চুনাৰী খেলৰ সামৰণি অনুষ্ঠানত মূখ্য অতিথি আখতাৰ হুছেইনৰ ভাষণ ।
#smartnewsne #Chunari #cricket
গোৱালপাৰা চহৰৰ ঈদগাহ ফিল্ডত ডে নাইট ক্ৰিকেট খেলৰ ফাইনেল মেচৰ পৰা লাইভ টাৰ্গেট ৫৯ ৰাণ, ৪ অভাৰ
গোৱালপাৰাৰ পঞ্চৰত্ন ৰিজৰ্টৰ সন্মুখত ৰাইজৰ উত্তপ্ত পৰিস্থিতি।
উচ্ছেদিত পৰিয়ালৰ মাজত হাহাকাৰ।
আমি এতিয়া কলৈ যাম, কান্দোনৰ ৰোল, আমাক হত্যা কৰি উচ্ছেদ কৰক।
#SMARTNEWS #evection #Goalpara #Pancharatna #goalparaforest #circleofficer #DCGOALPARA
ধান বীজৰ ওপৰত এতিয়া ছিণ্ডিকেট আৰম্ভ হৈছে।
কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
গোৱালপাৰাত লিখিত মূল্যতকৈ ধানৰ বীজৰ দাম বেছিকৈ লোৱা বাবে বীজ ভাণ্ডাৰৰ ওপৰত খৰ্গহস্ত হৈ পৰে কৃষক ৰাইজ।
#SMARTNEWS
#Goalpara #hiprice #PublicProtest
বিলাসীপাৰাত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস,ধ্ৰুপদী ভাষা সপ্তাহ পালন।*
বিলাসীপাৰাত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস,ধ্ৰুপদী ভাষা সপ্তাহ পালন।*
ঈদ-মিল্লাদুন্নবী, গোৱালপাৰা চহৰত বিশাল ৰেলী।
ৰাজতিলকৰ মঞ্চত অঘটন, বিদ্যুৎপৃষ্ঠ হৈ অভিনেত্ৰী শ্যামন্তিকা পৰি যায় মঞ্চৰ পৰা।
হুৱাদুৱা পৰিস্থিতি। #
#Fbreel
#viralreel
#rajtilaktheatre
গোৱালপাৰাৰ ২ নম্বৰ বলদমাৰী চৰত সলিল সমাধি ঘটা ১৮ বছৰীয়া নুৰ হুছেইনৰ মৃতদেহ উদ্ধাৰ।
এছ ডি আৰ এফ ক প্ৰত্যাহ্বান জনাই ৰাক্ষসীনিৰ যুৱক জহুৰুল ইছলাম পানীত ডুব মাৰি মৃতদেহ উদ্ধাৰ কৰি।
#NEWS30
#youthdead
#baladmari
#SDRF
কৃষ্ণাইত ৰেইনবো চিনিয়ৰ চেকণ্ডাৰী স্কুল আৰু নৰপতি জাতীয় বিদ্যালয়ৰ মৌন সমদল।
#smartnewsne
#PROTEST
#schoostudent
#krishnai
#rally
#Goalpara
গোৱালপাৰাৰ হুজুৱাৰ চৰ- কালাডাঙ্গাত বৃহৎ নাওঁখেল প্ৰতিযোগিতা ।
#smartnewsne
#boatrace
#Hajuachar
#Goalpara
গোৱালপাৰা চহৰত মহৰম উপলক্ষে তাজিয়া প্ৰদৰ্শন।
লাঠি বাৰী আৰু নিজৰ গাত আঘাত কৰি স্মৰণ কৰিলে শ্বহীদ হাছান ও হুছেইনক।
#smartnewsne
#muharram2024
#Goalpara
ধুবুৰীত বানপানী চাবলৈ গৈ অসুস্থ হৈ নাৱতেই শুই পৰে ধুবুৰীৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল।
#smartnewsne
#dhubri
#badaruddinajmal