Ajir News

Ajir News A Web Portal to publish news, programs, talk shows etc. 24×7 basically at Digital platform

23/04/2024

২৫ এপ্ৰিলৰ খেল।
১ বুক ললে ৩ টা কুপন ফ্ৰী। স্কেনত দিয়া নম্বৰত এতিয়াই যোগাযোগ কৰক।

22/04/2024

সন্মানীয় গুৱাহাটী লোকসভা সভা সমষ্টি এই বাৰ কাৰ । কংগ্ৰেছ নে বি জে পি দলৰ ।

 েঘালয়ৰ পূব গাৰো পাহাৰত ভয়ংকৰ ঘটনা। জ্বলি যোৱা বাহনসহ গোৱালপাৰাৰ ৩ যুৱকৰ নিঠৰ দেহ উদ্ধাৰ। চিনাক্ত কৰা হৈছে জমৰ আলী, নুৰ ...
17/04/2024

েঘালয়ৰ পূব গাৰো পাহাৰত ভয়ংকৰ ঘটনা। জ্বলি যোৱা বাহনসহ গোৱালপাৰাৰ ৩ যুৱকৰ নিঠৰ দেহ উদ্ধাৰ। চিনাক্ত কৰা হৈছে জমৰ আলী, নুৰ মহম্মদ আলীক। এতিয়াও চিনাক্ত হোৱা নাই আন এজন যুৱক । এই ঘটনাৰ তদন্ত আৰম্ভ কৰা দেখা গৈছে আৰক্ষীৰ।

09/04/2024

সমাগত পবিত্ৰ ঈদুল ফেতেৰ

06/04/2024

এই বাৰ ধুবুৰী লোকসভা সমষ্টি কাৰ লৈ আনোৱাৰ হুছেইনৰ সৈতে 37 নং গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ বিধায়ক এ কে ৰছীদ আলমৰ বাৰ্তা।

02/04/2024

Eid উপলক্ষে ধামাকা অফাৰ

01/04/2024

কৃষ্ণাইৰ মানিক পুৰত সমুহীয়া ভাবে ৰজা ইফতাৰ।

31/03/2024

_গুৱাহাটী_বিমানবন্দৰৰ_ছাদ_খহিল_বৰষুণত

30/03/2024

ভোজমালাত ব্যতিক্ৰম ৰূপত বিদায় জনালে স্কুলৰ প্ৰধান শিক্ষক।

06/03/2024

বৰ্তমান যুগত যিমান ডাঙৰ বিষয়া, সিমানেই থাকে ব্যস্থতা।

22/02/2024

আম আদমি দলৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ড০ ভবেন চৌধুৰী সৈতে আনোৱাৰ হুছেইনৰ বাৰ্তা লাভ।

16/02/2024

দুধনৈত টেম্পো সহঃ আটক দুই গভাইত চোৰ l

16/02/2024

সুকলমে অনুষ্ঠিত হয় যদিও পৰীক্ষা শেষ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰী বিলাক বাহিৰত ওলোৱাৰ সময়ত নয়াহাট উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ তত্ত্বাৱধনাত থকা,ছি আৰ পি এফৰ পুৰুষ জোৱান এজনে লাঠীৰে কোবাই তিনি চাৰি গৰাকী ছাত্ৰীক আহত কৰে

15/02/2024

ৰংজুলিতো অংগনৱাড়ী কৰ্মী,সহায়িকাৰ অসহযোগ কাৰ্যসূচী

14/02/2024

কোৱাৰ দৰেই লাইভত আহি সুৰাপান কৰিলে শুকুৰ আলীয়ে

14/02/2024

গোৱালপাৰা জিলাৰ পৰিবহণ বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্দ্যোগত ১৫ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ এমাহ ধৰি চলি থকা পথ সুৰক্ষা মাহৰ আজি সামৰণি পৰে ৷

12/02/2024

কৃষ্ণাইত মুকলি হ’ল ৰেইনবো চিনিয়ৰ চেকেণ্ডাৰী স্কুল

Address

Goalpara
ASSAM

Alerts

Be the first to know and let us send you an email when Ajir News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share