ বিবিহিকাৰ এক কৰুণ আন্ধাৰ
মই এন্ধাৰে মোক খেদি ফুৰে প্ৰতিপদ
তুমি কোলাত লৈ শুনোৱা সেই
শৈশৱৰ নিচুকনী গীত
"আমাৰে মইনা শুৱ য়ে,
বাৰীতে বগৰী ৰুৱয়ে"
তুমি কোৱা প্ৰতিটো শব্দ মোৰ বাবে
আজি....
শুকান সন্ধিয়াৰ মন জুৰ পেলোৱা গীত
নোৱাৰো দেউতা তোমাৰ ব্যক্তিত্বক
মোৰ ঘূণে ধৰা শব্দকেইটাৰে মেৰিয়াবলৈ
তুমি য'তেই আছা কুশলে থাকা
আমাক আশীৰ্বাদ কৰিবা যাতে
তোমাৰ আদৰ্শক আগত লৈ আগবাঢ়ি যাব পাৰো।

✍️অনন্যা দিহিঙীয়া
শেষত তোমালৈ পিতৃ দিৱসৰ শুভেচ্ছা থাকিল।

12/06/2024

বৈ যাবা তুমি❤️😍

Address

Ghilamora Baliyani
Guwahati
787053

Telephone

+916282082821

Website

Alerts

Be the first to know and let us send you an email when Ananya dihingya boruah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ananya dihingya boruah:

Videos

Share