Diganta Bardoloi

Diganta Bardoloi Home gardening, urban gardening, container gardening আদি কৰা লোকলসকল এই পেজৰদ্বাৰা উপকৃত হ'ব পাৰিব।

04/01/2025

Happy Birthday 🎂

19/12/2024

বিনাখৰচতে এইটো আপুনিও কৰি ল'ব পাৰে -

03/11/2024

21/10/2024

আপেল খোৱাৰ আগতে অলপ সাৱধান হ'ব

11/10/2024

আনন্দৰ আকৰ ঘনচিৰিকা... 🐦🐦🐦

06/10/2024

কলমৌ শাক খাই ভাল পায়নে আপুনি? যদি ভাল পায় তেনেহ'লে এইটো কাম আৰম্ভ কৰক -

04/10/2024

অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াটো এক ভাল কাম হৈছে। ভাষাটোৰ লগত আমাৰ আবেগ জড়িত হৈ আছে, আমি যিখিনি অসমীয়াই আমাৰ আইৰ মুখৰ ভাষাত লিখা-পঢ়া কৰিব জানো, সেইখিনি মানুহৰ বাবে ই অতিশয় আনন্দ আৰু গৌৰৱৰ কথা। এটা কথা মনত ৰাখিব লাগিব যে অসমীয়া ভাষাত লিখা-পঢ়া কৰিব পৰা অসমীয়া মানুহখিনিয়েহে এই আনন্দ, এই গৌৰৱ অনুভৱ কৰিব পাৰিব। বাকী, আমাৰ মাতৃভাষা নজনা অসমীয়া মানুহখিনিয়ে - বিশেষকৈ অসমীয়া মাধ্যমত নপঢ়া , অসমীয়া ভাষা নজনা আমাৰেই এচাম মানুহে এই আনন্দ অনুভৱ কৰিব কেতিয়াও নোৱাৰে। ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাৰ পাছতো যদি ভাষাটো নজনা মানুহৰ সংখ্যা পাছলৈ বাঢ়ি গৈ থাকে তেনেহ'লে এই স্বীকৃতিয়ে কিন্তু ভাষাটো বচাই ৰাখিব নোৱাৰিব। কেৱল স্বীকৃতি নহয়, অসমৰ শিক্ষানুষ্ঠানসমূহত অসমীয়া ভাষা শিকোৱা আৰু চৰ্চা কৰাটো বাধ্যতামূলক কৰি ৰাখিব পাৰিলেহে চৰকাৰৰ সদিচ্ছা এই ক্ষেত্ৰত অধিক প্ৰকাশ পাব।
© দিগন্ত বৰদলৈ
৪/১০/২০২৪

01/10/2024

ফল পালোঁ আজি, চাওকচোন...

29/09/2024
The white Star কঁকাল খামুচীয়া বগীতৰাজনী...
21/09/2024

The white Star
কঁকাল খামুচীয়া বগীতৰাজনী...

Address

Dispur

Website

Alerts

Be the first to know and let us send you an email when Diganta Bardoloi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share