Time18

Time18 অসমৰ প্ৰতিটো সৰুবৰ খবৰ।

 #২৬ জানুৱাৰীত সৰ্বাত্মক বন্ধ ঘোষণা আলফা(স্বা)ৰ
24/01/2025

#২৬ জানুৱাৰীত সৰ্বাত্মক বন্ধ ঘোষণা আলফা(স্বা)ৰ

24/01/2025


সৰুপথাৰ সমজিলাত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি

24/01/2025

এটি ১৩বছৰীয়া শিশু! ঠিকনা সৰুপথাৰ সমজিলাৰ অন্তৰ্গত নাওজান ১নং মৰাজান গাঁৱৰ । অতুল তামুলী আৰু মাইনু তামুলীৰ একমাত্ৰ পুত্ৰ সন্তান বিশাল তামুলী। বৰ্তমান পৰিয়ালটোক লাগে আপোনাৰ মোৰ তথা ৰাইজৰ অলপমান সহায়।

CMO Assam

৪.৮ প্ৰাৱল‍্যৰ শক্তিশালী ভূমিকম্প‌ই কপাই গল অসম। ভূমিকম্পৰ অভিকেন্দ্ৰ ম‍্যানমাৰ।
24/01/2025

৪.৮ প্ৰাৱল‍্যৰ শক্তিশালী ভূমিকম্প‌ই কপাই গল অসম। ভূমিকম্পৰ অভিকেন্দ্ৰ ম‍্যানমাৰ।

22/01/2025

সৰুপথাৰৰ আৰক্ষী থানাৰ অন্তৰ্গত নাওজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ উদ্যোগত নাওজান গাঁৱৰক্ষী বাহিনীৰ সহযোগত আৰু সমূহ নাওজান সৰু গাড়ী চালক সন্থাৰ শ্ৰমদানেৰে নাওওজান বজাৰ অঞ্চলত আগন্তুক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত স্বচ্ছ অভিযান কাৰ্যসূচী

20/01/2025
 #ৰাজ্যৰ ১৭গৰাকী APS বিষয়াক IPSলৈ পদোন্নতি
18/01/2025

#ৰাজ্যৰ ১৭গৰাকী APS বিষয়াক IPSলৈ পদোন্নতি

15/01/2025

# বিধায়কৰ নৱ নিৰ্মিত আবাস গৃহৰ সন্মুখত থকা এটা পৰিত্যক্ত ভঁৰালৰ তলত উদ্ধাৰ গ্ৰেণেড দুটা ।

15/01/2025

সৰুপথাৰ নগৰত বোমাতংক।

13/01/2025

ভোগালী বতৰত কপিকূল আহি উপস্থিত সৰুপথাৰৰ বেংকৰ ATM ত।

13/01/2025

সৰুপথাৰত মেজিৰ জুইৰ ওম লৈ হাঁহে-মাহে লগে ভাগে এসাঁজ খাবলৈ সৰুপথাৰ বজাৰত ভিৰ গ্ৰাহকৰ।

11/01/2025

এক নং প্ৰেমহৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিচালিত এখন ব্যতিক্ৰমী বজাৰ।



06/01/2025

#সৰুপথাৰত আজি আনুষ্ঠানিকভাৱে দ্বিতীয় পৰ্যায়ৰ নতুন ৰেচন কাৰ্ড বিতৰণ কৰে বিধায়ক বিশ্বজিৎ ফুকনে। সৰুপথাৰ নগৰস্থিত ৰামধেনু মুকলি মঞ্চত অনুষ্ঠিত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা।

04/01/2025

04/01/2025

সৰুপথাৰৰ লেচাম তুৰুং সমন্বয় ক্ষেত্ৰত গোলাঘাট জিলা সাহিত্য সভাৰ একবিংশ সংখ্যক দ্বি বাৰ্ষিক অধিবেশন আৰম্ভণি।

Address


Alerts

Be the first to know and let us send you an email when Time18 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Time18:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share