Doyang Khobar

Doyang Khobar ভিন্ন বা-বাতৰি, ৰাজনৈতিক প্ৰেক্ষাপট, সাম্প্ৰতিক পৰিস্থিতি আৰু মনোৰঞ্জনধৰ্মী পৃষ্ঠা।

31/01/2025

⏹ গোলাঘাটত টাই আহোম ছাত্ৰ সন্থা গোলাঘাট মহকুমা আৰু নগৰ সমিতিৰ উদ্যোগত মে-ডাম-মে-ফি উদযাপন।
⏹ অনুস্থানত অংশগ্ৰহণ বিত্তমন্ত্ৰী অজন্তা নেওঁগ আৰু কৃষি মন্ত্ৰী অতুল বৰা।

সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক  সমীৰন ফুকন।
27/01/2025

সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰন ফুকন।

27/01/2025

ৰাজীৱ শদিয়াৰ মৃত্যু‌ প্ৰসংগত ৰাজীৱ শদিয়াৰ পৰিয়াললৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাহায্য প্ৰদান।

27/01/2025

@ ভক্তি ৰসেৰে বিধৌত তীৰ্থৰাজ প্ৰয়াগ । @ গংগাৰ পাৰত অখণ্ড ভাগৱত পাঠৰ সামৰণি । @ বাজি উঠিছে দেৱবাদ্য সকলোৱে জয়ধ্বনি দিছে।। @৭ দিনত অসমৰ পৰা হাজাৰ হাজাৰ ভক্ত ই ভাগৱত শ্ৰৱন কৰিলে ।

26/01/2025

বহুত অযথা ভিডিঅ' চেয়াৰ কৰে এইটো ভিডিঅ চেয়াৰ কৰিবলৈ সময় হবনে আপোনালোকৰ

�এটা চেয়াৰ কৰি দিব�
�চৰকাৰী ঘৰৰ মানুহে এইসকলক দেখা পাইনে?

�কেনেকৈ আছে চাওক

�জীয়াই থাকোঁতেই নাপাও যদি সঁহাৰি মৃ*ত্যু মানে বা কি

� জীয়াই ৰাখো আহক

�কিয় অৱহেলিত এইসকল

24/01/2025

কি সুন্দৰ কণ্ঠৰ গৰাকী কণ্টক দাস ,গহপুৰৰ এখন ভিতৰুৱা গাওঁ বাগৰপথাৰ

22/01/2025

প্ৰতিভাৰ যে অন্ত নাই এয়াই প্ৰমাণ চাওঁক এই দৃশ্য।
যোৰহাট জিলাৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱৰ প্রাতঃসভাত এগৰাকী ছাত্ৰৰ মায়াময় গীত পৰিৱেশন অতিকৈ হৃদয়স্পৰ্শী।

🔼ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি সাংসদ দিলীপ শইকীয়া                🔼অহা কালিলৈ আনুষ্ঠানিকভাৱে ৰাজ্যিক বিজেপিয়ে ঘোষণা কৰিব...
16/01/2025

🔼ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি সাংসদ দিলীপ
শইকীয়া
🔼অহা কালিলৈ আনুষ্ঠানিকভাৱে ৰাজ্যিক বিজেপিয়ে ঘোষণা কৰিব নতুন সভাপতিৰ
নাম ।

16/01/2025

শিৱসাগৰ হাতীখোক গাৱঁৰ ইয়াচমিন বেগমৰ কণ্ঠত "কাজিৰঙা বৰ ধুনীয়া একোৱেই নাই তুলনা" সুন্দৰ কৈ কণ্ঠদান কৰিছে শুনো আহক এবাৰ।
Doyang Khobar #কাজিৰঙা_বৰ_ধুনীয়া_একোৱেই_নাই_তুলনা

14/01/2025

🔹সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ বিচাৰক আৰু প্ৰতিযোগীৰ মাজত তয়া ময়া ৰণ!
🔹এয়া সংস্কৃতিৰ ৰক্ষকসকলৰ বাবে শুভ লক্ষণ নে?

14/01/2025

‘ৰাইজৰ দল’ৰ গীতত ৰাজীৱ শদিয়াৰ কণ্ঠ..

14/01/2025

🔷অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী, তেওঁ কেৱল জাতিটোৰ কথাই চিন্তা কৰি আমাক বহুত ভাল ভাল গীত দি থৈ গ'ল । অ*কা*লতে আমাৰ মাজৰ পৰা হে*ৰাই গ'ল কণ্ঠশিল্পী ৰাজীৱ শদিয়া -

13/01/2025

🛑ভোগৰ ভোগজৰা লৈ সন্মূখত হেঁপাহৰ ভোগালী,
🛑প্ৰাপ্তিৰ হাঁহি পিন্ধি অসমীয়াই ভেলাঘৰত খাব তৃপ্তিৰ এসাঁজ, ব্যাপক
প্ৰস্তুতি ।

⏹️ "অসম বাৰ্তা কাকত" গোষ্ঠীৰ তৰফৰপৰা খুমটাই বিধাসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক মৃণাল শইকীয়ালৈ জননেতা ডঃ পূৰ্ণনাৰায়ণ সিংহ ৰাজ...
11/01/2025

⏹️ "অসম বাৰ্তা কাকত" গোষ্ঠীৰ তৰফৰপৰা খুমটাই বিধাসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক মৃণাল শইকীয়ালৈ জননেতা ডঃ পূৰ্ণনাৰায়ণ সিংহ ৰাজনীতিজ্ঞ বঁটা ঘোষণা ।
⏹️ যোৰহাটত অনুষ্ঠিত হ'বলগীয়া অসম বাৰ্তা কাকত গোষ্ঠীৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰদান কৰিব এই বঁটা ।

10/01/2025

বৰগীত পৰিৱেশনেৰে সকলোৰে প্ৰশংসা বুটলিছে অষ্ট্ৰিয়ানা দিহিঙীয়াই

10/01/2025

🛑কছাৰীগাঁৱৰ পুষ্পবিলাস বৈকুণ্ঠ ক্ষেত্ৰত সংকল্পিত সদৌ অসম ভিত্তিক ভাওনা মহোৎসৱ ২০২৫ অনুষ্ঠিত ।

Address

Golaghat Merapani
Golaghat
785603

Alerts

Be the first to know and let us send you an email when Doyang Khobar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Doyang Khobar:

Videos

Share