Jyoti bhai

Jyoti bhai জয় আই অসম

"নিৰব চকুপানী" তুমি উচুপি উচুপি কান্দা                                নিৰ্জন ৰাতি মনৰ গোপন কোনত  সাঁচি ৰখা        স্মৃতি...
26/08/2024

"নিৰব চকুপানী" তুমি উচুপি উচুপি কান্দা
নিৰ্জন ৰাতি
মনৰ গোপন কোনত সাঁচি ৰখা
স্মৃতিবোৰ সোৱৰি। ৰাতি নিৰ্জন হলে কোনোদিনাসুধিব নাহিবা যন্ত্ৰণা নো কেনেকোৱা হয় বুলি,
হাঁহি দেখি ,তোমাৰ মনত ভাব হয়
তোমাৰ নিচিনা সুখী কোনে ও নহয়
আচলতে যন্ত্ৰণাবোৰ হাঁহিৰে ধাকি ৰাখে আৰু তেওঁ
বাহিৰত আন্দত থাকি
সকলোকে দেখোৱাই।।।

11/02/2024
যোগাযোগ বিচ্ছিন্ন হ'ব পাৰে, সম্পৰ্কৰ বিচ্ছেদ হ'ব পাৰে। তথাপিও মৰমবোৰ ৰৈ যায় হয়তো অনুশোচনাত নতুবা অপেক্ষাত।🤟
20/02/2023

যোগাযোগ বিচ্ছিন্ন হ'ব পাৰে, সম্পৰ্কৰ বিচ্ছেদ হ'ব পাৰে। তথাপিও মৰমবোৰ ৰৈ যায় হয়তো অনুশোচনাত নতুবা অপেক্ষাত।
🤟

"আপুনি জীৱনত বিচৰা সকলোখিনি পাব ৷ যদিহেআপুনি আন মানুহক তেওঁলোকে বিচৰাখিনি পাবলৈ যথেষ্ট সহায় কৰে,!!
05/02/2023

"আপুনি জীৱনত বিচৰা সকলোখিনি পাব ৷ যদিহে
আপুনি আন মানুহক তেওঁলোকে বিচৰাখিনি পাবলৈ যথেষ্ট সহায় কৰে,!!

29/01/2023

😀😀❣️

27/01/2023

😀😀 comedy

26/01/2023

😀😀

24/01/2023

Beharbari autpost r kk da mohan r comdy 😀😀

*Jyoti bhai* মই আপোনাক এটা বিশেষ উপহাৰ পঠালোঁ 🎁   💁 *তলৰ নীলা ৰেখাডাল স্পৰ্শ কৰি নিমিষতে চাব!*   👇👇👇
12/01/2023

*Jyoti bhai* মই আপোনাক এটা বিশেষ উপহাৰ পঠালোঁ 🎁
💁 *তলৰ নীলা ৰেখাডাল স্পৰ্শ কৰি নিমিষতে চাব!*
👇👇👇

Secret Message

10/01/2023

এনেকোৱা কাৰ লগত...💔💔💔

নতুন বছৰ বুলি বিশেষ কোনো আনন্দ নাই।।"কাৰণ বছৰটোহে সলনি হৈছে,সমস্যাবোৰ নহয়,  সমস্যা,অভাব,প্ৰয়োজন,চিন্তা সকলোবোৰ আগৰ দৰেই ...
02/01/2023

নতুন বছৰ বুলি বিশেষ কোনো আনন্দ নাই।।
"কাৰণ বছৰটোহে সলনি হৈছে,সমস্যাবোৰ নহয়,
সমস্যা,অভাব,প্ৰয়োজন,
চিন্তা সকলোবোৰ আগৰ দৰেই ৰৈ গৈছে"।।

Address


Telephone

+918849629428

Website

Alerts

Be the first to know and let us send you an email when Jyoti bhai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jyoti bhai:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share