Prime Time Gohpur

Prime Time Gohpur Find the latest breaking news and information on the top stories, business, entertainment, politics and more. Find out the trusted news from our best sources.

14/07/2020

ভাৰতে আৰম্ভ কৰিলে কোভিডৰ মানৱ পৰীক্ষণ
কোভিস্কিন নামৰ ভেকচিনৰ মানৱ পৰীক্ষণ আৰম্ভ কৰিছে
ভাৰত বায়'টেক আৰু আইচিএমআৰে প্ৰস্তুত কৰিছে এই ভেকচিন

22/12/2019

সকলোৱে শ্বেয়াৰ কৰক

20/12/2019

Watch LIVE: অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংবাদ মাধ্যমৰ যোগেদি ৰাইজক সম্বোধন

11/12/2019

গহপুৰৰ বিধায়ক উৎপল বৰা চৌহদত আছুৰ লগতে কেবাটাও সংগঠনে প্ৰতিমূৰ্তি দাস কৰে

11/12/2019

নাগৰিকত্ব সংশোধনী বিধেয়ক বাটিলৰ দাবীত গহপুৰত আছুৰ ৰেল পথ অৱৰোধ

10/12/2019

চৰকাৰে ইন্টাৰনেট সেৱা ব্যাহত কৰাৰ পূৰ্বে কেব বিৰোধী আন্দোলনৰ সন্দৰ্ভত অখিল গগৈৰ বক্তব্য।।

10/12/2019

KASHMIRৰ নিচিনাকৈ TRIPURA আৰু ARUNACHAL PRADESHত NETWORK আৰু INTERNET বন্ধ কৰিছে 😢

অসমতো ও হব !!!!

VPN TURBO DOWNLOAD কৰক , কেনেকৈ USE কৰিব লাগে YOUTUBEত চাওক ।

09/12/2019

জাতিটোৰ এই স‌ংকটৰ সময়ত বিপিন চাউদাঙৰ কণ্ঠত এটা ক্ষোভৰ গীত

06/12/2019

গহপুৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছাৰ প্ৰতিবাদ ।

প্ৰিয়ংকা ৰেড্ডীৰ  ৪ অভিযুক্তক এনকাউন্তাৰ কৰা বীৰ আৰক্ষী বিষয়া জন। উল্লেখ্য যে ২৯ নৱেম্বৰত কৰ্মস্থলীৰ পৰা ঘৰলৈ অহাৰ পথত এ...
06/12/2019

প্ৰিয়ংকা ৰেড্ডীৰ ৪ অভিযুক্তক এনকাউন্তাৰ কৰা বীৰ আৰক্ষী বিষয়া জন। উল্লেখ্য যে ২৯ নৱেম্বৰত কৰ্মস্থলীৰ পৰা ঘৰলৈ অহাৰ পথত এই চাৰি নৰপিশাচে ধৰ্ষন কৰি হত্যা কৰিছিল, তাৰ পাছত জ্বলাই দিছিল পশু চিকিৎসকগৰাকীক।

আজি দিছপুৰ লাষ্ট গেটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আয়োজন কৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰো। এই বিধেয়কে অসম...
06/12/2019

আজি দিছপুৰ লাষ্ট গেটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আয়োজন কৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰো। এই বিধেয়কে অসমৰ ভাষা, সাহিত্য আৰু কলা-সংস্কৃতিক বিপদাপন্ন কৰি তুলিব। অসমৰ সকলো ৰাইজ আৰু সংগঠনক জাতিতোৰ এই জটিল সন্ধিক্ষণত মাৰ বান্ধি থিয় হবলৈ আহ্বান জনাইছে

05/12/2019

Breaking
জাতিধ্বংসী বিধেয়ক খন বাতিলৰ দাবীত গহপুৰ নগৰৰ মাজমজিয়াত গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত পাঁচটাকৈ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদীবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। গহপুৰ নগৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ গৃহ-বিত্ত-স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, গহপুৰৰ বিধায়ক উৎপল বৰাৰ প্ৰতিকৃতি দাহেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত আছু, আটছা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ সংগঠনৰ কৰ্মীসকলে বিভিন্ন শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে।

তেজপুৰৰ বিহগুৰিৰ দৈনিক বজাৰৰ সমীপত শোকাবহ"পথদুঘটনা চাৰিজনৰ থিতাতে মৃত্যু ।তেজপুৰৰ তেলেৰীয়া জুবিন গাৰ্গৰ" ফুটবল খেল উপভোগ...
03/12/2019

তেজপুৰৰ বিহগুৰিৰ দৈনিক বজাৰৰ সমীপত শোকাবহ"পথদুঘটনা
চাৰিজনৰ থিতাতে মৃত্যু ।তেজপুৰৰ তেলেৰীয়া জুবিন গাৰ্গৰ" ফুটবল খেল উপভোগ কৰি উভটাৰ সময়তে বিহগুৰি দৈনিক বজাৰৰ সমীপত ট্ৰাকৰ লগত হোৱা সংঘষত ঢাৰিজন মেডিকেলৰ এম্বুলেন্সৰ চালক । নিহত যুৱক কেইজন হল গৌতম দাস (২১ , টুমুকী ) , উজ্বল কুৰ্মী ( ২৮ , নিয়াইআটি ), জয়ন্ত নাথ (মেকনাচুক ,৩৬) , মৃদুল শইকীয়া (৩৫ ,টুমুকী ।
এই ঘটনাক কেন্দ্ৰ কৰি তেজপুৰ মেডিকেলৰ সমীপত ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাবস্ত কৰে !

29/11/2019

সম্পৰ্কত জনপ্ৰিয় শিল্পী #বিদ্যাসাগৰে কি কলে ,,
মই জুবিন গাৰ্গৰ লগত নাই, মোৰ নিজৰ বিবেক আছে- কিয় ক’লে বিদ্যাসাগৰে?

27/11/2019

Breaking news
গহপুৰৰ হাৱাজানত শিক্ষকৰ প্ৰহাৰত আহত ৰোগীয়া ছাত্ৰ .....

24/11/2019

হিমন্ত বিশ্বশৰ্মা Live at গহপুৰ ,কলাবাৰী

20/11/2019

চিকিৎসকৰ ৰূপত এজন আৰক্ষী বিষয়া👌আৰক্ষীৰো থাকিব পাৰে এখন কোমল হৃদয় 🙏
🙏

যোৱা 05-11-2019 আটক যোৱা গঁড় চিকাৰী পবিত্ৰ কামনা ৰ  statement ভিত্তিত আজি বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু হাৱাজন আৰক্ষী ...
16/11/2019

যোৱা 05-11-2019 আটক যোৱা গঁড় চিকাৰী পবিত্ৰ কামনা ৰ statement ভিত্তিত আজি বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু হাৱাজন আৰক্ষী শ্ৰী ৰাজু গগৈ আৰু শ্ৰী নিপেন শইকীয়া ৰ নেতৃত্বত যোৱা এটা দলে কিৰণ পেগু নামৰ এজন গঁড় চিকাৰীক গহপুৰৰ , বালিগাঁও ৰ পৰা আটক কৰে। বৰ্তমান চিকাৰী জনক জেৰা চলাই থকা হৈছে।

মঙলদৈত টেট পৰীক্ষা কেন্দ্ৰৰ বাহিৰৰ দৃশ্য।মাতৃ পৰীক্ষাত বহিছে।কণমানি দুজনীক কোলাত লৈ পৰীক্ষা কেন্দ্ৰটোৰ নিৰাপত্তাৰ দায়িত্...
10/11/2019

মঙলদৈত টেট পৰীক্ষা কেন্দ্ৰৰ বাহিৰৰ দৃশ্য।

মাতৃ পৰীক্ষাত বহিছে।

কণমানি দুজনীক কোলাত লৈ পৰীক্ষা কেন্দ্ৰটোৰ নিৰাপত্তাৰ দায়িত্বত থকা মহিলা আৰক্ষী।

Pc :- jyoti Abhinav Saharia

03/11/2019

ঘৰ কাছমাৰি বৰাগাওত তেওলোকৰ ল'ৰাজন আজি এক মাহৰ পৰা পাটনাত আছে কিন্তু, টকা নোহোৱাৰ বাবে ঘূৰাই আনিব পৰা নাই।

সেয়ে ৰাইজৰ প্ৰতি পিতৃ- মাতৃৰ সৰু সাহায্য বিচাৰি বিনম্ৰ অনুৰুধ।

SBI AC NO :- 38837006668
IFSC NO :- SBIN0005914.
Mobile No :- 7896257131
AC Holder :- Pranjit Deka

সকলোৱে অনুগ্ৰহ কৰি #শ্বেয়াৰ কৰিব।

12/10/2019

সাগৰৰ পাৰত মোদীৰ স্বচ্ছ ভাৰত অভিযান
কাহিলি পুৱাই সাগৰৰ লেতেৰা-আবৰ্জনা গোটাইছে মোদীয়ে

আজি গান্ধী জয়ন্তী উপলক্ষে সন্মানিত কৰিলে গহপুৰৰ আৰক্ষী বিষয়া তথা মানৱধৰদী ব‍্যক্তি দণ্ডিৰাম বৰাক ৰাজ‍্যিক বিশেষ সন্মান।স...
02/10/2019

আজি গান্ধী জয়ন্তী উপলক্ষে
সন্মানিত কৰিলে গহপুৰৰ আৰক্ষী বিষয়া তথা মানৱধৰদী ব‍্যক্তি দণ্ডিৰাম বৰাক ৰাজ‍্যিক বিশেষ সন্মান।সভাখনত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সবানন্দ সোনোৱাল, অসম চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লাবাদ্য, ৰাজ্যিক বনমন্ত্ৰী নৱ দলে, স্থানীয় বিধায়ক পীয়ুষ হাজৰিকা আৰু বন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়া লগতে অসমৰ পৰ্যটন বিভাগৰ অধীক্ষক জয়ন্ত মল্ল বৰুৱা ।এই বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

ৰাজপথত মাছ পৰিবাহী গাড়ীৰ পৰা ৩০০ টকা বলপূৰ্বক ভাৱে লোৱা video ভাইৰেল হোৱাৰ পিছত ডিব্ৰুগড় জিলাৰ লাহোৱাল থানাই গ্ৰেপ্তাৰ...
23/09/2019

ৰাজপথত মাছ পৰিবাহী গাড়ীৰ পৰা ৩০০ টকা বলপূৰ্বক ভাৱে লোৱা video ভাইৰেল হোৱাৰ পিছত ডিব্ৰুগড় জিলাৰ লাহোৱাল থানাই গ্ৰেপ্তাৰ কৰিছে থানাৰে সতীৰ্থ গৃহৰক্ষী জোৱান সঞ্জয় গোহাঁইক।

20/09/2019

শ্বহীদ দিৱস উপলক্ষে গহপুৰত ত্ৰিৰংগা যাত্ৰা। প্ৰায় ১৫০ মিটাৰ দৈৰ্ঘ্যৰ ত্ৰিৰংগা লৈ সমদল।

14/09/2019

গহপুৰৰ ডিফলু সত্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত চাৰিজন লোক থিতাতে নিহত।এগৰাকী মহিলাৰ গুৰুত্ব ভাৱে আহত ।( AS 25 E C 1656) নম্বৰৰ ট্ৰাকৰ খুন্দা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সোমাল যাত্ৰীবাহী মেক্সিম' বাহন( AS 12E 7935) চাৰিজনৰ মৃতদেহ উদ্ধাৰ, এজন যাত্ৰীৰ সংকটজনক অৱস্থাত উদ্ধাৰ। খাৱৈত সোমাই থকা মেক্সিম' বাহনত অধিক যাত্ৰী থকাৰ সন্দেহ ৰাইজৰ।

10/09/2019

#কাঞ্চনজংঘাৰ পিছত এইবাৰ ১১ অক্টোবৰ তাৰিখে যতীন-বৰ্ষা অভিনীত #ৰত্নাকৰ ছবি গৃহলৈ আহিব

06/09/2019

জুবিন দা কিয় খং উঠিছে জানিবলৈ video টো ভাল কৈ চাওক আৰু shere কৰক যাতে সকলো মানুহ সঁজাক হয়
অসমীয়া চিনেমা জীয়াই ৰাখক
কিছুমান অনীতিকৰ কাৰ্য্য কৰি
অসমীয়া চিনেমা জগতখনক ধ্বংস নকৰিব

06/09/2019

কলাবাৰী মহাবিদ্যালয় ৰ নবাগত আদৰণি সভাত বিধায়ক উৎপল বৰা ভাষণ Live

06/09/2019

কলাবাৰী মহাবিদ্যালয় ৰ নবাগত আদৰণি সভা (2019) Live

গহপুৰৰ গোপালপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক খগেন বৰাক মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে  ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰে ...
06/09/2019

গহপুৰৰ গোপালপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক খগেন বৰাক মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰে সন্মানিত কৰে

Address

Gohpur
784168

Telephone

+916003866674

Website

Alerts

Be the first to know and let us send you an email when Prime Time Gohpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Prime Time Gohpur:

Share

Category


Other Media in Gohpur

Show All

You may also like