NKTV LIVE

NKTV LIVE Welcome to NKTV on Facebook. An Assamese Satellite News Channel. News updates from around the World,
(1)

26/12/2025

এই মুহূৰ্তৰ BIG BREAKING

26/12/2025

দুটা ডাঙৰ খবৰ LIVE

26/12/2025

আদালতত হাজিৰ কৰোৱা হৈছে হিন্দু পৰিষদ, বজৰং দলৰ ৪ সদস্যক
বেলশৰ থানাৰ পৰা লৈ যোৱা হয় আদালতলৈ
নলবাৰীত বৰদিনৰ সামগ্ৰী লণ্ডভণ্ড কৰিছিল লোককেইজনে

26/12/2025

▶️হাদুগ মেলাৰ বিষয়ে জানেনে? পবিতৰা অভয়াৰণ্যত ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে হাদুগ মেলা ২০২৫।

26/12/2025

ক’লাজত কথা-গান আৰু কিছু আলাপ
ষ্টুডিঅ’ত দুগৰাকী কণ্ঠশিল্পী
তেওঁলোকৰ যাদুকৰী কণ্ঠৰ মায়াজালত মন্ত্ৰমুগ্ধ হ’ব আপুনি
সুৰৰ ঝংকাৰত নষ্টালজিক হৈ পৰিব আপুনি
এঘণ্টা সময় বিলীন হওক সংগীতৰ মায়াজালত
ষ্টুডিঅ’ত কণ্ঠশিল্পী দৃষ্টি পাটোৱাৰী আৰু পদ্মজা কাশ্যপ
তেওঁলোকৰ কণ্ঠত ন-পুৰণি বহু গীত
তৃষ্ণাৰ সৈতে ‘ক’লাজ’

26/12/2025

দুপৰীয়াৰ খবৰ LIVE

26/12/2025

26/12/2025

দিল্লীত মুখ্যমন্ত্ৰীৰ সৈতে ৩ জনগোষ্ঠীৰ নেতাৰ অমিত শ্বাহৰে বৈঠক
মন্ত্ৰী ৰণোজ পেগুও উপস্থিত থাকে এই বৈঠকত
ষষ্ঠ অনুসূচীৰ স্বায়ত্ত শাসন সন্দৰ্ভত ত্ৰিপাক্ষিক আলোচনা

26/12/2025

▶️ ‘জহ্নু ৰঞ্জন বৰুৱা’ কেনেকৈ হ’লগৈ ‘জাহ্নু বৰুৱা’?
▶️ স্কুলীয়া জীৱনত নিজকে কিয় দুৰ্ভগীয়া বুলি ভাবিছিল তেওঁ?
▶️ স্মৃতি বিজড়িত ‘বকতা’ই কেনে প্ৰভাৱ পেলাইছিল তেওঁৰ জীৱনত?
▶️ বজাৰত গৰু বিক্ৰী কৰিবলৈ গৈ কি পৰিস্থিতিত পৰিছিল তেওঁ?
▶️ ৰঙালাও খেতি কৰি কি বিড়ম্বনা হৈছিল জাহ্নু বৰুৱাৰ?
▶️ জীৱনত কোনো দিনেই গছ নকটাৰ সিদ্ধান্ত কিয় লৈছিল তেওঁ?
▶️ আনৰ ষ্টুডিঅ’ত তেওঁ ঝাড়ু মৰাৰ কাম কিয় কৰিবলগা হৈছিল?
▶️ কি পৰিস্থিতিত শ্বিলঙত LDAৰ চাকৰি কৰিবলগা হৈছিল বৰুৱাই?
▶️ কেনেকৈ চিনেমা নিৰ্মাণৰ প্ৰতি আকৰ্ষিত হৈছিল জাহ্নু বৰুৱা?
▶️ ১৪ বছৰৰ পিছত ছবিগৃহলৈ আহিব জাহ্নু বৰুৱাৰ নতুন ছবি
▶️ কি আছে ২ জানুৱাৰীত আহিবলগা ‘হেৰোৱা ছন্দ’ত?
▶️ জাহ্নু বৰুৱাৰ চিনেমাৰে জড়িত ‘হিউৱেন বৰুৱা’ আচলতে কোন?
▶️ আজি জাহ্নু বৰুৱাই ক’ব টেলিভিছনত কোনোদিনেই নোকোৱা বহু কথা
▶️ সকলো সামৰি আজিৰ NKTVৰ ‘NK বিশেষ’
▶️ বশিষ্ঠদেৱ ফুকনৰ সৈতে ‘জাহ্নু বৰুৱা EXCLUSIVE-1’

Address

Ganeshguri
Gauhati
781005

Telephone

+913617135657

Website

Alerts

Be the first to know and let us send you an email when NKTV LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share