30/10/2025
২০০৮ চনৰ ৩০ অক্টোবৰ৷ অসমৰ ইতিহাসৰ এটি ক'লা দিন৷ সন্ত্ৰাসবাদীয়ে চলোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত অকালতে প্ৰাণ হেৰুওৱা প্ৰতিজন লোকলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে চিৰ জীৱনৰ বাবে ঘুণীয়া হোৱা প্ৰতিগৰাকী লোকলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷