Live Axom

Live Axom Live অসম

16/04/2024

অসমীয়া বাপতি সাহোন,জাতিৰ প্ৰাণ স্পন্দন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষত জেষ্ঠ জনৰ আৰ্শীষ বিচাৰি তেওঁলোকক ওলগ আৰু শুভেচ্ছা জনোৱাৰ অৰ্থে সাংস্কৃতিক বাহক ফেচবুক পৃষ্ঠা Live অসম ৰ মাথোঁ সাম্য প্ৰয়াস..

07/04/2024

বিহুলৈ সাজু উদীয়মান কণ্ঠশিল্পী সত্যজিৎ ডেকা

25/03/2024

জনপ্ৰিয় জননেত্ৰা,জাতীয় নায়ক খ্যাত সৰ্বানন্দ সোনোৱালৰ এজন নিষ্ঠাবান শুভাকাংশী হিচাপে লিখি উলিওৱা এটি কবিতা।

26/02/2024
26/02/2024

মঞ্চত গীত পৰিবেশনৰ বাবে যোগাযোগ কৰক।

আৰ্শীবাদ কৰিব সকলোৱে
26/11/2023

আৰ্শীবাদ কৰিব সকলোৱে

06/11/2023
08/10/2023

অতি কম বয়সতে ভাগৱতকে ধৰি অন্যান্য শাস্ত্ৰ পাঠ কৰি সকলো ভক্ত বৃন্দৰ অন্তৰ চুই যাব পৰাৰ অধিকাৰী বিষ্ণু প্ৰসাদ বৰদলৈ ৰ কণ্ঠত আপোনাক মুগ্ধ কৰি তুলিব
Everyone Live অসম

04/10/2023

৩০নবেম্বৰ ২০২৩তাৰিখে ডিব্ৰুগড় মৰাণ তিলৈত অনুষ্ঠিত হ'ব চুপাতফা ক্লাছিক ।টাই আহোম যুৱ পৰিষদ অসম আৰু ইউনাইডেট ইণ্টাৰকণ্টিনেনটেল বডিবিল্ডিং ফিটনেছ ফেডাৰেচনৰ উদ্যোগত চুকাফা সমন্বয় ক্ষেত্ৰ ৰুৰেল মাৰ্কট অডিটৰিয়ামত অনুষ্ঠিত হ'ব লগা বডিবিল্ডিং প্ৰতিযোগীতাত সকলো খেলুৱৈকে অংশ গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।

25/09/2023

মাজুলীৰ উদীয়মান ছাত্ৰী কৰিশ্মা দেৱীৰ কণ্ঠত জুবিন গাৰ্গৰ এটি জনপ্ৰিয় গীত
Everyone Live Axom Zubeen Garg Zubeen Garg

20/09/2023

Live Axom Barsha Rani Bishaya

19/09/2023

#সমষ্টিবাসীৰ মংগল আৰু কুশল কামনাৰে #গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাৰ সহধৰ্মিনী সৰস্বতী বৰাই #পবিত্ৰ ভাদ মাহত সমষ্টিৰ নামঘৰ সমূহত ঈশ্বৰৰ আশিষ লোৱা দেখা পোৱা গৈছে।
Everyone Live Axom

08/09/2023

👌সাইলাখ "ভূপেন হাজৰিকা" দেৱৰ কণ্ঠৰে গীত গোৱা পথাৰ শিল্পী"লোহিত গগৈ"👌 #শ্বেয়াৰ_কৰিব 🙏🙏

07/09/2023

ভাৰত-ইণ্ডিয়া নামক লৈ কি প্ৰতিক্ৰিয়া জুবিনৰ!

05/09/2023

ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে গহপুৰতো উদ্‌যাপিত শিক্ষক দিৱস।

05/09/2023

গহপুৰ বালিজান স্থিত বালিজান সংগীত বিদ্যালয়ত শিক্ষক দিৱস পালন

04/09/2023

‘মই বেছি কথা নকওঁ’। ‘মই কথা ক’লেই দিগদাৰ, কথা নোকোৱাই ভাল’। গুৱাহাটী বিশ্ববিদ্যালয়ত জুবিন গাৰ্গৰ মন্তব্য।

Everyone Live Axom

04/09/2023

জুবিন গাৰ্গ বহুজনৰ বাবে এটি প্ৰতিষ্ঠান।
Everyone Live Axom Zubeen Garg Zubeen Garg

31/08/2023

আমি বোৰ একো একোটা 'বেকাৰ'
Everyone Live Axom

31/08/2023

সকলোৰে মৰমৰ শিল্পী জন❤️
Everyone Live Axom

30/08/2023

30/08/2023

ভাদ মাহৰ তাৎপৰ্য কি!
জ্ঞাত হওঁ আহক

29/08/2023

প্ৰিয় শিল্পী জুবিনদা আপোনালৈ বুলি
মোৰ মনৰ পৰা ভাহি কিছু মনৰ লিখনি।
ক'ৰ পৰা আৰম্ভ কৰিম
মোৰ হৃদয়ৰ অনুভূতি...
লিখনিঃ ৰাজীব বৰুৱা
পাঠঃ কাকু দাস
Everyone Live Axom Zubeen Garg Zubeen Garg Zubeen Garg

28/08/2023

মুক্তিৰ পথত অসমীয়া বোলছৱি "দাদাগিৰি"

28/08/2023

ৰাজতিলক থিয়েটাৰৰ নাট্যমঞ্চত নাট " অৰ্ধনাৰী ২"ৰ কিছু দৃশ্য

Address

Nh15
Gohpur
784172

Alerts

Be the first to know and let us send you an email when Live Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Digital creator in Gohpur

Show All