ASSAM LIVE

ASSAM LIVE সত্য আৰু নিৰপেক্ষ সংবাদ ।।
Subscribe Our Youtube Channel সত্য আৰু নিৰপেক্ষ সংবাদ
http://www.asomiyagfx.in
-
Like The Page and Share + Tag + Comment

আজি চ্যুকাফা দিৱস। অসমীয়া জাতিৰ পিতৃ পুৰুষ, বৰ অসমৰ ভেটি গঢ়োতা চ্যাওল্যুং চ্যুকাফা স্বৰ্গদেউক শ্ৰদ্ধাৰে স্মৰণ কৰিছো লগত...
02/12/2023

আজি চ্যুকাফা দিৱস। অসমীয়া জাতিৰ পিতৃ পুৰুষ, বৰ অসমৰ ভেটি গঢ়োতা চ্যাওল্যুং চ্যুকাফা স্বৰ্গদেউক শ্ৰদ্ধাৰে স্মৰণ কৰিছো লগতে অসম দিৱসৰ পবিত্র ক্ষণত শ্ৰদ্ধাৰে সুৱঁৰিছোঁ। ১২২৮ খৃষ্টাব্দৰ ২ ডিচেম্বৰত অৰ্থাৎ আজিৰ দিনটোতে সৌমাৰত উপস্থিত হৈছিল। বৰ অসম গঢ়োতা স্বৰ্গদেউ চুকাফা বিশ্বৰ ইতিহাসত আজিও সমন্বয়ৰ প্ৰতীক, অসম আৰু অসমীয়াৰ গৌৰৱময় জাতিসত্বাৰ চিৰপ্ৰবাহিত জ্যোতি।
জয় আই অসম

১ ডিচেম্বৰৰ পৰা সলনি হ’ব চিম ক্ৰয়ৰ নিয়ম, ভুৱা কল বন্ধ কৰিবলৈ চৰকাৰে এই পদক্ষেপ ল’ৱ - New SIM Card Rules
01/12/2023

১ ডিচেম্বৰৰ পৰা সলনি হ’ব চিম ক্ৰয়ৰ নিয়ম, ভুৱা কল বন্ধ কৰিবলৈ চৰকাৰে এই পদক্ষেপ ল’ৱ - New SIM Card Rules

Assamese Blog, Assamese Font, Assamese Unicode font, Job In Assam, Assamese News, Assamese Information, Assamese Tips, Assamese Graphics design

অংকুৰিত বা গজালি অহা বুট মগুৱে দূৰ কৰে এই ১৩ টা বেমাৰ । উপকাৰ জানি আচৰিত হব ।
25/11/2023

বীৰত্ব, ত্যাগ, সাহস আৰু দেশপ্ৰেমৰ প্ৰতিভূ হৈ বীৰ লাচিত জীয়াই থাকক প্ৰতিজন অসমীয়াৰ তেজত, স্বদেশ আৰু  স্বজাতিৰ হকে বীৰ লা...
24/11/2023

বীৰত্ব, ত্যাগ, সাহস আৰু দেশপ্ৰেমৰ প্ৰতিভূ হৈ বীৰ লাচিত জীয়াই থাকক প্ৰতিজন অসমীয়াৰ তেজত, স্বদেশ আৰু স্বজাতিৰ হকে বীৰ লাচিত হওঁক চিৰ জাগ্ৰত প্ৰহৰী।
অসমীয়া জাতিৰ শৌৰ্য-বীৰ্য, অদম্য সাহস আৰু বীৰত্বৰ প্ৰতীক বীৰ লাচিত বৰফুকন দেৱক লাচিত দিৱসৰ শুভ দিনটোত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।।

যদি আপোনাৰ বেংক একাউণ্ট আছে আৰু আপুনি ডিজিটেল লেনদেনৰ বাবে PhonePe, Google Pay, Paytm আদিৰ UPI আইডি ব্যৱহাৰ কৰে, তেন্তে ...
22/11/2023

যদি আপোনাৰ বেংক একাউণ্ট আছে আৰু আপুনি ডিজিটেল লেনদেনৰ বাবে PhonePe, Google Pay, Paytm আদিৰ UPI আইডি ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ বাবে বহুত উপযোগী খবৰ আছে । শীঘ্ৰেই বেংকসমূহে ইউ পি আই আই ডি সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ল’বলৈ ওলাইছে।
http://www.asomiyagfx.in/2023/11/upi-id-phonepe-google-pay-npci.html

Assamese Blog, Assamese Font, Assamese Unicode font, Job In Assam, Assamese News, Assamese Information, Assamese Tips, Assamese Graphics design

নগাঁও প্ৰধান ডাক ঘৰৰ উদ্যোগত “কলংপ্ৰেক্স ২০২৩” শীৰ্ষক অনুষ্ঠানৰ সফল সামৰণি ৷নগঁঞাৰ স্পন্দন কলং নৈক বিশ্ব দৰবাৰত পৰিচয় কৰ...
18/11/2023

নগাঁও প্ৰধান ডাক ঘৰৰ উদ্যোগত “কলংপ্ৰেক্স ২০২৩” শীৰ্ষক অনুষ্ঠানৰ সফল সামৰণি ৷

নগঁঞাৰ স্পন্দন কলং নৈক বিশ্ব দৰবাৰত পৰিচয় কৰাৰ এক অভিনৱ পদক্ষেপ ৷

গোলকীকৰণৰ সময়তো বৰ্তমান ডাক বিভাগে শিৰ উচ্চ কৰি আছে :: অধ্যক্ষ ড° শৰৎ বৰকটকী ।

নগাঁওঃ নগাঁও প্ৰধান ডাক সংমণ্ডলে
গ্ৰহণ কৰিছে এক অভিনৱ পদক্ষেপ। ইয়াৰ
অংশ স্বৰূপে নগাঁও ডাক সংমণ্ডলৰ
উদ্যোগত “কলংপ্ৰেক্স -২০২৩” জিলা
ভিত্তিক শীৰ্ষক এখনি ডাক টিকট প্ৰদৰ্শনীৰ আয়োজন কৰা হয় ৷
তদুপলক্ষে শুক্ৰবাৰে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ
মাজত এখনি কুইজ প্ৰতিযোগিতা
অনুষ্ঠিত কৰা হয়। ইয়াৰ পাছতে বিয়লি ৩:৩০ বজাৰ পৰা আৰম্ভ হয় মুকলি সভা আৰু প্ৰতিযোগি সকলক মানপত্ৰ আৰু বঁটা বিতৰণী অনুষ্ঠান । আজিৰ এই মুকলি সভাত বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকা,নগাঁও(অটনমাছৰ) মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ বৰকটকী,যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক অৰূপজ্যোতি মহন্ত,নগাঁৱৰ সহকাৰী ডাক অধীক্ষক হিফজুৰ ৰহমান আদিয়ে ।আনহাতে,প্ৰথম দিনাৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ,আৰক্ষী অধীক্ষক নবনীত মহন্ত,ডিব্ৰুগড় ডাক সংমণ্ডলৰ প’ষ্ট মাষ্টৰ জেনেৰেল চি. এল.লালফাকাজুৱেলা,নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় অধ্যক্ষ সদানন্দ পায়েং,নগাঁও প্ৰধান ডাক ঘৰৰ অধীক্ষক দেৱাশীষ গোস্বামীকে আদি কৰি অন্যান্য বিশিষ্ট ব্যক্তি সকল ৷ “কলংপ্ৰেক্স-
২০২৩”
উদযাপন সমিতিৰ সভাপতি তথা নগাঁও
ডাক সংমণ্ডলৰ অধীক্ষক দেৱাশীষ
গোস্বামী আৰু সহকাৰী ডাক অধীক্ষক তথা উদযাপন সমিতিৰ সাধাৰণ সম্পাদক হিফজুৰ ৰহমানে এই কথা জানিবলৈ দি কয় যে- নগাঁৱৰ সভ্যতা-সংস্কৃতিৰ
বার্তাবাহক তথা নগাঁৱৰ স্পন্দন কলং নৈক
বিশ্বৰ দৰবাৰত পৰিচয় কৰাই দিয়াৰ
লক্ষ্যৰে দুদিনীয়াকৈ এই ডাক টিকট প্ৰদৰ্শনীৰ
আয়োজন কৰা হৈছে। প্ৰদৰ্শনীৰ লগত
সংগতি ৰাখি প্ৰথম দিনাৰ পুৱা ১১বজাত নগাঁও
জিলাৰ ৰণথলীত প্ৰস্তুত কৰা অসমীয়া
গহনাৰ ওপৰত এখনি বিশেষ প্রচ্ছদ মুকলি
কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। সহকাৰী ডাক অধীক্ষক গৰাকীয়ে লগতে ডাক টিকটৰ স্মৃতি ৰোমন্থন কৰি কেনেকৈ এটা ডাক টিকটে এখন চিঠি আন এখন দেশৰ পৰা আন বহুদেশৰ মাজৰে আন দেশলৈ লৈ যায় তাৰ গৌৰৱময় কথা উল্লেখ কৰে ৷ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলক ডাক টিকট সংৰক্ষণৰ ওপৰত বৰ্তমান সময়ত গুৰুত্ব দিবলৈ আহ্বান জনাই ৷ ডাক বিভাগৰ কৰ্মচাৰী অঞ্জন কুমাৰ শৰ্মা আৰু কাঞ্চন জালানে আতঁধৰা
দুদিনীয়াকৈ আয়োজিত এই কলংপ্ৰেক্স-২০২৩ শীৰ্ষক অনুষ্ঠানৰ আৰম্ভণিতে এটি সমবেত সংগীত পৰিবেশন কৰে নগাঁও ডাক বিভাগৰ মহিলা কৰ্মচাৰী সকলে ৷ অনুষ্ঠানৰ শেষত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফিলাটেলী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা তথা অমৃতপ্ৰেক্স- ২০২৩
বঁটা লাভ কৰা গুৱাহাটীৰ বিশাল সাংঘানীয়া আৰু শিলচৰৰ সুমন দে’ৰ লগতে যোৰহাটৰ ৰঞ্জিত গগৈ,পৰাগজ্যোতি কোঁৱৰ,নগাঁৱৰ তৰুণ চন্দ্ৰ বৰা,মনালিছা বৰা,বিজয়ানন্দ বৰা,দেৱাস্মৃতা বৰা,জয়শ্ৰী দেৱীক এখনিকৈ ফুলাম গামোচা,মানপত্ৰ,স্মাৰকৰে সম্বদ্ধৰ্না জনোবা হয়৷ ডিফু সংমণ্ডলৰ সহকাৰী ডাক অধীক্ষক দেবব্ৰত বৰাই শলাগৰ শৰাই আগবঢ়োবাৰ পাছতে প্ৰায় ১৯ বছৰৰ বিৰতিৰ অন্তত পুনৰ নগাঁও ডাক সংমণ্ডলে আয়োজন কৰা ডাক টিকট প্ৰদৰ্শনীৰ এই “কলংপ্ৰেক্স-২০২৩” শীৰ্ষক অনুষ্ঠানৰ সফল সামৰণি পৰে৷

এই গুটিবোৰ খালে শীতকালত শৰীৰটো হিটাৰতকৈ বেছি তাপ উৎপন্ন কৰিব, মাত্ৰ দৈনিক ১ চামুচ খাব
16/11/2023

এই গুটিবোৰ খালে শীতকালত শৰীৰটো হিটাৰতকৈ বেছি তাপ উৎপন্ন কৰিব, মাত্ৰ দৈনিক ১ চামুচ খাব

Assamese Blog, Assamese Font, Assamese Unicode font, Job In Assam, Assamese News, Assamese Information, Assamese Tips, Assamese Graphics design

🏏 ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰত । 🎉ছেমিফাইনেলত নিউজিলেণ্ডক ৭০  ৰানত পৰাস্ত কৰে ভাৰতে ।ভাৰতে প্ৰথম বেটিং কৰি ৩৯৭ ...
15/11/2023

🏏 ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰত । 🎉
ছেমিফাইনেলত নিউজিলেণ্ডক ৭০ ৰানত পৰাস্ত কৰে ভাৰতে ।
ভাৰতে প্ৰথম বেটিং কৰি ৩৯৭ ৰান সংগ্ৰহ কৰে । নিউজিলেণ্ডে ৩৯৮ ৰানৰ লক্ষ্য পিছা কৰি ৩২৭ ৰানত অʼল আউত হয় ।

মহম্মদ শ্বামীৰ ৭ উইকেট আৰু মহম্মদ ছিৰাজ ১, কুলদীপ যাদৱ ১, যশপ্ৰীত বুমৰাহ ১ উইকেট দখল ।

বিৰাত কহলি (১১৭) আৰু শ্ৰেয়াছ আয়াৰৰ (১০৫) শতক অৰ্জন ।

 #ক্ৰিকেট_বিশ্বকাপ_২০২৩ প্ৰথম খন ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে প্ৰথম বেটিং কৰি ৩৯৭ ৰান সংগ্ৰহ কৰে ৪ উইকেটৰ বিনি...
15/11/2023

#ক্ৰিকেট_বিশ্বকাপ_২০২৩ প্ৰথম খন ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে প্ৰথম বেটিং কৰি ৩৯৭ ৰান সংগ্ৰহ কৰে ৪ উইকেটৰ বিনিময়ত ।
নিউজিলেণ্ডৰ লক্ষ ৩৯৮ ৰানৰ ৫০ অ'ভাৰত ।

ক্ৰিকেট বিশ্বকাপ ২০২৩: আজি ভাৰত বনাম নিউজিলেণ্ডৰ প্ৰথম খন ছেমিফাইনেল ।
15/11/2023

ক্ৰিকেট বিশ্বকাপ ২০২৩: আজি ভাৰত বনাম নিউজিলেণ্ডৰ প্ৰথম খন ছেমিফাইনেল ।

পোহৰৰ উৎসৱ দিপাৱলীৰ শুভেচ্ছা জনালোঁ ।। 🎇🎉
12/11/2023

পোহৰৰ উৎসৱ দিপাৱলীৰ শুভেচ্ছা জনালোঁ ।। 🎇🎉

 #নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত নগাঁও কেন্দ্ৰীয় কাৰাগাৰত উদযাপিত হ’ল ৰাষ্ট্ৰীয় আইন সেৱা দিৱস-২০২৩ ৷
10/11/2023

#নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত নগাঁও কেন্দ্ৰীয় কাৰাগাৰত উদযাপিত হ’ল ৰাষ্ট্ৰীয় আইন সেৱা দিৱস-২০২৩ ৷

অসম চৰকাৰৰ বন্ধৰ তালিকা ২০২৪
04/11/2023

অসম চৰকাৰৰ বন্ধৰ তালিকা ২০২৪

Assamese Blog, Assamese Font, Assamese Unicode font, Job In Assam, Assamese News, Assamese Information, Assamese Tips, Assamese Graphics design

ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী আই লক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।মহালক্ষ্মীৰ আশীৰ্বাদে সকলোৰে জীৱনলৈ কঢ়িয়াই আন...
28/10/2023

ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী আই লক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
মহালক্ষ্মীৰ আশীৰ্বাদে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধি।

http://www.asomiyagfx.in/2023/10/lakshmi-puja.html

MOTOROLA স্মাৰ্টফোন ঘড়ীৰ দৰে হাতত পিন্ধিৱ পাৰিব, চাওক ভৱিষ্যত কি হ’ব।
27/10/2023

MOTOROLA স্মাৰ্টফোন ঘড়ীৰ দৰে হাতত পিন্ধিৱ পাৰিব, চাওক ভৱিষ্যত কি হ’ব।

Assamese Blog, Assamese Font, Assamese Unicode font, Job In Assam, Assamese News, Assamese Information, Assamese Tips, Assamese Graphics design

Lakshmi Puja 2023 - লক্ষ্মী পূজা ২০২৩http://www.asomiyagfx.in/2023/10/lakshmi-puja.html             #লক্ষ্মী_পূজা_২০২৩
26/10/2023

Lakshmi Puja 2023 - লক্ষ্মী পূজা ২০২৩
http://www.asomiyagfx.in/2023/10/lakshmi-puja.html

#লক্ষ্মী_পূজা_২০২৩

Assamese Blog, Assamese Font, Assamese Unicode font, Job In Assam, Assamese News, Assamese Information, Assamese Tips, Assamese Graphics design

WhatsApp ত এতিয়া একেটা ফোন এপতে একাধিক একাউণ্টৰ মাজত সহজে চুইচিং কৰাৰ সুবিধাhttp://www.asomiyagfx.in/2023/10/whatsapp-m...
21/10/2023

WhatsApp ত এতিয়া একেটা ফোন এপতে একাধিক একাউণ্টৰ মাজত সহজে চুইচিং কৰাৰ সুবিধা
http://www.asomiyagfx.in/2023/10/whatsapp-multi-account-future.html

Assamese Blog, Assamese Font, Assamese Unicode font, Job In Assam, Assamese News, Assamese Information, Assamese Tips, Assamese Graphics design

"চাকিঁ‌ৰ পোহৰে যেন জীৱনৰ সকলো অন্ধকাৰ আতঁ‌ৰাইহৈ এক নতুন পোহৰৰ বাট দেখোৱাই সেই কামনাৰে ...." কাতি বিহুৰ আন্তৰিক শুভেচ্ছা ...
18/10/2023

"চাকিঁ‌ৰ পোহৰে যেন জীৱনৰ সকলো অন্ধকাৰ আতঁ‌ৰাই
হৈ এক নতুন পোহৰৰ বাট দেখোৱাই সেই কামনাৰে ...."
কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ‌ ।

শুভ মহালয়া ❤️আগন্তুক দুৰ্গোৎসৱৰ শুভেচ্ছা জনালোঁ
13/10/2023

শুভ মহালয়া ❤️

আগন্তুক দুৰ্গোৎসৱৰ শুভেচ্ছা জনালোঁ

90s Yearbook AI Images - এই ট্ৰেণ্ডত থকা ফটো বোৰ কেনেদৰে বনাৱ জানো আহক ।http://www.asomiyagfx.in/2023/10/90s-yearbook-ai...
12/10/2023

90s Yearbook AI Images - এই ট্ৰেণ্ডত থকা ফটো বোৰ কেনেদৰে বনাৱ জানো আহক ।
http://www.asomiyagfx.in/2023/10/90s-yearbook-ai-images.html

Assamese Blog, Assamese Font, Assamese Unicode font, Job In Assam, Assamese News, Assamese Information, Assamese Tips, Assamese Graphics design

কিয় বিবাহ বিচ্ছেদ হ’ল ক্ৰিকেটাৰ ধাৱানৰ ?
12/10/2023

কিয় বিবাহ বিচ্ছেদ হ’ল ক্ৰিকেটাৰ ধাৱানৰ ?

Assamese Blog, Assamese Font, Assamese Unicode font, Job In Assam, Assamese News, Assamese Information, Assamese Tips, Assamese Graphics design

📌  হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী, ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব পৰীক্ষা।http://www.asomiyagfx.in/2023/10/hslc-exam-...
09/10/2023

📌 হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী, ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব পৰীক্ষা।
http://www.asomiyagfx.in/2023/10/hslc-exam-2024-routine.html

Assamese Blog, Assamese Font, Assamese Unicode font, Job In Assam, Assamese News, Assamese Information, Assamese Tips, Assamese Graphics design

সাপ্তাহিক ৰাশি ফল - ৯ অক্টোবৰ পৰা ১৫ অক্টোবৰলৈ
09/10/2023

সাপ্তাহিক ৰাশি ফল - ৯ অক্টোবৰ পৰা ১৫ অক্টোবৰলৈ

Assamese Blog, Assamese Font, Assamese Unicode font, Job In Assam, Assamese News, Assamese Information, Assamese Tips, Assamese Graphics design

Assam Police Recruitment 2023 - Notification Out for 5325 PostsApplication Start Date:- 15th October 2023
07/10/2023

Assam Police Recruitment 2023 - Notification Out for 5325 Posts
Application Start Date:- 15th October 2023

Assamese Blog, Assamese Font, Assamese Unicode font, Job In Assam, Assamese News, Assamese Information, Assamese Tips, Assamese Graphics design

১১৪ বছৰীয়া মেডিকেল ষ্ট’ৰ প্ৰথমবাৰৰ বাবে খোলোটে, ভিতৰত কি পোৱা গ’ল ?
04/10/2023

বন্ধ ঘৰৰ ভিতৰত পৰি আছে বৃদ্ধাৰ মৃতদেহ। এদিন, দুদিন…কিমান দিন মৃতদেহ পৰি আছে নাজানে কেলিফৰ্ণিয়াত থকা বৰ পুত্ৰই। আনকি মাতৃ...
03/10/2023

বন্ধ ঘৰৰ ভিতৰত পৰি আছে বৃদ্ধাৰ মৃতদেহ। এদিন, দুদিন…কিমান দিন মৃতদেহ পৰি আছে নাজানে কেলিফৰ্ণিয়াত থকা বৰ পুত্ৰই। আনকি মাতৃৰ মৃত্যুৰ খবৰ নাপালে একেখন ঘৰৰে আনটো পাৰ্টত থকা মানসিকভাৱে অসুস্থ জ্যেষ্ঠ কন্যাই। জন্মদাত্ৰীৰ মৃত্যুৰ খবৰ ওলাল গেংটকত থকা সৰু পুত্ৰ ঘৰ আহি পোৱাৰ পাছত। বাৰে বাৰে মাতিও মাকৰ সঁহাৰি নোপোৱাত খিৰিকিৰ জলঙাৰে জুমি চাই সৰু পুত্ৰই দেখিলে ভয়ংকৰ দৃশ্য। বিচনাত পৰি আছে মাতৃৰ উৱলি যোৱা দেহ। জহি খহি গৈছে বৃদ্ধাৰ শৰীৰ। সেই দৃশ্য দেখাৰ পাছত কৰিবলগা একো নাছিল।

তাৰ খন্তেক পাছতে পুত্ৰৰ পৰা খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ যোৰহাট আৰক্ষীয়ে উদ্ধাৰ কৰিলে ৭৫ বছৰীয়া অনুপমা দত্তৰ মৃতদেহ। নিৰৱে আঁতৰি গ’ল অনুপমা দত্ত, কিন্তু ৫৫ বছৰ পূৰ্বে ২ পুত্ৰ আৰু এগৰাকী কন্যাৰ কলৰৱেৰে মুখৰ হৈ আছিল যোৰহাটৰ ধোৱাপুখুৰীৰ ঘৰখন। জীৱনৰ সোণালী সময় উচৰ্গা কৰি অনুপমা দত্তই তুলি তালি খুটি খাব পৰা কৰিছিল ৩ সন্তানক। মাকৰ মৰমৰ বান্ধোন ছিঙি ওলাই গৈছিল ডাঙৰ মানুহ হ’ব খোজা ২ পুত্ৰ। হৈছিলো ‘ডাঙৰ মানুহ’। সাত সাগৰ তেৰ নদী পাৰ হৈ কেলিফৰ্ণিয়াত থিতাপি লৈছিল বৰ পুত্ৰই। গেংটকত সৰু পুত্ৰ।

যোৰহাটৰ ধোৱাপুখুৰীৰ উৱলি যোৱা ঘৰখনত মানসিকভাৱে অসুস্থ বায়েকৰ সৈতে আছিল ৭৫ বছৰীয়া মাতৃ। কাৰো হাতত সময় নাই। কেলিফৰ্ণিয়াত থকা বৰ পুত্ৰ কাচিৎ আহে মাতৃৰ কাষলৈ। গেংটকৰ সৰু পুত্ৰই ৩ মাহৰ মূৰে মূৰে আহি টকা সিকা দি যাইহি মাতৃক। সৰু পুত্ৰই দি যোৱা ধনেৰে নিজেই চাউলমুঠি সিজাই খাইছিল ৭৫ বছৰীয়া অনুপমা দত্তই। নিজেই কৰি খাব পৰা হৈ থকা কাৰণে পুত্ৰই হেনো গোটাই দিয়া নাছিল বন কৰা মহিলা। মাকৰ হাতত মোবাইল এটাও দিয়া নাছিল উচ্চ শিক্ষিত ২ পুত্ৰই। আনকি ২ পুত্ৰই প্ৰতিবেশীৰ পৰাও খবৰ খাতি লোৱা নাছিল মানসিকভাৱে অসুস্থ বায়েকৰ সৈতে থকা ৭৫ বছৰীয়া মাতৃৰ।
পোনে পোনে ৩ মাহৰ পাছত গেংটকৰ পৰা ঘৰত উপস্থিত হোৱা সৰু পুত্ৰই জীৱন্ত অৱস্থাত নাপালে মাতৃক। জীৱনৰ মায়া এৰি মাতৃ নিৰৱে আঁতৰি যোৱা সময়ত আপোন ভাবত মগন হৈ আছিল একেখন ঘৰতে থকা মানসিকভাৱে অসুস্থ কন্যা। দুই পুত্ৰ আৰু কন্যাৰ বাবে জীৱনৰ সোণালী সময় উচৰ্গা কৰা অনুপমা দত্তৰ এনে একাকী মৃত্যুৱে যেন সোঁৱৰাই দিলে আধুনিক জীৱনৰ কৰুণ গাঁথা।

মাহৰ শেষৰ দিনটোত ভাৰতীয় ৰিজাৰ্ভ বেংকে সেইসকল লোকক ডাঙৰ সকাহ দিছে যিসকলে এতিয়ালৈকে প্ৰচলনৰ পৰা আঁতৰি যোৱা ২০০০ টকীয়া ন...
30/09/2023

মাহৰ শেষৰ দিনটোত ভাৰতীয় ৰিজাৰ্ভ বেংকে সেইসকল লোকক ডাঙৰ সকাহ দিছে যিসকলে এতিয়ালৈকে প্ৰচলনৰ পৰা আঁতৰি যোৱা ২০০০ টকীয়া নোট বদলি কৰিব পৰা নাই। কেন্দ্ৰীয় বেংকে ২০২৩ চনৰ ৭ অক্টোবৰলৈ বৃদ্ধি কৰিছে।

24/09/2023

নগাঁৱত পোনপ্ৰথম বাৰলৈ সম্পন্ন হ’ল হৃদৰোগীৰ সফল অস্ত্ৰোপচাৰ ৷ ত্ৰিনয়ন হেল্থ কেয়াৰ এণ্ড ৰিৰ্ছাজ চেন্টাৰৰ সাফল্য। ৮১বছৰত ৰোগীৰ দেহত সংৰোপণ কৰা হ’ল কৃত্ৰিম হৃদযন্ত্ৰ ৷

Atmanirbhar Assam 2023 – Submit Online Application - আত্মনিৰ্ভৰ অসম ২০২৩
23/09/2023

Atmanirbhar Assam 2023 – Submit Online Application - আত্মনিৰ্ভৰ অসম ২০২৩

Assamese Blog, Assamese Font, Assamese Unicode font, Job In Assam, Assamese News, Assamese Information, Assamese Tips, Assamese Graphics design

শ্ৰীশ্ৰী গণেশ চতুৰ্থীৰ সকলোকে শুভেচ্ছা জনালোঁ আৰু বাবাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ।আজিৰ এই পবিত্ৰ দিনত সকলোৰে সুখ, শান্তি আৰু...
19/09/2023

শ্ৰীশ্ৰী গণেশ চতুৰ্থীৰ সকলোকে শুভেচ্ছা জনালোঁ আৰু বাবাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ।
আজিৰ এই পবিত্ৰ দিনত সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধি কামনা কৰিছোঁ। ❤️
http://bit.ly/Ganesh_Chaturthi_Img

সাপ্তাহিক বিত্তীয় ৰাশিফল ১৮ৰ পৰা ২৪ ছেপ্টেম্বৰ ২০২৩ - Weekly Finance Horoscope
18/09/2023

সাপ্তাহিক বিত্তীয় ৰাশিফল ১৮ৰ পৰা ২৪ ছেপ্টেম্বৰ ২০২৩ - Weekly Finance Horoscope

Assamese Blog, Assamese Font, Assamese Unicode font, Job In Assam, Assamese News, Assamese Information, Assamese Tips, Assamese Graphics design

শ্ৰী শ্ৰী বিশ্বৰ্কমা পূজাৰ শুভেচ্ছা জনালোঁ । 🙏
18/09/2023

শ্ৰী শ্ৰী বিশ্বৰ্কমা পূজাৰ শুভেচ্ছা জনালোঁ । 🙏

এছিয়া কাপৰ ফাইনেলত ভাৰতৰ ঐতিহাসিক প্ৰদৰ্শন, শ্ৰীলংকাক ১০ উইকেটত পৰাস্ত কৰি ৮ম বাৰৰ বাবে চেম্পিয়ন হয় ।ছিৰাজে ৬টা উইকেট...
17/09/2023

এছিয়া কাপৰ ফাইনেলত ভাৰতৰ ঐতিহাসিক প্ৰদৰ্শন, শ্ৰীলংকাক ১০ উইকেটত পৰাস্ত কৰি ৮ম বাৰৰ বাবে চেম্পিয়ন হয় ।
ছিৰাজে ৬টা উইকেট দখল কৰে ।

Apple iPhone 15 launch - ৪৮এমপি কেমেৰা আৰু  টাইপ-চি পৰ্ট ৰ সৈতে মুকলি কৰা হৈছে আইফোন ১৫
13/09/2023

Apple iPhone 15 launch - ৪৮এমপি কেমেৰা আৰু টাইপ-চি পৰ্ট ৰ সৈতে মুকলি কৰা হৈছে আইফোন ১৫

Assamese Blog, Assamese Font, Assamese Unicode font, Job In Assam, Assamese News, Assamese Information, Assamese Tips, Assamese Graphics design

সাপ্তাহিক ৰাশিফল ১০ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰ ২০২৩: ছেপ্টেম্বৰৰ এই সপ্তাহটো সকলো ৰাশিৰ বাবে কেনেকুৱা হ’ব?
10/09/2023

আপুনি ওপৰৰ পৰা পৰি যোৱাৰ সপোন দেখে নেকি, তেন্তে সজাগ হোৱাটো প্ৰয়োজন - Dream Astrology
09/09/2023

New TVS Apache RTR 310 Price, Features, Colours & Specifications
07/09/2023

Different Types of Doctors & Medical Specialists
05/09/2023

Different Types of Doctors & Medical Specialists

Assamese Blog, Assamese Font, Assamese Unicode font, Job In Assam, Assamese News, Assamese Information, Assamese Tips, Assamese Graphics design

Address

Guwahati
Gauhati
781024

Alerts

Be the first to know and let us send you an email when ASSAM LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Nearby media companies

Other News & Media Websites in Gauhati

Show All